অনুমোদিত জাত
লেচেৰা মাহ = নং ১০, নং ৪২/১, ই-চি ৪২১৬
ৰাইচবিন = কে-১
পথাৰ প্ৰস্ততি
পানী জমা হব নোৱাৰা বা ওলাই যাব পৰা মাটি নিৰ্বাচন কৰিব লাগে ৷ মোল্ডবোৰ্ড নাঙলৰ দ্বাৰা হাল বাই ২-৩ বাৰ মৈয়াই মাটিডৰা প্ৰস্তুত কৰি লব লাগে৷
বীজ সিঁচাৰ সময়
এপ্ৰিল-মে’ ৷
বীজৰ পৰিমান
লেচেৰা মাহ = প্ৰতি হেক্টৰত ৫০ কি:গ্ৰাম ৷
ৰাইচবিন = প্ৰতি হেক্টৰত ২৫ কি:গ্ৰাম ৷
দূৰত্ব
শাৰীৰ মাজত ৩৫ ছে:মিটাৰ ৷
গছৰ মাজত ১০ ছে:মিটাৰ ৷
সাৰ প্ৰয়োগ : হেক্টৰে প্ৰতি ৩-৪ টন নাইবা বিঘাই প্ৰতি ৪-৬ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব ৷
ফুষ্টি |
পৰিমান |
সাৰ |
সাৰৰ পৰিমান (কি:গ্ৰাম) |
|
হেক্টৰত |
বিঘাত |
|||
নাইট্ৰোজেন |
২০ |
ইউৰীয়া |
৪৪ |
৬ |
ফছফৰাছ |
৪০ |
একক চুপাৰ ফছফেট |
২৪৮ |
৩৫ |
পটাছ |
২০ |
মিউৰেট অৱ পটাছ |
৩২ |
৫ |
শস্য চপোৱা / কটা : বীজ সিঁচাৰ ৭০ দিনৰ পিছত ৷
সেউজীয়া ঘাঁহৰ উৎপাদন : প্ৰতি হেক্টৰত ২০-২৫ টন৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 5/23/2020