অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ সৈতে যোগসূত্ৰ

গ্ৰাম্য ভাৰতক সৱলীকৰণৰ উদ্দেশ্যে ভাৰত চৰকাৰে হাতত লোৱা www.vikaspedia.gov.in/www.vikaspedia.in নামৰ বহুভাষী পৰ্টেলটোত আপোনাৰ ৱেবচাইটত লিংক কৰিবলৈ আপোনাক স্বাগতম জনাইছো। এই পৰ্টেলত কৃষি(বহলভিত্তিক), স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, গ্ৰাম্য শক্তি আৰু ই-প্ৰশাসন এইকেইটা বিষয়ৰ লগত সংলগ্ন গ্ৰাম্য জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ তথ্য আৰু সেৱাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

আমাৰ সংযোগী নীতি অনুসৰি www.vikaspedia.gov.in/www.vikaspedia.in এই পৰ্টেলত সংযোগ কৰাৰ বাবে কোনো আগতীয়া অনুমতিৰ প্ৰয়োজন নহয়। আমাৰ পৰ্টেলৰ যিকোনো সংযোগ যদি আপুনি পৰিৱৰ্তন কৰিব খোজে তেন্তে আপুনি অনুমতি ল’ব লাগিব।

আপুনি আমাৰ পৰ্টেলৰ গ্ৰাফিক বেনাৰৰ পৰা পছন্দ কৰি সুবিধাজনক স্থানত আপোনাৰ ৱেবচাইটত লিংক কৰিব পাৰে। বেনাৰখন তলৰ ৱেবচাইটৰ পৰা সংযোগ কৰিব পাৰে-

  • www.vikaspedia.in
  • www.vikaspedia.gov.in

বেনাৰ ডাউনলোড


আপোনাৰ ৱেবচাইটৰ বাবে আমাৰ এই বেনাৰ ডাউনলোড কৰিব পাৰিব। ইয়াত থকা বেনাৰৰ ফতোসমূহ আপুনি ডাউনলোড কৰিব ব্যৱহাৰ কৰিব পাৰে কিন্তু অকল বিকাশপেডিয়াৰ  প্ৰচাৰৰ বাবেহে ব্যৱহাৰৰ কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰখা উচিত হ’ব যে ভাৰত চৰকাৰৰ অনুমোদনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। বেনাৰৰ জোখ, আৰ্হি, ৰং ইত্যাদিবোৰ একেই থাকিব লাগিব।

Banner and it's Specifications

 

Vikaspedia Banner 50X50 px

50X50 px; Color PNG

 

Vikaspedia Banner 100X100 px

100X100 px; Color PNG

 

Vikaspedia Banner 150X150 px

150X150 px; Color PNG

 

Vikaspedia Banner 200X200 px

200X200 px; Color PNG

 

Vikaspedia Banner 250X250 px

250X250 px; Color PNG

 

সংযোগী নীতি


অন্যান্য ৱেবচাইটৰ দ্বাৰা বিকাশপেডিয়া ৱেবচাইটত লিংক

আমাৰ পৰ্টেলৰ তথ্যসমূহ যদি আপুনি পোনপটীয়াকৈ কোনো ৱেবচাইটত সংযোগ কৰিব বিচাৰে অথবা আমাৰ সংযোগী নীতি অনুসৰি www.vikaspedia.gov.in/www.vikaspedia.in এই পৰ্টেলত লিংক কৰাৰ বাবে কোনো আগতীয়া অনুমতিৰ প্ৰয়োজন নহয়। আমাৰ পৰ্টেলৰ যিকোনো সংযোগ যদি আপুনি পৰিৱৰ্তন কৰিব খোজে তেন্তে আপুনি অনুমতি ল’ব লাগিব। আমাৰ পৰ্টেলৰ পৃষ্ঠাসমূহ আপুনি আপোনাৰ ৱেবচাইটত আপলোড কৰাৰ অনুমতি আমি প্ৰদান নকৰো।

বাহ্যিক ৱেবচাইটৰ সংযোগ

আমাৰ পৰ্টেলৰ বিভিন্ন স্থানত অন্য ৱেবচাইটৰ কিছুমান সংযোগ আপুনি চাব পাৰে। আপোনাৰ ৱেবচাইটৰ  সুবিধাজনক স্থানত এই সংযোগসমূহ স্থাপন কৰিব পাৰে। ৱেবচাইটৰ লিখনি আৰু সংযোগসমূহৰ বিস্বাসযোগ্যতাৰ ভিত্তিৰ ওপৰত  চি-ডেকে জগৰীয়া নহয়। সকলো সময়তে যে ৱেবচাইটৰ সংযোগসমূহে কাম কৰিব বা সংযোগ পৃষ্ঠাসমূহৰ উপলব্ধতাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো।

শেহতীয়া উন্নীতকৰণ: : 7/27/2016



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate