সচঁ :
পুচা চৰবতী , হাৰা মধু , পাঞ্জাব চুনেহৰী , দুর্গাপুৰ মধূ , আর্কা ৰাজহঞ্চ , আর্কা জীত ।
পানী জমা নোহোৱা ওখ পলসুৱা , খাৰুৱা মাটি নির্ব্বাচন কৰিব ।
৫-৭ কি: গ্রাম / হেক্টৰত
জানুৱাৰীৰ পৰা মার্চ মাহৰ মধ্যভাগলৈ ।
ব্যৱধান :
১.৫ - ২.০ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ )* ০.৬ -১.২ মিটাৰ ( পুলিৰ পৰা পুলিলৈ )
পচন সাৰ ২৫ টন , নাইট্রজেন ৬৮ কি: গ্রাম , ফছফৰাচ ৬৮ কি: গ্রাম ,পটাছ ১৩০ কি: গ্রাম প্রতি হেক্টৰত মাটি প্রস্তুত কৰিবৰ সময়ত প্রয়োগ কৰি লব ।
শুকান বতৰত ১০ -১৫ দিনৰ ব্যৱধানত পানী যোগান ধৰিব ।
পুৰঠ হোৱাৰ লগে লগে ফলবোৰ চিঙাৰ ব্যৱস্থা কৰিব ।
উত্পাদন :
২৮০ - ৪৫০ কুইন্টল / হেক্টৰত ।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 4/22/2020