১) গাখীৰ খীৰোৱাৰ আগতে গাইজনীক ভালকৈ গা ধুৱাই ল’ব ।
২) প্ৰতিদিনে একে সময়তে নিয়মিতভাৱে খীৰাব ।
৩) একে সময়ৰ ব্যৱধানত খীৰাব ।
৪) খীৰোৱাৰ আগতে ওহাৰখন ভালকৈ ধুই শুকুৱাই ল’ব ।
৫) দীঘলীয়া পাত্ৰত খীৰাব ।
৬) অতি সোনকালে খৰকৈ সম্পূৰ্ণকৈ খীৰাব ।
৭) এটা পিয়নকালত ৩০৫ দিনৰ অধিক খীৰাব নালাগে ।
উৎস :- অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 5/16/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.