Accessibility options
Accessibility options
ভাৰত চৰকাৰ
অৱদানকাৰীসকল : Vikaspedia Assam09/03/2020
দীঘলীয়া পঢ়াটো এৰি দিয়ক। বিকাশ এআইৰ দ্বাৰা চালিত চমু সাৰাংশৰ বাবে ‘সাৰাংশ বিষয়বস্তু’ত ক্লিক কৰক।
বিয়াৰ পূৰ্বে স্নাতক ডিগ্ৰী: মুছলমান ছাত্ৰীলৈ ৫১ হাজাৰ টকাৰ উপহাৰ।
দেশত বাল্য বিবাহ প্ৰথা বন্ধ কৰাৰ বাবে বছৰ বছৰ ধৰি চেষ্টা চলাই অহা হৈছে যদিও ইয়াৰ এতিয়াও বিলুপ্তি ঘটা নাই। সমাজৰ অনগ্ৰসৰ অংশৰ মাজত চলি থকা এই প্ৰথাটোৰ বাবে কম বয়সতে এগৰাকী ছোৱালীয়ে সংসাৰৰ আন আন দায়িত্ব লোৱাৰ লগতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া হোৱাত যিদৰে শাৰীৰিক ক্ষতি হয়, ঠিক তেনেদৰে কম বয়সতে বিয়াত বহিবলগীয়া হোৱা বাবে ছোৱালীজনীয়ে প্ৰয়োজনীয় শিক্ষা আহৰণৰ সুযোগৰ পৰাও বঞ্চিত হ’বলগীয়া হয়। এনে এক পৰিস্থিতিলৈ লক্ষ্য ৰাখি যাতে দেশৰ মুছলমান ছাত্ৰীসকলে বিয়াত বহাৰ পূৰ্বে স্নাতক ডিগ্ৰী আহৰণ কৰিব পাৰে, তাৰে বাবে উৎসাহ যোগাবলৈ তেনে স্নাতক ডিগ্ৰীধাৰী ছাত্ৰীক চৰকাৰৰ ফালৰ পৰা ৫১ হাজাৰ টকাৰ বিশেষ উপহাৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মৌলানা আজাদ শিক্ষা ফাউণ্ডেচনৰ এই সম্পৰ্কীয় এটা প্ৰস্তাৱত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ সংখ্যালঘু মন্ত্ৰালয়ে অনুমোদন জনাইছে।
‘ছাদী ছগুণ’ আঁচনিৰ জৰিয়তে অধিক ছাত্ৰীয়ে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব বিচাৰিছে মোদী চৰকাৰে। তদুপৰি লগতে নাৰী সবলীকৰণৰ বাবে মোদী চৰকাৰে ২০১৫ বৰ্ষৰ ২২ জানুৱাৰীত ‘বেটী বচাও, বেটী পঢ়াও’ শীৰ্ষক এক ফ্লেগশ্বিপ কাৰ্যসূচীৰ আৰম্ভণি কৰিছে।
উৎস: ৰাইজৰ বাতৰি
ইয়াত কন্যা শিশুৰ কল্যানৰ বিষয়ে আলোচনা কৰা হৈছে।
খণ্ড পৰ্য্যায়ৰ ৬০০০ বিদ্যালয় স্থাপনৰ আঁচনিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
উচ্চশিক্ষা বিনামূলীয়া পাঠ্যক্ৰম আহৰণৰ অসম চৰকাৰৰ পদক্ষেপ সমুহ
উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা
ইভেন্ট মেনেজমেন্টৰ খুঁটি-নাটিৰ বিষয়ে ইয়াত দিয়া হৈছে।
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ জলপানি আঁচনি
অৱদানকাৰীসকল : Vikaspedia Assam09/03/2020
দীঘলীয়া পঢ়াটো এৰি দিয়ক। বিকাশ এআইৰ দ্বাৰা চালিত চমু সাৰাংশৰ বাবে ‘সাৰাংশ বিষয়বস্তু’ত ক্লিক কৰক।
30
ইয়াত কন্যা শিশুৰ কল্যানৰ বিষয়ে আলোচনা কৰা হৈছে।
খণ্ড পৰ্য্যায়ৰ ৬০০০ বিদ্যালয় স্থাপনৰ আঁচনিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
উচ্চশিক্ষা বিনামূলীয়া পাঠ্যক্ৰম আহৰণৰ অসম চৰকাৰৰ পদক্ষেপ সমুহ
উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা
ইভেন্ট মেনেজমেন্টৰ খুঁটি-নাটিৰ বিষয়ে ইয়াত দিয়া হৈছে।
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ জলপানি আঁচনি
vikaspedia[at]cdac[dot]in