মজুৰী আইন হ’ল কোনো কাৰখানা, ঔদ্যোগিক প্ৰতিষ্ঠানত বা বৃক্ষৰোপন কাৰ্যত নিয়োজিত শ্ৰমিকৰ দৰমহা নিৰ্দ্ধাৰণ কৰা। এই আইনৰ মুখ্য উদ্দেশ্য হৈছে শ্ৰমিকৰ বেআইনীভাবে দৰমহা কৰ্তন কৰা আৰু দৰমহা বিলম্ব হোৱাত বাধা দিয়া।
মজুৰি আইনৰ ভিতৰত সকলো ধৰণৰ দৰমহা আৰু ভাট্টা বা ব’নাচ শ্ৰমৰ বিনিময়ত ধন বা টকাৰে মূল্যাঙ্কণ কৰি প্ৰদান কৰা-তেনেধৰণৰ নিযুক্তি বিলাক হৈছে-
এই আইনৰ উদ্দেশ্য হৈছে-নিযুক্ত প্ৰাৰ্থীক এটা নিৰ্দিষ্ট নিয়মত বিৰতিৰ পাছত তেওঁলোকৰ বেতন অ-কৰ্তৃত্বহীন ভাৱে কটা নহয়। এই আইন মাহেকীয়া বেতনভোগী কৰ্মচাৰীৰ কাৰণে প্ৰযোজ্য হয়।
হাজিৰা বা মজুৰি নিৰ্দ্ধাৰণৰ সময়:
মজুৰি দিয়াত দায়বদ্ধ হোৱা, প্ৰত্যেক ব্যক্তিয়েই কৰ্মচাৰীক দিব পৰাকৈ বেতন নিৰ্দ্ধাৰণ কৰিব লাগে। বেতন দিয়াৰ ম্যাদ এমাহতকৈ বেছি হ’ব নোৱাৰিব।
এই আইনৰ ৬ ন্ং দফা অনুসৰি নিয়োগকৰ্তাই চলিত মুদ্ৰা বা নোট দি বেতন দিব পাৰিব। নিয়োগকৰ্তাই লিখিত অধিকাৰ পত্ৰৰে শ্ৰমিকক চেক বা তেওঁলোকৰ একাউণ্টত বেংকত জমা দিব পাৰিব।
উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ।
শেহতীয়া উন্নীতকৰণ: : 9/13/2018