অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমত ঘামচিৰ প্ৰতিকাৰ

গৰমত ঘামচিৰ প্ৰতিকাৰ

গ্ৰীষ্মকালিন সময়ত দেখা দিয়া সমস্যাবোৰৰ ভিতৰত অন্যতম এক সমস্যা হৈছে ঘামচি আৰু ঘামচিৰ পৰা পৰিত্ৰান পাবলৈ কিছু সমাধান তলত উল্লেখ কৰা হল|

  • কোমল টাৱেলেৰে গা মচিব| জোৰেৰে মোহাৰি বা ঘঁহি গা নমচিব|
  • গাত কোনো প্ৰকাৰৰ তেল নলগাব|
  • এই সময়ছোৱাত চন্দন বটি লগত গোলাপ জল মিহলাই ফে’চপেক ব্যৱহাৰ কৰিব|
  • গা ধোৱাৰ এঘণ্টাৰ আগতে এচামুচ খোৱা ছ’ডা বা ছ’ডিয়াম-বাই-কাৰ্বনেট(ঔষধৰ দোকানত উপলব্ধ) একাপ গোলাপ জলত গুলি লৈ কপাহেৰে শৰীৰত লগাব|
  • উৎস : সম্ভাৰ,অসমীয়া প্ৰতিদিন

    শেহতীয়া উন্নীতকৰণ: : 7/9/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate