অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মিছন ইন্দ্ৰধনুজ

মিছন ইন্দ্ৰধনুজ

মিছন ইন্দ্ৰধনুজ আচঁনি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ২৫ ডিচেম্বৰ ২০১৪ তাৰিখে শুভাৰম্ভ কৰিছিল।এই আচঁনিৰ মূল লক্ষ্য হল জন্মৰ পৰা দুবছৰলৈ সকলো শিশু তথা গৰ্ভাবস্থা মাতৃক সাত বিধ বেমাৰৰ পৰা প্ৰ্তিৰোধ অৰ্থে টিকাকৰন প্ৰদান কৰা সুনিশ্চিত কৰা।

এই আচঁনিৰ মূল উদ্দেশ্য হল ৰামধেনুৰ সাতোটা ৰঙৰ দৰে সাতোটা শিশুজনিত বেমাৰৰ পৰা শিশুক টিকা প্ৰদান কৰি এই বেমাৰৰ পৰা প্ৰতিৰোধ কৰা।এই আচঁনিত দেশৰ সকলো শিশুক ২০২০ চনলৈ এই টিকাকৰন ব্যৱস্থাৰ দ্বাৰা সাঙুৰি লোৱা হব যাতে সকলো শিশুৱে এই সাতবিধ বেমাৰৰ প্ৰতিৰোধ টিকা লাভ কৰে।এই মিছন ইন্দ্ৰধনুজ আচঁনিয়ে তলত উল্লেখিত সাতবিধ বেমাৰৰ পৰা শিশু তথা মাতৃক প্ৰতিৰোধ প্ৰদান কৰাৰ উদ্দেশ্য টিকাকৰন কৰা হব:

  • ডিপোথৰিয়া
  • কলা কাহঁ
  • টেটোনেছ
  • পলিও
  • টুবুৰক্লিউয়াছ
  • মিছেলেছ
  • হেপাটাইটিছ বি।

ইয়াৰ উপৰিও নিৰ্বাচিত কিছুস্ংখ্যক ৰাজ্যত এই টিকাৰ উপৰিও জাপানী ইনফ্লেজাইন্টিছ আৰু এইচাইভি বেমাৰৰ টিকাও প্ৰদান কৰা হব।

এই মিছন ইন্দ্ৰধনুজ সমগ্ৰ দেশত দুটা পৰ্য্যায়ত সম্পাদিত কৰা হব।এই মিছন ইন্দ্ৰধনুজ প্ৰথম পৰ্য্যায়ত ৭ এপ্ৰিল ২০১৫ চনৰ সমগ্ৰ দেশৰ ২৮ খন ৰাজ্য সামৰি তাৰ প্ৰায় ২০১ জিলাত এই টিকাকৰন অভিযান আৰম্ভ কৰা হয়।এই মিছন ইন্দ্ৰধনুজ প্ৰথম পৰ্য্যায় অভিযানৰ সময়ছোৱাত ৭৫ লাখ শিশুক এই টিকা প্ৰদান কৰা হয় তথা প্ৰায় ২০ লাখ গৰ্ভাৱস্থা মাতৃক টিটোনেছ টিকা প্ৰদান কৰা হয়।

এই মিছন ইন্দ্ৰধনুজ দ্বিতীয় পৰ্য্যায়ত দেশৰ সৰ্বমুঠ ৩৫২খন জিলাক সাঙুৰি লোৱা হয় যত অনেক বঞ্চিত শিশুক এই টিকা প্ৰদান কৰা হয়।এই মিছন ইন্দ্ৰধনুজ দ্বিতীয় পৰ্য্যায় ৩ অক্টোবৰ ২০১৫ চনত আৰম্ভ হয় আৰু সফলতাৰে এই মিছন সম্পাদন কৰা হয়।

মিছন ইন্দ্ৰধনুজ আচঁনিয়ে সামৰি লোৱা ৰাজ্য তথা জিলাৰ তথ্য তলত উল্লেখ কৰা হল:

 

S.NO

STATE

S.NO

DISTRICT

S.NO

DISTRICT

1

ANDHRA PRADESH

1

EAST GODAVARI

2

GUNTUR

3

KRISHNA

4

KURNOOL

5

VISAKHAPATNAM

2

ARUNACHAL PRADESH

1

CHANGLONG

2

EAST KAMENG

3

EAST SIANG

4

LOHIT

5

UPPER SIANG

3

ASSAM

1

BONGAIGAON

2

DARRANG

3

DHUBRI

4

GOALPARA

5

HAILAKANDI

6

KARIMGANJ

7

KOKRAJHAR

8

NAGAON

4

BIHAR

1

ARARIA

2

BEGUSARAI

3

CHAMPARAN EAST

4

CHAMPARAN WEST

5

DARBHANGA

6

GAYA

7

JAMUI

8

KATIHAR

9

KISHANGANJ

10

MUZAFFARPUR

11

PATNA

12

SAHARSA

13

SAMASTIPUR

14

SITAMARHI

5

CHHATTISGARH

1

BALODABAZAAR BHATAPARA

2

BIJAAPUR

3

BILASPUR

4

DANTEWADA

5

JASHPUR

6

KORBA

7

RAIPUR

8

SARGUJA

6

DELHI

1

NORTH-EAST

2

NORTH-WEST

7

GUJARAT

1

AHMEDABAD

2

AHMEDABAD CORPN.

3

BANASKANTHA

4

DAHOD

5

DANGS

6

KUTCH

7

PANCHMAHALS

8

SABARKANTHA

9

VALSAD

8

HARYANA

1

FARIDABAD

2

GURGAON

3

MEWAT

4

PALWAL

5

PANIPAT

9

JAMMU & KASHMIR

1

DODA

2

KISHTWAR

3

PUNCH

4

RAJAURI

5

RAMBAN

10

JHARKHAND

1

DEOGHAR

2

DHANBAD

3

GIRIDIH

4

GODDA

5

PAKUR

6

SAHIBGANJ

11

KARNATAKA

1

BANGALORE (U)

2

BELLARY

3

GULBARGA

4

KOPPAL

5

RAICHUR

6

YADGIR

12

KERALA

1

KASARAGOD

2

MALAPPURAM

13

MADHYA PRADESH

1

ALIRAJPUR

2

ANUPPUR

3

CHHATARPUR

4

DAMOH

5

JHABUA

6

MANDLA

7

PANNA

8

RAISEN

9

REWA

10

SAGAR

11

SATANA

12

SHADOL

13

TIKAMGARH

14

UMARIYA

15

VIDISHA

14

MAHARASHTRA

1

BEED

2

DHULE

3

HINGOLI

4

JALGAON

5

NANDED

6

NASIK

7

THANE

15

MANIPUR

1

CHURACHANDPUR

2

SENAPATI

3

TAMENGLONG

4

UKHRUL

16

MEGHALAYA

1

EAST KHASI HILL

2

WEST GARO HILLS

3

WEST KHASI HILL

17

MIZORAM

1

LAWNGTLAI

2

LUNGLEI

3

MAMIT

4

SAIHA

18

NAGALAND

1

DIMAPUR

2

KIPHIRE

3

KOHIMA

4

MON

5

TUENSANG

6

WOKHA

19

ODISHA

1

BOUDH

2

GAJAPATI

3

GANJAM

4

KANDHAMAL

5

KHURDA

6

KORAPUT

7

MALAKANGIRI

8

NABARANGPUR

9

NUAPADA

10

RAYAGADA

20

PONDICHERRY

1

YANAM

21

PUNJAB

1

GURDASPUR

2

LUDHIANA

3

MUKTSAR

22

RAJASTHAN

1

ALWAR

2

BARMER

3

BUNDI

4

DHAULPUR

5

JAIPUR

6

JODHPUR

7

KARAULI

8

SAWAI MADHOPUR

9

TONK

23

TAMIL NADU

1

COIMBATORE

2

KANCHEEPURAM

3

MADURAI

4

THIRUVALLUR

5

TIRUCHIRAPALLI

6

TIRUNELVELI

7

VELLORE

8

VIRUDHUNAGER

24

TELANGANA

1

ADILABAD

2

MAHBUBNAGAR

25

TRIPURA

1

DHALAI

2

TRIPURA NORTH

3

TRIPURA WEST

26

UTTAR PRADESH

1

AGRA

2

ALIGARH

3

ALLAHABAD

4

AMETHI

5

AMROHA

6

AURAIYA

7

AZAMGARH

8

BADAUN

9

BADOHI

10

BAHRAICH

11

BALRAMPUR

12

BANDA

13

BARABANKI

14

BAREILLY

15

BULANDSHAHAR

16

CHITRAKOOT

17

ETAH

18

ETAWAH

19

FARRUKHABAD

20

FEROZABAD

21

GHAZIABAD

22

GONDA

23

HAPUR

24

HARDOI

25

HATHRAS

26

KANNAUJ

27

KASGANJ

28

KAUSHAMBI

29

KHERI

30

MAINPURI

31

MATHURA

32

MEERUT

33

MIRZAPUR

34

MORADABAD

35

MUZAFFARNAGAR

36

PILIBHIT

37

SAMBHAL

38

SHAHJAHANPUR

39

SHAMLI

40

SIDDHARTHNAGAR

41

SITAPUR

42

SONBHADRA

43

SRAWASTI

44

SULTANPUR

27

UTTARAKHAND

1

HARDWAR

28

WEST BENGAL

1

24-PARGANAS NORTH

2

24-PARGANAS SOUTH

3

BARDHAMAN

4

BIRBHUM

5

MURSHIDABAD

6

UTTAR DINAJPUR

মিছন ইন্দ্ৰধনুজ লগত জড়িত কিছু প্ৰশ্ন উত্তৰ:

(১) টিকাকৰন সাধাৰনতে কি হয়:

শিশুক প্ৰদান কৰা টিকাকৰন ব্যবস্থা হল কিছুমান বেমাৰৰ পৰা শিশুক এই টিকা প্ৰদান কৰি স্বাস্থ্য সুৰক্ষা প্ৰদান কৰা।এই টিকাকৰন ব্যৱস্থাই শিশুক কিছুমান ভয়ংকৰ বেমাৰৰ পৰা ৰক্ষা কৰে।

(২)শিশুক এই টিকা কত দিৱ পাৰি?

আপোনাৰ অঞ্চলৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ তথা যিকোনো ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰত এই টিকা শিশুক প্ৰদান কৰিব পাৰি।

(৩) শিশুক এই টিকা প্ৰদান কিমান খৰচ হয়?

সাধাৰনতে এই টিকা প্ৰদান চৰকাৰী চিকিৎসালয়ত বিনামূল্যে প্ৰদান কৰা হয় তথা যিকোনো চৰকাৰী টিকাকৰন অভিযানৰ সময়ত এই টিকা বিনামূল্যে প্ৰদান কৰা হয়।

উৎস: http://www.missionindradhanush.in/

শেহতীয়া উন্নীতকৰণ: : 1/29/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate