অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিডনিত পাথৰ হলে কি খাব আৰু কি নাখাব

কিডনিত পাথৰ হলে কি খাব আৰু কি নাখাব

সাধাৰণতে কিডনিত পাথৰ হোৱা লোকসকলে কি খাব আৰু কি নাখাব তাকলৈ দুমোজাত পৰা দেখা যায়। তলত কিডনিত পাথৰ হোৱা ৰোগীসকলৰ বাবে কি খাব আৰু কি নাখাব তাৰে থুল মূল আভাষ দিয়া হ'ল-

নাখাব:

অত্যধিক প্ৰটিনযুক্ত খাদ্য শীতল পানীয়, অত্যধিক পিউৰিন যুক্ত খাদ্য যেনে –

  • মাংস,
  • মছলাযুক্ত খাদ্য,
  • ফাষ্টফুড,
  • পেকেটত ৰখা খাদ্য,
  • ফুলকবি,
  • ব্ৰুকলি,
  • বেঙেনা,
  • বীন,
  • ভেণ্ডি,
  • কেপ্সিকাম,
  • বিলাহী,
  • তিয়ঁহ,
  • পালেং,
  • ক'লা আঙুৰ,
  • আমলখি,
  • কিৱি ফল,
  • ষ্ট্ৰবেৰি,
  • ময়দা আৰু ময়দাৰ দ্বাৰা বনোৱা খাদ্য,
  • অ'টচ্,
  • অত্যধিক মিঠাবস্তু,
  • কফি,
  • কাজু বাদাম,
  • চকলেট,
  • আফিং,
  • ৰাজমাহ,
  • মাছৰূম,
  • মটৰমাহ,
  • কেলছিয়ামৰ পৰিপূৰক,
  • অত্যধিক নিমখীয়া খাদ্য,
  • কিছুমান সাগৰীয় মাছ ইত্যাদি।

খাব:

  • মগুদাইল,
  • মাটি মাহ,
  • নাৰিকল আৰু নাৰিকলৰ পানী,
  • এলোভেৰাৰ ৰস,
  • নেমুৰ ৰস বা চাইট্ৰাচযুক্ত ফল যেনে- কমলা, মৌচুমী ইত্যাদি, মাকৈ ফলৰ ওপৰৰ ফালে থকা চুলিৰ নিচিনা অংশ,
  • আনাৰস,
  • দৈ,
  • দৈৰঘোল,
  • অমিতা,
  • নহৰু,
  • পাষাণভেদ বা পাতেগজা পাতৰ ৰস,
  • গাজৰ,
  • তিতা কেৰেলা,
  • আলু,
  • মূলা,
  • ৰঙালাও,
  • কল,
  • নেমু,
  • এপ্ৰিকট,
  • আহোম বগৰী,
  • আপেল,
  • আলমণ্ড,
  • বাৰ্লি,
  • চিৰা, ইত্যাদি।

কিডনিত পাথৰ হোৱা ৰোগীয়ে দৈনিক অপৰ্যপ্ত পানী প্ৰাণ কৰিব লাগে। ৰাতিপুৱা খালি পেটত নেমুৰ চৰবত আৰু দৈনিক এটাকৈ কল খোৱা ভাল।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102

শেহতীয়া উন্নীতকৰণ: : 5/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate