অতীতত ভাৰতীয় দাৰ্শনিক কণাদ আৰু গ্ৰীক দাৰ্শনিক ডেম’ক্ৰিটাছে প্ৰথমবাৰৰ বাবে পদাৰ্থৰ ক্ষুদ্ৰতম কণা পৰমাণুৰ ধাৰণা কৰিছিল
অতি নিম্ন উষ্ণতাত পদাৰ্থৰ অৱস্থা আৰু অৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে লিখা হৈছে
ফকৰা-যোজনা সমূহ অসমীয়া ভাষাৰ এক অমূল্য সম্পদ
অসমীয়া বৰ্ণৰ বিষয়ে লিখা হৈছে ।
অসমীয়া ভাষাত দীঘল ভাৱ বুজোৱা বাক্য বোৰক একো একোটা শব্দৰেও প্ৰকাশ কৰিব পাৰি৷
অসমীয়া ভাষাৰ ব্যৱহাৰিক কিছু কথা লিখা হৈছে
অসমীয়া সাহিত্যত চুফী দৰ্শনৰ সূত্ৰপাত লিখা হৈছে
অসাধাৰণ আকৃতি আৰু সৌন্দৰ্যৰ প্ৰতীক অৰ্কিডৰ বিষয়ে-
আন্ত:ৰাষ্ট্ৰীয় বোকা দিৱসৰ বিষয়ে
১৯৩০ চনত ভাৰতীয় বিজ্ঞানী চি ভি ৰমনে পদার্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল; তেওঁৰ গৱেষণা কেন্দ্ৰ আছিল কলিকতা।
আমি কিয় কথা কওঁ লিখা হৈছে
আজিৰ পৃথিৱীত মানুহ নামৰ জীৱবিধ অন্য সকলো জীৱতকৈ উন্নত, অন্য অৰ্থত ক’বলৈ গ’লে সকলোতকৈ শ্রেষ্ঠ
ঋণাত্মক হাইড্ৰোজেন আয়নৰ নতুন উৎসৰ বিষয়ে লিখা হৈছে
অসম ৰাজ্যখন
খ্ৰীষ্টপূৰ্ব ২১৩ত চিচিলি আক্ৰমণ কৰিবলৈ অহা ৰোমান সৈন্যসকলৰ যুদ্ধ-জাহাজবোৰ
খাৰুৱা তেলৰ ৰাজনীতি
শীতকালি গছৰ পাত সৰে কিয় লিখা হৈছে
এটা গ্ৰহাণুৰ দিশে যাব মাৰ্কিন মহাকাশযান
চিয়াঁহি প্ৰস্তুত প্ৰণালী
ৰাতিৰ আকাশলৈ মূৰ তুলি চালেই চকুত ধৰা দিয়ে টিপটিপাই থকা অলেখ অযুত তৰাই। ঢিমিক-ঢামাক সিহঁতৰ পোহৰে মানৱ কল্পনাৰ জন্ম-লগ্নৰেপৰা খেলি আহিছে লুকা-ভাকু খেল। সিহঁতক বুজিবলৈ মানুহৰ প্ৰজ্ঞা-জিজ্ঞাসৰ অভাৱ কাহানিও হোৱা নাই। কিনো এই তৰাবোৰ? কিমান দূৰত বাৰু থাকে? আমি কেতিয়াবা চুব পাৰিমনে সিহঁতক?
আমাৰ পৃথিৱীখন পানীত চহকী গ্ৰহ, ইয়াৰ উপৰিভাগৰ প্ৰায় ৭৯ শতাংশই পানী। এই পানীৰ পৰিমাণ প্ৰায় ১৪০০ নিযুত ঘন কিল’মিটাৰ। কিন্তু ইয়াৰ ৯৭ শতাংশই আছে সাগৰ-মহাসাগৰত, আৰু সেই পানী লুণীয়া কাৰণে মানুহৰ ব্যৱহাৰযোগ্য নহয়। বাকী থকা ৩ শতাংশ পানী অলৱণাক্ত বা সুজল(fresh water), আৰু ইয়াৰ পৰিমাণ প্ৰায় ৩৫ নিযুত ঘন কিল’মিটাৰ।
ৰাতিৰ আকাশৰ তৰাবোৰে ঢিমিক-ঢামাক কৰি থকাটো এটা পৰিচিত দৃশ্য
বিজ্ঞানৰ আৰম্ভণি গণিতৰে হৈছিল
বেক্টেৰিয়াৰ মাজত পৈণত অৱস্থা লাভ কৰা প্ৰতিদীপ্ত জেলী মাছৰ প্ৰ’টিনৰ
জৈৱ প্ৰযুক্তিবিদ্যাৰ অৱদান:জিনীয় উৎপৰিৱৰ্তিত খাদ্যৰ বিষয়ে লিখা হৈছে
"জৈৱতথ্যবিদ্যা" (Bioinformatics) – শব্দটি বহুতৰে চিনাকি হ’লেও কিছুসংখ্যকৰ বাবে হয়তো অচিন।