অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূৰৰ বিষৰ কেইটামান প্ৰাথমিক প্ৰতিবিধান

মূৰৰ বিষৰ কেইটামান প্ৰাথমিক প্ৰতিবিধান

 

*ধ্যান আৰু যোগৰ সহায়ত মানসিক চাপ কমাবৰ প্ৰৱাস কৰক।

*নিজৰ খং, উত্তেজনা, দুশ্চিন্তা কোনো নিৰ্ভৰযোগ্য ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰক।

*নিতৌ সন্তুলিত আহাৰ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।

*মদ্যপান, ধূম্ৰপান আৰু যিকোনো ৰাগিয়াল দৰব পৰিহাৰ কৰক।

*একে সময়তে নিতৌ ৭/৮ ঘন্টা নিদ্ৰা যোৱাৰ অভ্যাস কৰক।

*নিয়মীয়া চকু পৰীক্ষা কৰাব।

*ম’বাইল আৰু কম্পিউটাৰৰ কামৰ মাজৰ পৰা চকু আৰু দেহক বিশ্ৰাম দিয়াৰ অভ্যাস গঢ়ি তোলক।

*দৰবৰ অতিমাত্ৰা সেৱন পৰিহাৰ কৰি চলক।

*সুস্বাস্থ্যৰ বাবে অসমীয়া ঘৰুৱা বনৌষধি, শাক-পাত, থলুৱা খাদ্য মাজে মাজে গ্ৰহণ কৰক।

*নিৰাশাবাদী নহ’ব, সদায় যোগাত্মক চিন্তা কৰক।

*সুস্থ জীৱনশৈনী মানি চলক।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate