খাদ্য |
পৰিমাণ |
কেল’ৰি |
প্ৰ’টিন (গ্ৰাম) |
ৰাতিপুৱা কুহুমীয়া গৰম নেমু পানীৰ সৈতে চেনিবিহীন চাহ মেৰী বিস্কুট |
এগিলাচ একাপ এখন |
৩৫ ৫৬ |
৪ গ্ৰাম |
পুৱাৰ আহাৰ ফেটবিহীন গাখীৰ ব্ৰাউন ব্ৰেড বা উপমা |
এগিলাচ এক প্লেট |
৯০ ২০৫ |
৮ গ্ৰাম ৬ গ্ৰাম |
এঘাৰ বজাত ফল-মূলৰ চালাড দুপৰীয়াৰ আহাৰ নিৰামিষ খিচিৰি নিৰামিষ ৰাইটা মাছ বা মাংস পাচলিৰ চালাড |
এবাটি
এটা মধ্যমীয়া বাটি সৰু এবাটি দুটুকুৰা এবাটি |
৪০
২০২ ৭৫ ১০০ ৩০ |
৯.৫ গ্ৰাম
৩.৫ গ্ৰাম ১০ গ্ৰাম ২ গ্ৰাম |
আবেলি চেনিবিহীন চাহ যিকোনো বিস্কুট |
একাপ দুখন |
৩৫ ১২০ |
৪ গ্ৰাম
|
ৰাতিৰ আহাৰ আটাৰ শুকান ৰুটী পাচলি দৈ |
দুখন এবাটি এবাটি |
২০০ ৫০ ৩০ |
২ গ্ৰাম ১.৫ গ্ৰাম |
উৎস: জিএনআৰচি স্বাস্থ্য।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
কোমোৰা আৰু ইয়াৰ বিশেষ গুণাগুণৰ বিষয়ে ইয়াত দিয়া হৈছ...
অসমীয়া খাদ্য প্ৰণালীৰ সম্পৰ্কে কিছু আভাষ
অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ
আঁহযুক্ত খাদ্যই মধুমেহ আৰু মেদবহুলতা প্ৰতিৰোধ কৰে