|
পেলুৰ প্ৰকাৰ |
কৃমিৰ নাম |
বেমাৰৰ নাম |
ঔষধৰ নাম |
পৰিমান/কি.গ্ৰা. |
মাধ্যম |
মন্তব্য |
১ |
পোৱালি গৰুৰ ঘূৰণীয়া পেলু |
এছকাৰিছ ভিটুলোৰাম |
এছকাৰিয়াছিছ |
১) ফাৰবাণ্ডাজল |
৫ মিলি/১০ কি.গ্ৰাম |
মুখেৰে |
জন্মৰ ৫-৬ দিনৰ ভিতৰত প্রথম পালি, |
২ |
চেপেটা কৃমি(ফ্লুক) |
লিভাৰ ফ্লুক |
ফেছিঅ’লিয়াছিছ, এম্ফিওস্টোমিয়াছিছ |
১) ডিস্টোডিন |
১-২ টা টেবলেট |
ডিঙিৰ ওচৰৰৰ ছালৰ তলত |
প্রয়োজন সাপেক্ষে পেলুৰ ঔষধ দিব |
ছিস্টোছোমিয়াছিছ |
ছিস্টোছোমিয়াছিছ |
১) অ্যান্থিওম্যালিন |
১৫ মি.লি |
৪-৬ বাৰ মাংস পেশীত |
প্রয়োজন সাপেক্ষে প্ৰয়োগ কৰিব |
||
৩ |
ফিতা পেলু |
মোনিয়েজ়িয়া এক্সপেন্সা |
ফিতা পেলু সংক্রমণ |
আয়ুর্বেদিক ঔষধ |
১০-১২ গ্রাম/পশু |
|
২০ দিন পিছত আকৌ দিব |
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 5/28/2020
ইয়াত দমৰা-দামুৰিৰ যতন, গৰু ম’হৰ পেলু-নাশন ঔষধ প্রয়...