অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০: টাচ্ছৰ বাবে ক্ষিপ্ৰ, সুচল আৰু উত্তম

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০: টাচ্ছৰ বাবে ক্ষিপ্ৰ, সুচল আৰু উত্তম

উইণ্ড’জত ৱেবৰ অভিজ্ঞতা লাভ কৰিবৰ বাবে মাইক্ৰ’ছফটে ইণ্টাৰনেট এক্সপ্ল’ৰাৰক সৰ্বোত্তমৰূপে ডিজাইন আৰু নিৰ্মাণ কৰিছে। ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ৰ জৰিয়তে উইণ্ড’জ-৭ৰ ব্যৱহাৰকাৰীসকলে ক্ষিপ্ৰ আৰু সুচল ৱেবৰ অভিজ্ঞতা লাভ কৰিলে উইণ্ড’জ-৭ ডিভাইচৰ বাবে উন্নীতকৰণ কৰা ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ব্যৱহাৰেৰে।

উইণ্ড’জ-৮ৰ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০এ সামগ্ৰিকভাৱে নতুন ব্ৰাউজিঙৰ অভিজ্ঞতা প্ৰদান কৰিছে আৰু ৱেব ক্ষমতাৰ এক সংহতি, যেনে—প্ৰথম টাচ্ছ ফাৰ্ষ্ট ব্ৰাউজিং অভিজ্ঞতা আৰু ৱেবছাইটৰ বাবে ফুল স্ক্ৰীণ ইউআই, উন্নত সুৰক্ষা আৰু ডেভেলপাৰৰ প্ৰয়োজনীয়  HTML5 আৰু CSS3 ।

ব্যৱহাৰকাৰীৰ নিৰপত্তা আৰু গোপনীয়তা ৰক্ষা কৰিবলৈ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০-এ স্বয়ংক্ৰিয়ভাৱে ৱেবছাইটসমূহৈল ‘Do Not Track’ বাৰ্তা প্ৰেৰণ কৰে।

ক্ষিপ্ৰ আৰু সুচল

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ক্ষিপ্ৰ, ইয়াত আছে উন্নত হাৰ্ডৱেৰ ত্বৰণ আৰু উইণ্ড’জ-৭ৰ চক্ৰ জাভাস্ক্ৰিপ্ত ইঞ্জিন। ব্যৱহাৰকাৰীয়ে নতুন ডেম’ৰ জৰিয়তে প্ৰথমেই ইণ্টাৰনেট এক্সপ্ল’ৰাৰৰ অগ্ৰণী অভিজ্ঞতা লাভ কৰিব পাৰে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ টেষ্ট ড্ৰাইভ ছাইটত দৃশ্য-শ্ৰব্য মাধ্যমেৰে উচ্চ ফ্ৰেম-ৰেট, দৃষ্টিআকৰ্শন, টাচ্ছ আৰু মিডিয়াৰৰ বাবে থ্ৰি-ডি ভিজুৱেলাইজেশ্যনেৰে।

মেণ্ডেলব্ৰট টেষ্ট ড্ৰাইভ হৈছে আন এক উদাহৰণ, কিদৰে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ-১০ৰ প্ৰকৃত ৱেবছাইটৰ বিশ্বত ক্ষিপ্ৰতাৰে কাম কৰে, বিশেষকৈ উচ্চ পৰ্যাত জাভাস্ক্ৰিপ্ট আৰু গ্ৰাফিক্স ব্যৱহাৰ কৰা ৱেবছাইট খুলিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব সেয়া ই গণনা কৰাৰ লগতে প্ৰতি ছেকেণ্ডত কিমান ইটাৰেচনছ সম্পন্ন হ’ব সেয়াও গণনা কৰে।

মেণ্ডেলব্ৰট এক্সপ্ৰ’ৰাৰ পৰীক্ষাৰ জৰিয়তে প্ৰিছেট গণনা কৰা হৈছে

এই তালিকাই নিৰ্দেশ কৰে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ-১০, ক্ৰ’ম ২৩ আৰু ফায়াৰফক্স ১৬ৰ ২১টা প্ৰিছেটৰ বাবে মেণ্ডেলব্ৰট গণনাৰ ফলাফল, য’ত দেখা গৈছে ক্ৰ’মৰ তুলনাত ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ দুগুণে ক্ষিপ্ৰ আৰু ফায়াৰফক্সৰ তুলনাত ২০শতাংশ ক্ষিপ্ৰ। প্ৰতিটো গণনা সম্পন্ন হৈছিল চিনাক্ত হাৰ্ডৱেৰৰ জৰিয়তে।

 

অধিক ইণ্টাৰোপেবল  HTML5 সুবিধা

উইণ্ড’জ ৮ত জিলিকি উঠিছে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০। ই লৈ আহিছে উইণ্ড’জ-৭ৰ গ্ৰাহকৰ একেই শক্তিশালী HTML5 ইঞ্জিন, ই ভিজুৱেল এফেক্ট  CSS টেক্সট উইণ্ড’ত উল্লেখনীয়, CSS থ্ৰি-ডি ট্ৰেন্সফৰ্মেচন, CSS3 ট্ৰেনজিছন আৰু এনিমেশ্যন, CSS3 গ্ৰেডিয়েণ্ট, এছভিজি ফিল্টাৰ এফেক্ট, অভিলাষী পৃষ্ঠাসজ্জাৰ ক্ষেত্ৰতো উল্লেখনীয়, যি মানসম্পন্ন পৃষ্ঠাসজ্জা আৰু এপলিকেশ্যন ইউ আই, HTML5 ফৰ্ম, ইনপুট কণ্ট্ৰ’ল আৰু ভেলিডেচনতো প্ৰয়োজন হয়।

উন্নত ৱেব প্ৰগ্ৰেমিং মডেল

IndexedDB আৰু  HTML5 এপলিকেশ্যন কেচৰ জৰিয়তে স্থানীয় ষ্ট’ৰেজৰ জৰিয়তে সুন্দৰ অফলাইন এপলিকেশ্যন, ৱেব ছকেট, HTML5 হিষ্টৰী, এচিংক স্ক্ৰিপ্ট, HTML5 ফাইল এপিএই, HTML5 ড্ৰেগ-ড্ৰপ, HTML5 ছেণ্ডবক্সিং, ৱেব ছকেট, ES5তো সহায় কৰে।

ডেভেলপাৰসকলে উইণ্ড’জ-৮ৰ এই সুবিধাৰ ক্ষমতা উইণ্ড’জ-৭ৰ অনুৰূপ দক্ষতা আৰু ক্ষমতা হিচাপে লাভ কৰে।

স্বয়ংক্ৰিয় ‘Do Not Track’ৰে গোপনীয়তাৰ প্ৰতিশ্ৰুতি

গ্ৰহিতাৰ গোপনীয়তা ৰক্ষাত সহায় কৰিবলৈ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০এ কাম কৰি আছে। উইণ্ড’জ-ত ‘Do Not Track’ (DNT) এক্সপ্ৰেছ ছেটিং আৰম্ভণিৰপৰাই ‘সক্ৰিয়’ অৱস্থাত থাকে আৰু উইণ্ড’জ-৭তো স্বয়ংক্ৰিয়ভাৱে ৱেবছাইটসমূহলৈ ‘Do Not Track’ বাৰ্তা স্বয়ংক্ৰিয়ভাৱে প্ৰেৰণ কৰা হৈছিল। উইণ্ড’জ-৭ৰ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ব্যৱহাৰকাৰীয়ে  ‘Do Not Track’ ছেটিঙৰ জাননিও লাভ কৰে।

স্বয়ংক্ৰিয়ভাৱে ‘Do Not Track’ বাৰ্তা পঠিওৱা ইণ্টাৰনেট এক্সপ্ল’ৰাৰ হৈছে প্ৰথমটো ব্ৰাউজাৰ।

HTML5ৰ বাবে সুযোগ অব্যাহত আছে, যাতে ৱেবছাইট আৰু এপলিকেশ্যন উভয়েই সুন্দৰ হয়।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate