অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মধুমেহত ভেণ্ডি

মধুমেহত ভেণ্ডি

আপুনি জানেনে বাৰু ‘ভেন্দি’ নামৰ পাচলি বিধৰ শৰীৰৰ তেজত থকা চেনিৰ স্তৰক ক’ম কৰিব পৰাৰ আছে এক আচৰিত গুণ ? হ’য় ই ডায়বেটিছৰ এক উত্তম ঔষধ। তেনেহলে ইয়াক এই ৰোগত খাব কেনেকৈ ?

দুটা ভেন্দি লওঁক। এতিয়া ভেন্দি দুটাৰ দুয়োফালৰ মূৰ দুটা কাটি পেলাই দিয়ক। ভেন্দি দুটাৰ মাজতো সৰু সৰুকৈ অকণমানকৈ কঁচি দিয়ক।চিঙি নিদিব। এতিয়া ইয়াক নিশাটো এগিলাচ (আয়নাৰ গিলাচ হে ল’ব) পানীত ডুবাই ৰাখক। ওপৰত এখন ঢাকণ ভালকৈ দি থওঁক, যাতে ভিতৰৰ ৰাসায়নিক বিক্ৰিয়াৰ সময়ত উৎপন্ন হোৱা গৰম খিনি বেচিকৈ পলাই যাব নোৱাৰে। ফ্ৰিজত ন’থব।

পূৱা উঠি পানী খিনি চাকি লৈ খালী পেটত খাই দিয়ক। ২ সপ্তাহৰ ভিতৰতে আপুনি ভাবিব নোৱাৰা ধৰণে উপকাৰ পাব। এই প্ৰক্ৰিয়া সদায় চলাই যাওঁক। আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত থাকিব।

শেহতীয়া উন্নীতকৰণ: : 5/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate