কেঞ্চাৰ ৰোগীসকলে নিয়মিত ব্যৱহাৰ কৰক আৰু দীৰ্ঘায়ু লাভ কৰক
সামগ্ৰী -
১) দেশী গাইৰ দৈ।
২) তুলসীৰ পাত।
পদ্ধতি -
১) একাপ দেশী গাইৰ দৈ মথিলৈ ঘোল বনাওক।
২) বয়স আৰু ৰোগৰ পৰ্য্যায় অনুসৰি 1/2/3 চামুচ তুলসী পাতৰ ৰস উলিয়াই দৈ কাপৰ সৈতে মিহলি কৰি লওক।
সেৱণ -
১) ৰাতিপুৱা আৰু দুপৰীয়া খোৱাৰ পিছত একাপ কৈ দিনত দুবাৰ।
২) ৰাতি খোৱাৰ আধা ঘন্টা পিছত এক কাপ দেশী গাইৰ গৰম গাখীৰৰ সৈতে 3/4/5 টা তুলসীৰ পাত নাইবা আধা চামুচ হালধিৰ ৰস বা গুড়ি মিহলাই সেৱণ কৰক।
লেখক: ৰংমন ৰংদৈ
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 4/28/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.