জাত
|
বীজ সিচাঁ সময়
|
কঠীয়া ৰোৱা সময়
|
খেতি চপোৱা সময়
|
কৃষি কাল
(দিন হিচাপত) |
কৃষি জলবায়ু পৰিমণ্ডল
|
গড় উৎপাদন টন/হেক্টৰ
|
বৰো-১ |
নম্বেবৰ
|
ডিচেম্বৰ/জানুৱাৰী
|
এপ্ৰিল/মে’
|
১৫০
|
১,২,৩,৪.৫
|
|
বৰো -২ |
নম্বেবৰ
|
ঐ
|
মে’
|
১৬৫
|
ঐ
|
৩.০
|
কালচাৰ-১ |
ঐ
|
ঐ
|
এপ্ৰিলৰ মাজ ভাগ
|
১৪০-১৪৫
|
১,৪,৫
|
২.০
|
কলিঙ্গ |
ঐ
|
ঐ
|
মেৰ মাজ ভাগ
|
১৭৫
|
১,৪
|
৩.০
|
কৃষ্ণা |
ঐ
|
ঐ
|
এপ্ৰিল
|
১৪৫-১৫৫
|
৫
|
৩.৫
|
*মাচুৰি |
অক্টোবৰ
|
নম্বেবৰ/ ডিচেম্বৰ
|
মে’
|
১৮০-১৯০
|
১,২,৩,৪
|
৪.০
|
*আইআৰ - ৫০ |
নম্বেবৰ/ ডিচেম্বৰ
|
ডিচেম্বৰ/জানুৱাৰী
|
এপ্ৰিল/মে’
|
১৫৫-১৬০
|
৫
|
৩.০
|
কাবেৰী |
ঐ
|
ঐ
|
ঐ
|
১৫০-১৫৫
|
৫
|
৩.০
|
ভাংলামী |
ঐ
|
ঐ
|
ঐ
|
১৫৫-১৬০
|
৫
|
৩.৫
|
জয়মতী |
ঐ
|
ঐ
|
মে’-জুন
|
১৭৫
|
২,৩
|
৫.১
|
বিষ্ঞুপ্ৰসাদ |
ঐ
|
ঐ
|
এপ্ৰিল
|
১৬৫
|
১,২,৩,৪,৫
|
৫.১
|
জ্যোতিপ্ৰসাদ |
ঐ
|
ঐ
|
ঐ
|
ঐ
|
ঐ
|
ঐ
|
নতুনকৈ অনুমোদিত বৰো ধানৰ জাতসমূহ
জাত
|
বীজ সিচাঁ সময়
|
কঠীয়া ৰোৱা সময়
|
খেতি চপোৱা সময়
|
কৃষি কাল
(দিন হিচাপত) |
কৃষি জলবায়ু পৰিমণ্ডল
|
গড় উৎপাদন টন/হেক্টৰ
|
বেমাৰৰ প্রতি প্রতিক্রিয়া
|
দিননাথ |
নম্বেবৰ
|
ডিচেম্বৰ/জানুৱাৰী
|
এপ্ৰিল/মে’
|
১৫০
|
১,২,৩,৪.৫
|
৬.২৮
|
ব্লাইট বেমাৰ সামান্যপ্রতিহত কৰিব পৰা
|
স্বর্ণত |
নম্বেবৰ
|
ঐ
|
মে’
|
১৬৫
|
ঐ
|
৬.১৬
|
ব্লাইট বেমাৰ প্রতিহত আৰু চিঠব্লাইট বেমাৰ সামান্য প্রতিহত কৰিব পৰা
|
কণকলতা |
ডিচেম্বৰ
|
ঐ
|
এপ্ৰিলৰ মাজ ভাগ
|
১৪০-১৪৫
|
২,৩,৪,৫
|
৫.০-৫.৫
|
ব্লাইট বেমাৰ প্রতিহত আৰু চিঠব্লাইট বেমাৰ সামান্য প্রতিহত কৰিব পৰা
|
* ১) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ, ২) ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চল, ৩) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্যঅঞ্চল, ৪) ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অঞ্চল, ৫) বৰাক উপত্যকা, ৬) পার্বত্য অঞ্চল ৷
** ব্লাষ্টৰোগ হোৱা অঞ্চলৰ বাবে অনুমোদিত নহয় ৷
*বিভিন্ন জাতৰ কৃষিকাল সমুহ তিতাবৰ ধান গবেষণা কেন্দ্ৰত কৰা পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হৈছে ৷ বেছি শীত পৰা অঞ্চলত কৃষিকাল কিছু হ্ৰাস পাব ৷
এই ধানৰ বাবে সচৰাচৰ বৰোধানৰ খেতি কৰা দ মাটি নাইবা জলসিঞ্চনৰ সুবিধা থকা অঞ্চল নিৰ্বাচন কৰিব ৷
বীজ নিৰ্বাচন: বীজবোৰ পৰিষ্কাৰ পানীত তিয়াই সুস্হ বীজবোৰ নির্বাচন কৰিব আৰু পানীত ওপঙি উঠা বেয়া বীজবোৰ বাদ দিব৷
বীজ শোধন : (ক) তিওৱা পদ্ধতি : বীজ নিৰ্বাচন কৰাৰ পিচত তলত দিয়া যিকোনো এবিধ ঔষধত বীজবোৰ ২৪ ঘন্টা তিয়াই শোধন কৰি লব ৷
ঔষধ
|
পৰিমাণ
|
এক হেক্টৰ মাটিৰ বীজ শোধন কৰিবলৈ ঔষধৰ খৰছ
|
মেনকোজেৰ (ডাইথেন এম-৪৫) |
২.৫ গ্ৰাম/১ লিটাৰ পানীত
|
২২.০০ টকা
|
কেপন্টান (কেপটাফ) |
ঐ
|
৩৪.০০ টকা
|
কেপটাফ’ল (কলটাফ) |
ঐ
|
৫০.০০ টকা
|
কাৰ্বেন্ডেজাইম (বেভিষ্টিন) |
১ গ্ৰাম/১ লিটাৰ পানীত
|
৩৭.০০ টকা
|
১ কিলো বীজ শোধনৰ বাবে ১ লিটাৰ ঔষধ মিশ্ৰণৰ প্ৰয়োজন
পানীত তিয়াই বীজ নিৰ্বাচন কৰিব |
২৪ ঘন্টা ঔষধ মিশ্ৰণত তিয়াই থব |
৪৮ ঘন্টা বীজবোৰ ছাঁত ঢাকি বাখিব |
শুকান পদ্ধতি
তলত দিয়া যিকোনো এবিধ ঔষধৰ সৈতে বীজবোৰ এটা বন্ধ টেমাত লৈ পাঁচ মিনিট মান ভালদৰে জোকাৰি বীজৰ সৈতে ঔষধ ভালদৰে মিহলাই লব লাগে ৷
ঔষধ
|
পৰিমাণ
|
এক হেক্টৰ মাটিৰ বীজ শোধনৰ বাবে খৰছ
|
মেনকোজেব (ডাইথেন এম-৪৫) |
২.৫ গ্ৰাম/১ কিলো বীজ
|
২০.০০ টকা
|
কেপটান (কেপটাফ) |
ঐ
|
৩৪.০০ টকা
|
কেপটাফল (ফলটাফ) |
ঐ
|
৫০.০০ টকা
|
কাৰ্বেনডেজাইম (বেভিষ্টিন) |
২ গ্ৰাম/১ িলো বীজত
|
৭৫.০০ টকা
|
কঠীয়া উত্পাদন
(ক) কঠীয়াতলী প্রস্তুতি : সমান ,১২৫ চে :মি: বহল আৰু ১০ মিটাৰ দীঘল বীজতলীৰ প্রয়োজন । দুখন বীজতলীৰ মাজত ৩০ চে:মি: মানৰ এটা ব্যৱধান থাকিব লাগে । ১ বিঘা মাটি ৰোবৰ বাবে ৬-৮ খনমান এনে বীজতলীৰ প্রয়োজন হয় । শীতকালি (ডিচেম্বৰৰ শেষ ভাগৰ পৰা জানুৱাৰীৰ মাজভাগলৈ) কঠীয়া উত্পাদন কৰিবলৈ পলিথিনেৰে আৱৰা সৰু ঘৰ সদৃশ গাঁথনিৰ প্রয়োজন হয় । এই পলিথিনৰ গাঁথনিটোৰ আকাৰ ওখই ৭৫ চে:মি: ,বহলে ১২৫ চে:মি: আৰু দীঘলটো নিজৰ ওপৰত নির্ভৰ কৰি সাজি লব লাগে । এই পলিথিনৰ ঘৰটো এটা সৰু আকাৰৰ ঘৰ আৰু ইয়াক সময় অনুযায়ী ইফাল সিফাল কৰিব পাৰি । এইটো কঠীয়া তলীখনৰ ওপৰত বহুৱাই দিব পাৰি আৰু এনে কৰিলে ভিতৰৰ উষ্ণতা বৃদ্ধিপাব আৰু কঠীয়াবোৰ বাঢ়িবলৈ সহায়ক হব । পলিথিনৰ বেৰা আৰু মাটিৰ মাজত যদি কোনো ফাঁক দেখা যায় সেইবোৰ বোকাৰে বন্ধ কৰি দিব লাগে । কঠীয়া ওঠোৱাৰ ৭ দিনমান আগেয়ে দিনটোৰ ভিতৰত ১-২ বাৰ মান এই আতৰায় দিব লাগে যাতে সূর্য্যৰ তাপ পোনে পোনে তলীখনত পৰে । কঠীয়া ওঠোৱাৰ ২ দিনমানৰ আগৰ পৰা এই গৃহ সম্পূণকৈ আঁতৰায় দিব লাগে ।
(খ) বীজৰ পৰিমাণ : প্ৰতিখন কঠীয়াতলীত ৬৫০ গ্ৰামৰ পৰা ১০০০ গ্ৰামলৈকে ভালদৰে অংকুৰিত হোৱা বীজ সিচিব লাগে ৷ এক হেক্টৰ মাটিত ৰুবৰ বাবে ৪০-৪৫ কিলোগ্ৰাম বীজৰ কঠীয়াৰ প্ৰয়োজন ৷
(গ) কঠীয়াতলীত শস্যৰক্ষা
ঔষধৰ নাম |
|
প্ৰতি ১০ বৰ্গ মিটাৰত ১ মিলিলিটাৰ হিচাবে
|
ক্লৰপাইৰিফছ |
-
|
০.১০
|
কুইনালফছ |
-
|
০.১৫
|
মনক্ৰটফছ |
-
|
০.১২
|
ফচফমিডন |
-
|
০.০৭
|
এনডোচালফান |
-
|
০.১৪
|
এই ঔষধ মিশ্ৰণ হস্তচালিত স্প্ৰেয়াৰত প্ৰতি ১০ বৰ্গ মিটাৰত ৪০০ মিলিলিটাৰ আৰু যন্ত্ৰচালিত স্প্ৰেয়াৰত প্ৰতি ১০ বৰ্গ মিটাৰত ১০০ মিলিলিটাৰকৈ প্ৰয়োগ কৰা উচিত ৷
(ঘ) ৰোৱাৰ আগতে কঠীয়াৰ প্ৰাথমিক প্ৰতিষেধক ব্যৱস্হা :
মজাখোৱা পোক, গলমিজ আৰু ফৰিং পোক দমনৰ বাবে তুলি অনা কঠীয়া পুলিবোৰৰ শিপাৰ অংশটো শতকৰা ১ ভাগ ইউৰিয়া লগতে শতকৰা ০.০২ ভাগ শক্তিযুক্ত ক্লৰপাইৰিফছ্ ঔষধৰ (১ লিটাৰ পানীত ১ মিলিলিটাৰ ঔষধ) পানীত ৩ ঘন্টা সময় ডুবাই ৰাখিব ৷
ইয়াৰ বিকল্প হিচাপে, কঠীয়াবোৰ তলীৰ পৰা তুলি অনাৰ ৫-৭ দিনৰ আগতে কাৰ্বফুৰাণ (ফুৰাদন ৩ জি) ঔষধ প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ, নাইবা ফৰেট (থিমেট ১০ জি) প্ৰতি বৰ্গ মিটাৰত ১ গ্ৰামকৈ প্ৰয়োগ কৰিব ৷ ইয়াৰ বিকল্প হিচাপে কঠীয়া উঠোৱাৰ ৫ দিন আগতে কঠীয়াতলীত ০.০৫ ভাগ শক্তিযুক্ত ক্লৰপাইৰিফছ ঔষধ চটিয়াই লব পাৰে ৷
কঠীয়াৰ বয়স : ৫-৬ খিলা পাত ওলোৱা অৱস্হাত ৰোব লাগে৷
পথাৰ প্ৰস্তুতি : ৩-৪ বাৰ হালবাই মৈয়াই মাটি ভালকৈ সমান কৰি লব লাগে যাতে পথাৰত সকলো ঠাইতে পানী সমানে থাকে৷
সাৰ প্ৰয়োগ
পুষ্টিৰ পৰিমাণ
|
রাসায়নিক সাৰ
|
|||||
নাইট্ৰোজেন
|
ফচ-ফৰাচ
|
পটাছ
|
ইউৰিয়া
|
মিউৰিয়েট অৱপটাছ
|
একক চুপাৰ ফচফেট
|
|
১) দ অঞ্চল |
০
|
০
|
০
|
০
|
০
|
০
|
২) সচৰাচৰ বৰোধানৰ খেতি কৰা অঞ্চল |
৪০
|
২০
|
২০
|
১২
|
১৮
|
৪
|
৩) জলসিঞ্চিত অঞ্চল |
৬০
|
৩০
|
৩০
|
১৮
|
২০
|
৬
|
বি: দ্ৰ: বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অঞ্চলৰ দ মাটিৰ বাবে এন. পি. কেৰ মাত্ৰা হেক্টৰে প্ৰতি ২০: ১০ : ১০ কিলো অনুপাতত (বিঘাই প্ৰতি ৫ কিলো ইউৰিয়া, ৯ কিলো একক চুপাৰ ফচফেট আৰু ২ কিলো মিউৰিয়েট অৱ পটাছ) অনুমোদন কৰা হৈছে ৷
সাৰ প্ৰয়োগৰ সময় : জেক থকা মাটিত সমুদায় চুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব ৷ ৰোৱাৰ ২১-২৫ দিনৰ পিচত সমুদায় ইউৰিয়া সাৰ টপদ্ৰেছ হিচাবে প্ৰয়োগ কৰিব ৷ জলসিঞ্চিত অঞ্চলত তিনি ভাগৰ এক ভাগ ইউৰিয়া প্ৰাথমিক সাৰ হিচাবে, তিনি ভাগৰ এক ভাগ পোখা মেলাৰ সময়ত আৰু বাকী থকা তিনি ভাগৰ এক ভাগ ফুলধৰাৰ সময়ত প্ৰয়োগ কৰিব ৷ চুপাৰ ফচফেট সাৰো ৰোৱাৰ ২৫-৩৫ দিনৰ পিচত গছে পোখা মেলাৰ সময়ত দ্বিতীয় বাৰ নাইট্রোজেন সাৰ প্ৰয়োগ কৰাৰ লগতে মাটিত মিহলাই দিব পাৰি ৷
কঠীয়া ৰোপণ
জাত
|
সেমেকা মাটিত প্ৰতিটো গাঁতত কঠীয়াৰ সংখ্যা
|
কঠীয়া ৰোৱাৰ গভীৰতা (চে: মি:)
|
দুৰত্ব (শাৰী ষগছ) (চে: মি:)
|
মাচুৰী |
২
|
৫
|
২৫ ষ ২০
|
বৰো ১ আৰু ২ |
২
|
৫
|
২৫ ষ ২০
|
কলিঙ্গ-২ |
২
|
৫
|
২০ ষ ২০
|
কৃণ |
২
|
৫
|
২০ ষ ২০
|
কালচাৰ-১ (কলিঙ্গ-৩) |
৩
|
৫
|
২০ ষ ২০
|
খালী ঠাই পূৰণ: কঠীয়া ৰোৱাৰ ৭-১০ দিনৰ ভিতৰতেই যি বিলাক কঠীয়া মৰি যায় সেই বিলাক উভালি নতুনকৈ ৰোব লাগে৷
জলসিঞ্চন
ৰোৱাৰ ১-৩ দিনৰ পিচৰে পৰা খেতি চপোৱাৰ ৭-১০ দিন আগলৈকে পথাৰত ২-৫ চে: মি: পানী ৰাখিব লাগে৷ কিন্তু সদায়ে জলসিঞ্চনৰ সুবিধা নথকা অঞ্চলত পথাৰৰ পানী শুকাই গলে এদিন মানৰ পিছত ৭ চে: মি: মান পানী জলসিঞ্চন কৰি পথাৰত ৰাখিব লাগে৷
প্ৰতিপালন ব্যৱস্হা : কঠীয়া ৰোৱাৰ ২০ দিনৰ পিচত এবাৰ আৰু ৪০ দিনৰ পিছত এবাৰ বন-বাত নিৰৰব লাগে৷ টপদ্ৰেছ হিচাবে নাইট্রোজেন সাৰ প্ৰয়োগ কৰাৰ পিছত নিৰণি যন্ত্ৰেৰে বন-বত নিৰাব পাৰি৷
শস্য ৰক্ষা
পোক-পৰুৱা
ৰোগ-ব্যাধি
ব্লাষ্ট : পাতত ১ টা বা ২টা দাগ দেখাৰ লগে লগে তলত দিয়া ধৰণে ঔষধ স্প্ৰে কৰিব লাগে৷
ঔষধ
|
ঔষধৰ পৰিমাণ
(প্ৰতি লিটাৰ পানীত) |
ঔষধ মিশ্ৰণৰ পৰিমাণ (লিটাৰ/হেক্টৰত)
|
এদিফেনফছ (হিনোচান ৫০ ইচি) |
০.১% ( ১ মি: লি: )
|
৫২৫-৭৫০
|
মেন্কোজেব্ (ডায়থেন এম-৪৫) |
০.২% ( ২ গ্ৰাম )
|
৫২৫-৭৫০
|
কপাৰ অক্সি ক্লোৰাইড (ব্লাইটক্স ৫০ নাইবা ফাইটোলান) |
০.৪% ( ৪ গ্ৰাম )
|
৫২৫-৭৫০
|
থিওকেনেট মিথাইল (টপছিন এম-৭০% - পানীত গুলিব পৰা) |
০.১% ( ১ গ্ৰাম )
|
৫২৫-৭৫০
|
কাৰ্বেনডেজাইম (দিৰোচাল) |
০.১% ( ১ গ্ৰাম )
|
৫২৫-৭৫০
|
ৰোগ নিয়ন্ত্ৰণ নোহোৱালৈকে ১০-১৫ দিনৰ অন্তৰে অন্তৰে ঔষধ স্প্ৰে কৰিব লাগে৷
পাতৰ চিৰাত হোৱা ব্লাইট ৰোগ (বৌখা চবকা পৰা)
এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ০.০৫% শক্তিযুক্ত কাৰ্বনডাজিম (বেভিষ্টিন) ঔষধ (০.৫ গ্ৰাম ১ লিটাৰ পানীত) অথবা কনটাফ ৫ ইচি ( ২ মি: লি: ১ লিটাৰ পানীত) মিশ্ৰণ হেক্টৰে প্ৰতি ৫২৫-৭৫০ লিটাৰকৈ স্প্ৰে কৰিব৷ দুবাৰ প্ৰয়োজন হোৱা এই স্প্ৰে’ৰ প্ৰথমবাৰ বেমাৰৰ লক্ষণ দেখাৰ লগে লগে আৰু দ্বিতীয়বাৰ ইয়াৰ ১০ দিনৰ পাচত কৰিব লাগে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
ইয়াত বিভিন্ন জাঁতৰ ধান, উৎপাদন, ইয়াৰ খেতি কেনেকৈ ক...