জাত :
জাত
|
কৃষিকাল (দিন)
|
সেউজীয়া ঘাঁহ (কুই: /হে: )
|
শুকান ঘাঁহ (কুই: /হে: )
|
কিমানবাৰ শস্য কাটিব পাৰি
|
এল এলকম্প-৫ |
৭৫
|
২৯৮
|
৪৯.৬৬
|
প্ৰথমবাৰ
|
টি – ৯ |
৭৫
|
২৮০
|
৪২.৪২
|
প্ৰথমবাৰ
|
ব্যৱধান : শাৰীবোৰৰ মাজত ২৫ চে: মি:
বীজৰ পৰিমাণ : প্ৰতি হেক্টৰত ২০ কিলোগ্রামা
বীজ সিঁচাৰ সময় : অক্টোবৰ - নবেম্বৰ
সাৰ প্ৰয়োগ :
সাৰ
|
কিলো/হেক্টৰ
|
কিলো/বিঘা
|
গোবৰ বা পচন সাৰ |
৩ টন
|
৪ কুই:
|
নাইট্ৰ'জেন |
২৫
|
৩.৩
|
ফছফৰাচ |
৮৭
|
১১.৫
|
পটাছ |
৪০
|
৫.৩
|
জলসিঞ্চন
শস্যডৰা ভালদৰে বাঢ়ি অহালৈকে প্ৰতি সপ্তাহৰ ব্যৱধানৰ ২/৩ বাৰ জলসিঞ্চন কৰিব লাগে ৷ তাৰপিচত মাটিত জেক থকাৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চন কৰিব লাগে৷
শস্য কটা
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/6/2020