সাহিত্যিকৰ নাম |
গ্ৰন্থৰ নাম |
চন |
যতীন্দ্ৰ নাথ দুৱৰা |
বনফুল |
১৯৫৫ |
বেণুধৰ শৰ্মা |
কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত |
১৯৬০ |
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য |
ইয়াৰুইঙ্গম |
১৯৬১ |
বিৰিঞ্চি কুমাৰ বৰুৱা |
অসমৰ লোক-সংস্কৃতি |
১৯৬৪ |
অম্বিকাগিৰী ৰায়াচৌধুৰী |
বেদনাৰ উল্কা |
১৯৬৬ |
ত্ৰৈলোক্যনাথ গোস্বামী |
আধুনিক গল্প-সাহিত্য |
১৯৬৭ |
নলিনীবালা দেৱী |
অলকানন্দ |
১৯৬৮ |
অতুল চন্দ্ৰ হাজৰিকা |
মঞ্চলেখা |
১৯৬৯ |
লক্ষ্মীনাথ ফুকন |
মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ |
১৯৭০ |
চৈয়দ আব্দুল মালিক |
অঘৰী আত্মাৰ কাহিনী |
১৯৭২ |
সৌৰভ কুমাৰ চলিহা |
গোলাম |
১৯৭৪ |
নৱকান্ত বৰুৱা |
ককাদেউটাৰ হাড় |
১৯৭৫ |
ভৱেন্দ্ৰ নাথ শইকীয়া |
শৃংখল |
১৯৭৬ |
আনন্দ চন্দ্ৰ বৰুৱা |
বকুল বনৰ কবিতা |
১৯৭৭ |
হোমেন বৰগোহাঁই |
পিতাপুত্ৰ |
১৯৭৮ |
ভবেন বৰুৱা |
সোণালী জাহাজ |
১৯৭৯ |
যোগেশ দাস |
পৃথিৱীৰ অসুখ |
১৯৮০ |
নীলমণি ফুকন |
কবিতা |
১৯৮১ |
মামণি ৰয়ছম গোস্বামী |
মামৰে ধৰা তৰুৱাল আৰু দুখন উপন্যাস |
১৯৮২ |
নিৰ্মল প্ৰভা বৰদলৈ |
সুদীৰ্ঘ দিন আৰু ঋতু |
১৯৮৩ |
দেবেন্দ্ৰ নাথ আচাৰ্য |
জংগম |
(মৰণোত্তৰভাৱে, ১৯৮৪) |
কৃষ্ণকান্ত সন্দিকৈ |
কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ |
(মৰণোত্তৰভাৱে, ১৯৮৫) |
তীৰ্থনাথ শৰ্মা |
বেণুধৰ শৰ্মা |
১৯৮৬ |
হৰেকৃষ্ণ ডেকা |
আন এজন |
১৯৮৭ |
লক্ষ্মীনন্দন বৰা |
পাতাল ভৈৰৱী |
১৯৮৮ |
হীৰেণ গোহাঁই |
অসমীয়া জাতিৰ জীৱনত মহাপুৰুষীয়া পৰম্পৰা |
১৯৮৯ |
স্নেহ দেৱী |
স্নেহ দেৱীৰ একুকি গল্প |
(মৰণোত্তৰভাৱে, ১৯৯০) |
অজিত বৰুৱা |
ব্ৰক্ষ্মপুত্ৰ ইত্যাদি পদ্য |
১৯৯১ |
হীৰেন ভট্টাচাৰ্য্য |
শইচৰ পথাৰ মানুহ |
১৯৯২ |
কেশৱ মহন্ত |
মোৰ যে কিমান হেপাঁহ |
১৯৯৩ |
শীলভদ্ৰ |
মধুপুৰ বহুদূৰ |
১৯৯৪ |
চন্দ্ৰপ্ৰসাদ শইকীয়া |
মহাৰথী |
১৯৯৫ |
নিৰুপমা বৰগোহাঞি |
অভিযাত্ৰী |
১৯৯৬ |
নগেন শইকীয়া |
আন্ধাৰত নিজৰ মুখ |
১৯৯৭ |
অৰুণ শৰ্মা |
আশীৰ্বাদৰ ৰঙ |
১৯৯৮ |
মেদিনী চৌধুৰী |
বিপন্ন সময় |
১৯৯৯ |
অপূৰ্ব শৰ্মা |
বাঘে টাপুৰ ৰাতি |
২০০০ |
মহিম বৰা |
এধানি মাহিৰ হাঁহি |
২০০১ |
নলিনীধৰ ভটাচাৰ্য্য |
মহত্ব ঐতিহ্য |
২০০২ |
বীৰেশ্বৰ বৰুৱা |
অনেক মানুহ, অনেক ঠাই আৰু নিৰ্জনতা |
২০০৩ |
হীৰেন্দ্ৰ নাথ দত্ত |
মানুহ অনুকূলে |
২০০৪ |
য়েছে দৰজে ঠংচি |
মৌন ওঠ মুখৰ হৃদয় |
২০০৫ |
অতুলানন্দ গোস্বামী |
চেনেহৰ জৰীৰ গাঁঠি |
২০০৬ |
পূৰবী বৰমুদৈ |
শান্তনুকুলনন্দন |
২০০৭ |
ৰীতা চৌধুৰী |
দেওলাংখুই |
২০০৮ |
লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।
শেহতীয়া উন্নীতকৰণ: : 6/3/2020
ভাষা
অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম
অসমীয়া সাহিত্য সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদান
পৰিৱেশ সংৰক্ষণৰ অংশীদাৰ হওঁ আহক