তৰমুজটো ধুই বাকলি গুটি গুচাই টুকুৰা-টুকুৰকৈ কাটি ল’ব। মিক্সিত টুকুৰাসমূহ ভৰাই চেনিৰে সৈতে একেলগে মিহলাই ৰস কৰি ল’ব। ক’লা নিমখো দিব। চাৰিটা গিলাচত এই ৰসখিনি সমানে বাকি ওপৰত বৰফৰ টুকুৰা ঢালি দিব। পৰিৱেশনৰ আগে আগে ছাট মছলা ছটিয়াই দিব।
উৎস: সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
তৰমুজ
তৰমুজ ফলৰ উপকাৰীতাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে
তৰমুজৰ খেতিৰে স্বাৱলম্বী ঢেকীয়াজুলিৰ নিতু ডেকা
কেঁচা আমৰ শীতল পানীয়