অনলাইনত ৰেলৰ টিকট, এয়াৰ ইণ্ডিয়াৰ টিকট আদি যাতায়তী সেৱা কেনেদৰে পাব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে।
অনলাইনত উচ্চ শিক্ষাৰ বাবে শিক্ষাৰ্থীৰ ঋণ, অনলাইন নিয়োগ বাতৰি, জলপানীৰ বাবে আৱেদন এই তথ্যসমূহৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
এই শিতানত আপুনি কেনেদৰে অনলাইনত আধাৰ কাৰ্ড, পান কাৰ্ড, পাচপোৰ্ট ইত্যাদিৰ বাবে আৱেদন কৰিব সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।
অসম সম্পৰ্কীয় কেইটামান ৱেবছাইট
ইয়াত অৰুনোদয় কেন্দ্ৰত উপলদ্ধ সেৱা বিষয়ে উল্লেখ কৰা হৈছে
আধাৰ বিষয়ত ইয়াত উল্লেখ কৰা হৈছে।
অনলাইনত উপভোক্তাৰ অভিযোগ, ৰাষ্ট্ৰীয় মহিলা আয়োগত ওজৰ দাখিল কৰা, পেঞ্চন সম্পৰ্কীয় ওজৰ দাখিল ইত্যাদি বিষয়ৰ ওপৰত তথ্যসমূহ ইয়াত পোৱা যাব।
এই শিতানত ব্যৱহাৰযোগ্য চৰকাৰী আঁচনি, জিলাত স্বাস্থ্যৰ সুবিধা, আপোনাৰ গাঁও পঞ্চায়ত সম্পৰ্কীয় তথ্যসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
এই শিতানত বিভিন্ন পিন কোড, দ্ৰুত ডাক সেৱা, আইএছডি কোড, ডাক বিভাগ ইত্যাদিৰ তথ্যসমূহ কথা ইয়াত আলোচনা কৰা হৈছে।
ডিজিটেল ভাৰতৰ অংশীদাৰ হওঁক
অনলাইনত ব্যৱসায়িক কৰ প্ৰদান, বেংকৰ শাখাৰ অৱস্থিতি, এটিএমৰ অৱস্থিতি আদিৰ বিষয়ে তথ্য ইয়াত বহলভাৱে আলোচনা কৰা হৈছে।
এই শিতানত ভাৰতীয় ভৌগোলিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে।