শৰীৰৰ পৰা দুৰ্গন্ধ নাইকিয়া কৰাৰ কেইটামান উপায়
শৰীৰৰ পৰা দুৰ্গন্ধ নাইকিয়া কৰাৰ কেইটামান উপায়
- দিনটোৰ ভিতৰত যিমান পাৰে পৰিস্কাৰ পানী খাব|
- পদিনাৰ ৰস বা পদিনাৰ চাটনি খাব|
- নেমুৰ চৰবত খাব, গা ধোৱা পানীত নেমুৰ ৰস মিহলাই ধুব|
- কমলাৰ ৰসে শৰীৰৰ পৰা ঘামৰ গোন্ধ নাইকিয়া কৰে|
- ঘাম ওলাই থকা অংশত মুখত কোনো প্ৰসাধন নলগাব| এনে অৱস্থাত প্ৰসাধন লগালে ছালৰ ক্ষতি হয়| শৰীৰৰ পৰা ভাল গোন্ধ ওলোৱাতকৈ বেয়া গোন্ধহে বেছি ওলায়|
উৎস:- সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 4/25/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.