তৰমুজটো ধুই বাকলি গুটি গুচাই টুকুৰা-টুকুৰকৈ কাটি ল’ব। মিক্সিত টুকুৰাসমূহ ভৰাই চেনিৰে সৈতে একেলগে মিহলাই ৰস কৰি ল’ব। ক’লা নিমখো দিব। চাৰিটা গিলাচত এই ৰসখিনি সমানে বাকি ওপৰত বৰফৰ টুকুৰা ঢালি দিব। পৰিৱেশনৰ আগে আগে ছাট মছলা ছটিয়াই দিব।
উৎস: সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
তৰমুজ ফলৰ উপকাৰীতাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে
কেঁচা আমৰ শীতল পানীয়
“জণ্ডিচ” সম্বন্ধে সৰ্বসাধাৰণ ৰাইজে জানিব লগীয়া লাগ...
তৰমুজ