Accessibility options

ৰঙৰ কন্ট্ৰাষ্ট
পাঠ্যৰ আকাৰ
সামগ্ৰীক হাইলাইট কৰক
জুম কৰক

Accessibility options

ৰঙৰ কন্ট্ৰাষ্ট
পাঠ্যৰ আকাৰ
সামগ্ৰীক হাইলাইট কৰক
জুম কৰক
india_flag

ভাৰত চৰকাৰ



MeitY LogoVikaspedia
as
as

বিষয়বস্তু লোড কৰা হৈছে...

উদ্ভিদজ পথ্যই কলেষ্ট্ৰৰেলৰ সমস্যা মুক্ত কৰিব?

Open

অৱদানকাৰীসকল  : Mamu Das27/06/2020

বিকাশ এআইৰ সহায়ত আপোনাৰ পঠন শক্তিশালী কৰক 

দীঘলীয়া পঢ়াটো এৰি দিয়ক। বিকাশ এআইৰ দ্বাৰা চালিত চমু সাৰাংশৰ বাবে ‘সাৰাংশ বিষয়বস্তু’ত ক্লিক কৰক।

অস্বাস্থ্যসন্মত জীৱনশৈলী আৰু প্ৰায়েই বাহিৰৰ খাদ্য গ্ৰহণে হৃদৰোগৰ আশংকা বঢ়াই তোলে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ তেজৰ পৰা দূষিত কলেষ্ট্ৰৰেলৰ পৰিমাণ কমাই বিশুদ্ধ বা ভাল কলেষ্ট্ৰৰেলৰ পৰিমাণ বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। কেলেষ্ট্ৰৰেল শৰীৰৰ বাবে প্ৰয়োজনীয়। ই শৰীৰৰ কোষসমূহ সক্ৰিয় কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক লিপিড বুলি কোৱা হয়। এই লিপিডসমূহ তেজৰ সৈতে শৰীৰটোত পৰিবাহিত হৈ থাকে। ই চৰ্বীজাতীয় ম’মৰ দৰে এটি উপাদান।

কলেষ্ট্ৰেৰল দুই ধৰণৰ

  • এল ডি এল বা বেয়া কলেষ্ট্ৰেৰল। এই বোৰে ৰক্তবাহী ধমনীৰ বেৰত আঠা লাগি ৰক্তপ্ৰবাহত বাধাৰ সৃষ্টি কৰিব পাৰে। এইসমূহে মগজুত ৰক্তপাত আৰু হৃদৰোগৰো সৃষ্টি কৰে।
  • এইছ ডি এল বা ভাল কলেষ্ট্ৰেৰল। ই হৃদৰোগৰ আশংকা হ্ৰাস কৰে।

আমাৰ শৰীৰৰ প্ৰয়োজনীয় কলেষ্ট্ৰেৰলৰ মূল উৎস হ’ল আমি গ্ৰহণ কৰা খাদ্য। এই সমূহৰ পৰা শৰীৰে বিপাকীয় কাৰ্য্যৰ জৰিয়তে কলেষ্ট্ৰেৰল তৈয়াৰ কৰে।

কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰি কলেষ্ট্ৰেৰল নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক।

নহৰু

আমাৰ দেশত আটাইতকৈ বেছিকৈ ব্যৱহৃত ই এবিধ অপৰিহাৰ্য্য মছলা। ৰন্ধন কাৰ্য্যত নহৰু যোগ দিয়াৰ লগে লগেই খাদ্যৰ সোৱাদ আৰু গোন্ধৰ লক্ষণীয় ভিন্নতা দেখা পোৱা যায়। প্ৰতিদিনে দুই বা তিনি ফোটা কেঁচা নহৰু খালে তেজত থকা বেয়া কলেষ্ট্ৰেৰল সমূহ ভাঙি যায় যাৰ ফলত ধমনীৰ মাজেৰে ৰক্তপ্ৰৱাহ বাধাহীন হয়।

ধনিয়া পাত

ৰন্ধনৰ পিছত এই সেউজীয়া পাত এবিধ যোগ কৰিলে খাদ্য সম্ভাৰ সতেজ, সুন্দৰ গোন্ধ আৰু সুন্দৰ ৰঙলৈ পৰিৱৰ্তিত হয়। ধনীয়া পাতে পেচাৱ খোলোচা কৰে। ইয়াৰ ফলতেই শৰীৰৰ বিপাকীয় কাৰ্য্যত সৃষ্টি হোৱা বিভিন্ন বৰ্জনীয় পদাৰ্থৰ লগতে অতিৰিক্ত কলেষ্ট্ৰেৰল দেহৰ পৰা ওলাই যায়।

তুলসী

তুলসী পাতৰ ৰসে ৰক্তবাহী ধমনীৰ বেৰত লাগি থকা কলেষ্ট্ৰেৰলসমূহ আঁতৰাই আৰু শৰীৰৰ পৰা উলিয়াই পঠিয়ায়।

অৰ্জন গছৰ বগা বাকলি

অৰ্জুন গছৰ বগা বাকলিত যথেষ্ট পৰিমাণৰ ঔষধি গুণাগুণ পোৱা যায়। এই বাকলিৰ গুড়ি বজাৰতো কিনিবলৈ পোৱা যায়। এনে গুড়ি বিভিন্ন ধৰণে নিয়মীয়াকৈ খালে ধমনীৰ বেৰত জমা হোৱা কলেষ্ট্ৰৰল দ্ৰৱীভূত হৈ বৰ্জিত পদাৰ্থ হিচাপে শৰীৰৰ বাহিৰলৈ ওলাই যায়।

তেজত বেয়া কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন ধৰণৰ উদ্ভিদজ ঔষধি আমি সচৰাচৰ পায় থাকো, এইসমূহ উচিত আৰু নিয়মীয়াকৈ গ্ৰহণ কৰিলে বেয়া কলেষ্ট্ৰৰলৰ পৰা শৰীৰটোক মুক্ত কৰি ৰাখিব পৰা যায়।

উৎস: ইন্টাৰনেট।

আনুষংগিক প্ৰবন্ধ
Current Language
বাংলা
স্বাস্থ্য
টিক ডিছঅৰ্ডাৰ

টিক ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্য
কেহৰাজ :

কেহৰাজৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্য
কণমানিৰ পৰা যুৱাৱস্থালৈ হোৱা উচ্চ ৰক্তচাপ

কণমানিৰ পৰা যুৱাৱস্থালৈ হোৱা উচ্চ ৰক্তচাপ

স্বাস্থ্য
এলিমিনেচন ডিছঅৰ্ডাৰ :

এলিমিনেচন ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্য
অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰ :

অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্য
অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা :

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

উদ্ভিদজ পথ্যই কলেষ্ট্ৰৰেলৰ সমস্যা মুক্ত কৰিব?

অৱদানকাৰীসকল : Mamu Das27/06/2020


বিকাশ এআইৰ সহায়ত আপোনাৰ পঠন শক্তিশালী কৰক 

দীঘলীয়া পঢ়াটো এৰি দিয়ক। বিকাশ এআইৰ দ্বাৰা চালিত চমু সাৰাংশৰ বাবে ‘সাৰাংশ বিষয়বস্তু’ত ক্লিক কৰক।



আনুষংগিক প্ৰবন্ধ
Current Language
বাংলা
স্বাস্থ্য
টিক ডিছঅৰ্ডাৰ

টিক ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্য
কেহৰাজ :

কেহৰাজৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্য
কণমানিৰ পৰা যুৱাৱস্থালৈ হোৱা উচ্চ ৰক্তচাপ

কণমানিৰ পৰা যুৱাৱস্থালৈ হোৱা উচ্চ ৰক্তচাপ

স্বাস্থ্য
এলিমিনেচন ডিছঅৰ্ডাৰ :

এলিমিনেচন ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্য
অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰ :

অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্য
অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা :

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

সংযোগ কৰোঁ আহক
Facebook
Instagram
LinkedIn
Twitter
WhatsApp
YouTube
MeitY
C-DAC
Digital India

Email Icon

vikaspedia[at]cdac[dot]in

Copyright © C-DAC
vikasAi