জাত
জাত |
ব্যৱধান |
সেউজীয়া ঘাঁহ ডাল-পাত( কুই:/হে: ) |
সেউজীয়াপাত ( কুই:/হে:) |
শুকান পাত ( কুই:/হে:) |
হাৱাইন-১ |
১ মি: x ২০ চে:মি: |
৮৫০.০০ |
৮৩.৩৩ |
৫১.৪১ |
শচৰাচৰ হোৱা জাত-১ |
১ মি: x ৩০ চে:মি: |
১১২৮.৮৩ |
১৬২.৫০ |
৮৭.০৭ |
বীজৰ পৰিমাণ : হেক্টৰে প্ৰতি ৩-৪ কি.গ্রা.৷
বীজ শোধন : ৮০ ডিগ্রী চেন্টিগ্ৰেড উত্তাপ থকা উতলা পানীত বীজবোৰ তিয়াই ললে ভালদৰে অঙ্কুৰিত হয়৷
সাৰ |
কি.গ্রা./হেক্টৰ |
কি.গ্রা./বিঘা |
গোবৰ বা পচন সাৰ |
৩ টন |
৪ কুই: |
নাইট্ৰ'জেন |
২০ |
২.৬৬ |
ফচফৰাচ |
৫০ |
৬.৬ |
বীজ সিচা সময় : মাৰ্চ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে৷
শস্য কটা
গুৰিৰ ফালৰ পৰা ৬০ চে: মি: উচ্চতা বাদ দি, বীজ সিঁচাৰ ৫০ দিনৰ পিছত প্ৰথমবাৰ শস্য কাটিব লাগে ৷ ইয়াৰ পিছত ৪০ দিনৰ অন্তৰে অন্তৰে দ্বিতীয়বাৰ গুৰিৰ পৰা ৭৫ চে: মি: বাদ দি আৰু তৃতীয়বাৰ ৯০ চে: মি: বাদ দি কাটিব লাগে ৷ তাৰ পিছত প্ৰতিবাৰে গুৰিৰ পৰা ৯০ চে: মি: উচ্চতা বাদ দি ৪০ দিনৰ অন্তৰে অন্তৰে শস্য কাটিব পাৰি৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/9/2020