Accessibility options

ৰঙৰ কন্ট্ৰাষ্ট
পাঠ্যৰ আকাৰ
সামগ্ৰীক হাইলাইট কৰক
জুম কৰক

Accessibility options

ৰঙৰ কন্ট্ৰাষ্ট
পাঠ্যৰ আকাৰ
সামগ্ৰীক হাইলাইট কৰক
জুম কৰক
india_flag

Government of India



MeitY LogoVikaspedia
as
as

  • Ratings (3)

পৃথিৱীৰ চৌম্বকীয় ক্ষেত্ৰ আৰু ইয়াৰ বিসংগতি

Open

Contributor  : Vikaspedia Assam16/02/2024

Empower Your Reading with Vikas AI 

Skip the lengthy reading. Click on 'Summarize Content' for a brief summary powered by Vikas AI.

পৃথিৱীৰ যে এক চৌম্বকীয় ক্ষেত্ৰ আছে এই কথা আমি সকলোৱে জানোঁ৷ এই চৌম্বকীয় ক্ষেত্ৰই সূৰ্য তথা মহাকাশৰ পৰা অহা অপকাৰী তেজস্ক্রিয় বিকিৰণক পৃথিৱীলৈ অহাত বাধা দি জীৱজগতক ৰক্ষা কৰে৷ পৃথিৱীৰ এই চৌম্বকীয় ক্ষেত্ৰ জীৱজগতৰ বাবে এক অভেদ্য কৱচৰ দৰে৷ পৃথিৱীৰ যদি এই চৌম্বকীয় ক্ষেত্ৰ নাথাকিলে হেতেন তেন্তে পৃথিৱীত জীৱজগত সৃষ্টি সম্ভৱ ন’হ’ল হেতেন৷ চৌম্বকীয় ক্ষেত্ৰৰ অবিহনে পৃথিৱীখন মংগল গ্ৰহৰ দৰে শুকান মৰুময় হ’ল হেতেন৷

পৃথিৱীৰ চৌম্বকীয় ক্ষেত্ৰ যে আছে তাক চাব বা স্পৰ্শ কৰিব নোৱাৰি ইয়াৰ অৱস্থিতিৰ ওমান হে কৰিব পাৰি, বিগত ২০০ বছৰৰ পৰা পৃথিৱীৰ এই চৌম্বকীয় ক্ষেত্ৰ ক্ৰমাৎ হ্ৰাস পাব ধৰিছে আৰু কিছু বিসংগতি ধৰা পৰিছে যি আমাৰ বাবে অতিশয় চিন্তাৰ বিষয়৷

জিম্বাবুয়ে পৃথিৱীৰ এনে এখন দেশ যাৰ পৰিচয় সেই দেশৰ অসফল অৰ্থব্যৱস্থা আৰু ক্ৰুৰতা পূৰ্ণ শাসন কিন্তু ইও এক আচৰিত ঘটনা যে এই দেশৰ পৰাই আৰম্ভ হৈছে পৃথিৱীৰ চৌম্বকীয় ক্ষেত্ৰৰ বিসংগতি যাক সহজে অনুভৱ কৰিব পাৰি৷ দক্ষিণ আমেৰিকাৰ চিলিৰ পৰা যদি জিম্বাবুয়ে লৈ এডাল ৰেখা টনা হয় তেন্টে আটলান্টিক মহাসাগৰত চৌম্বকীয় ক্ষেত্ৰৰ বিসংগতি স্পষ্ট হয়৷ এই অঞ্চলত পৃথিৱীৰ চৌম্বকীয় ক্ষেত্ৰ একেবাৰে দূৰ্বল৷ এই অঞ্চলৰ চৌম্বকীয়ক্ষেত্ৰ দূৰ্বলতাই পৃথিৱীৰ বাকী অঞ্চলৰ ধ্ৰুবকৰ লগত এই অঞ্চলক পৃথক কৰে যি সম্পূৰ্ণ বিপৰীত৷

আমি ভাবোঁ পৃথিৱীৰ চৌম্বকীয় ক্ষেত্ৰ কাহানিও শেষ নহয় কিন্তু এনে হ’ব পাৰে ইয়াৰ উদাহৰণ হ’ল মংগল গ্ৰহ যাৰ চৌম্বকীয় ক্ষেত্ৰ আজিৰ পৰা প্ৰায় ৪২০ কোটি বছৰৰ আগত হেৰুৱাই পেলাইছিল আৰু সেই গ্ৰহ শুকান মৰুময় হৈ পৰিছিল৷ পৃথিৱীৰো এনে হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷

আমাৰ বাবে এক সৌভাগ্যৰ কথা এয়ে যে পৃথিৱীয়ে নিজৰ চৌম্বকীয় ক্ষেত্ৰ হেৰুৱাই পেলোৱাৰ পৰিবৰ্তে নিজৰ চৌম্বকীয় ক্ষেত্ৰ দূৰ্বলৰ সময়ত পৃথিৱীৰ ধ্ৰুৱক সলনি হৈ যায় আৰু পুনৰ সেই ঠাইৰ চৌম্বকীয় ক্ষেত্ৰ শক্তিশালী হৈ পৰে৷ ভূবিজ্ঞানী সকলৰ মতে পৃথিৱীৰ ধ্ৰুবীয় স্থান এই দৰে বহুবাৰ সলনি হৈছে, পৃথিৱীৰ ধ্ৰুবীয় স্থানৰ এই পৰিবৰ্তন পৃথিৱীৰ অন্তৰ্ভাগৰ গলিত লৌহৰ গতি আৰু সঞ্চিত লৌহ ঠাণ্ডা হোৱাৰ বাবে হয়৷

পৃথিৱীৰ চৌম্বকীয় ক্ষেত্ৰৰ পৰিবৰ্তন ইয়াৰ বিসংগতি এইখিনৰ অধ্যয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু এতিয়ালৈ কৰা অধ্যয়নৰ দ্বাৰা এই কথা প্ৰকাশ পাইছে যে পৃথিৱীৰ নিকট ভৱিষ্যতত পৃথিৱীৰ দুই ধ্ৰুৱকৰ স্থান সলনি হ’ব৷

পৃথিৱীৰ চৌম্বকীয় ক্ষেত্ৰৰ দূৰ্বলতা পৃথিৱীৰ দুই ধ্ৰুবক বা পৃথিৱীৰ কেন্দ্ৰৰ বাবে নহয়৷ চৌম্বকীয় ক্ষেত্ৰৰ দূৰ্বলতা বা বিসংগতি জিম্বাবুয়েৰ পৰাই আৰম্ভ আৰু এই বিসংগতি দক্ষিণ আমেৰিকাৰ চিলিলৈকে ব্যাপ্ত৷

লেখক: পংকজ বৰুৱা(অসমীয়া কথা-বতৰা)

Related Articles
শিক্ষা
একাধিক শ্ৰেণী আৰু একাধিক স্তৰ পৰিস্থিতিত শিক্ষণ উন্নত কৰা

একাধিক শ্ৰেণী আৰু একাধিক স্তৰ পৰিস্থিতিত শিক্ষণ ব্যৱস্থা কিদৰে উন্নত কৰিব পাৰি সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

শিক্ষা
ইন্টাৰনেট-ফেচবুক আদিৰ বেয়াবোৰ নহয়, ভালখিনিক লওঁক!

ইন্টাৰনেট-ফেচবুক আদিৰ বেয়াবোৰ নহয়, ভালখিনিক লওঁক!

শিক্ষা
আমাৰ জীৱনত মবাইল ফোনৰ ব্যৱহাৰ :

আমাৰ জীৱনত মবাইল ফোনৰ ব্যৱহাৰৰ বিষয়ে লিখা হৈছে ।

শিক্ষা
আধুনিক শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন প্ৰকাৰ

আধুনিক শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন প্ৰকাৰ

শিক্ষা
আকাশৰ সিপাৰে আকাশ :

আকাশৰ সিপাৰে আকাশ, তাৰ বিষয়ে লিখা হৈছে ।

শিক্ষা
অন্তৰীক্ষৰ বতৰ

অন্তৰীক্ষৰ বতৰ

পৃথিৱীৰ চৌম্বকীয় ক্ষেত্ৰ আৰু ইয়াৰ বিসংগতি

Contributor : Vikaspedia Assam16/02/2024


Empower Your Reading with Vikas AI 

Skip the lengthy reading. Click on 'Summarize Content' for a brief summary powered by Vikas AI.



Related Articles
শিক্ষা
একাধিক শ্ৰেণী আৰু একাধিক স্তৰ পৰিস্থিতিত শিক্ষণ উন্নত কৰা

একাধিক শ্ৰেণী আৰু একাধিক স্তৰ পৰিস্থিতিত শিক্ষণ ব্যৱস্থা কিদৰে উন্নত কৰিব পাৰি সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

শিক্ষা
ইন্টাৰনেট-ফেচবুক আদিৰ বেয়াবোৰ নহয়, ভালখিনিক লওঁক!

ইন্টাৰনেট-ফেচবুক আদিৰ বেয়াবোৰ নহয়, ভালখিনিক লওঁক!

শিক্ষা
আমাৰ জীৱনত মবাইল ফোনৰ ব্যৱহাৰ :

আমাৰ জীৱনত মবাইল ফোনৰ ব্যৱহাৰৰ বিষয়ে লিখা হৈছে ।

শিক্ষা
আধুনিক শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন প্ৰকাৰ

আধুনিক শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন প্ৰকাৰ

শিক্ষা
আকাশৰ সিপাৰে আকাশ :

আকাশৰ সিপাৰে আকাশ, তাৰ বিষয়ে লিখা হৈছে ।

শিক্ষা
অন্তৰীক্ষৰ বতৰ

অন্তৰীক্ষৰ বতৰ

Lets Connect
Facebook
Instagram
LinkedIn
Twitter
WhatsApp
YouTube
MeitY
C-DAC
Digital India

Email Icon

vikaspedia[at]cdac[dot]in

Copyright © C-DAC
vikasAi