অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওজন কমাবলৈ কি কৰিব :

ওজন কমাবলৈ কি কৰিব :

 

*দিনে তিনিসাঁজ গধুৰ আহাৰৰ সলনি কমকৈ ছয়বাৰ খাওক।

*আপুনি যি খাদ্য গ্ৰহণ কৰিছে, সিয়ে আপোনাৰ শৰীৰত বেছি কেল’ৰি গ্ৰহণ কৰিছে। সেয়ে প্ৰথমে আহাৰৰ পৰিমাণ কমাব লাগিব।

*পানী বেছিকৈ খাওক আৰু শাৰীৰিক সক্ৰিয় বঢ়াওক।

* ‘নিজে কমকৈ খাদ্য গ্ৰহণ কৰে’- এনে ধাৰণা মনৰ পৰা উলিয়াই দিয়ক। অপৰ্যাপ্ত আহাৰেহে ওজন বৃদ্ধি কৰে।

*তেলত ভজা খাদ্য মিঠাই, আইচক্ৰীম, বাৰগাৰ, পিজ্জা আদি পৰিত্যাগ কৰক।

*চেনি কমাই খাওক।

*বেছিকৈ শুই নাথাকিব।

*যেতিয়াই সময় পায়, তেতিয়াই শৰীৰৰ কেল’ৰি বাৰ্ণ কৰিবলৈ চেষ্টা কৰক।

*আপুনি এটা লক্ষ্য ৰাখি ওজন কমাবলৈ চেষ্টা কৰক।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate