১) প্ৰশ্ন : কোন দেশক প্ৰাচ্যৰ পেৰিচ বুলি কোৱা হয়?
উত্তৰ : চীনৰ চাংহাই বন্দৰক প্ৰাচ্যৰ পেৰিচ বোলা হয়।
২) প্ৰশ্ন : কোন দেশক পিৰামিডৰ চহৰ বোলা হয়?
উত্তৰ : কাইবোক।
৩) প্ৰশ্ন : নিষিদ্ধ নগৰী কোন খন?
উত্তৰ : লাচা।
৪) প্ৰশ্ন : আকাশলঙ্ঘী মহানগৰ কোন খন?
উত্তৰ : নিউইয়ৰ্ক।
৫) প্ৰশ্ন : বগা হাতীৰ দেশ কোন খন?
উত্তৰ : থাইলেণ্ড।
৬) প্ৰশ্ন : কোন খন দেশক চিৰবসন্তৰ দেশ বোলা হয়?
উত্তৰ : চুইজাৰলেণ্ড।
৭) প্ৰশ্ন : সমুদ্ৰ বন্ধু দেশ কোন খন?
উত্তৰ : গ্ৰেট বৃটেইন।
৮) প্ৰশ্ন : সোণালী উলৰ দেশ কোনখন?
উত্তৰ : অষ্ট্ৰেলিয়া।
৯) প্ৰশ্ন : পৃথিৱীৰ মুধচ বুলি কোন দেশক কোৱা হয়?
উত্তৰ : পামিৰ মালভূমি।
১০) প্ৰশ্ন : ভূ – স্বৰ্গ কোন ঠাইক বোলে?
উত্তৰ : কাশ্মীৰক।
১১) প্ৰশ্ন : কোন ঠাইক ডাৰ্ক কণ্টিনেণ্ট বোলা হয়?
উত্তৰ : আফ্ৰিকা।
১২) প্ৰশ্ন : কোন দেশ নীল নদীৰ দান?
উত্তৰ : মিছৰ।
১৩) প্ৰশ্ন : কোন দেশক দূৰ্যোদয়ৰ দেশ বোলা হয়?
উত্তৰ : জাপানক।
১৪) প্ৰশ্ন : আটাইতকৈ জাকজমকতাপূৰ্ণ চহৰ কোনখন?
উত্তৰ : ওৱাছিংটন।
১৫) প্ৰশ্ন : নিৰ্জন ঠাই ক’ত? চাইবেৰিয়াত। প্ৰতি বৰ্গমাইলত ১ জন লোকে বাস কৰে।
১৬) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাই?
উত্তৰ : চেৰাপুঞ্জীৰ মৌচিনৰামত। (মেঘালয়)।
১৭) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৰষুণ হোৱা ঠাই কোনখন?
উত্তৰ : মিছৰ।
১৮) প্ৰশ্ন : সৰ্বাধিক ভূমিকম্প হোৱা ঠাইৰ নাম কি?
উত্তৰ : জাপান।
১) প্ৰশ্ন : ‘Happy Birthday to you’ গীতটো কাৰ ৰচনা?
উত্তৰ : ডিলডাৰ্ড পেটিহিল। ১৯৩৬ চনত এই গীতটো ৰচনা কৰিছিল।
২) প্ৰশ্ন : টুথপেষ্টৰ আৱিষ্কাৰক কোন?
উত্তৰ : উইলিয়াম এডিছ। কাৰাবাসত থকা কালতেই তেওঁ আৱিষকাৰ কৰিছিল।
৩) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কি?
উত্তৰ : বেকলিজিয়া। ইয়াৰ ব্যাস ৩০-৩৭ ছেঃমিঃ হয়। সম্পূৰ্ণ ৰুপে ফুলিবলৈ সময় লাগে ৩ দিন। সুমাত্ৰা নামৰ ঠাইত এই ফুল পোৱা যায়।
৪) প্ৰশ্ন : দূৰদৰ্শনৰ প্ৰাৰম্ভিক আৱহ সংগীতৰ স্ৰষ্টা কোন?
উত্তৰ : পণ্ডিত ৰবিশংকৰ।
৫) প্ৰশ্ন : হাৰমোনিয়াম কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : ১৮১৮ খ্ৰীঃ ত ভিয়েনাৰ এণ্টন হেকেন নামৰ এজন লোকে ‘ফিল হাৰমনিকা’ নামৰ এটি বাদ্যযন্ত্ৰ তৈয়াৰ কৰে। পাছত ফ্ৰান্সৰদ্দ্যাবে নামৰ এজন লোকে ১৮৪০ চনত হাৰমোনিকাৰ নতুন ৰুপ দি বৰ্তমানৰ হাৰমোনিয়াম তৈয়াৰ কৰে।
৬) প্ৰশ্ন : কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰে?
উত্তৰ : চাৰ্লচ বাব্ লীগ।
৭) প্ৰশ্ন : S.T.D. I.S.D. আৰু FAX ৰ সম্পূৰ্ণ নাম কি কি?
উত্তৰ : S.T.D. – Subscribers Trunk Dialling, I.S.D. – International Subscribers Dialling, আৰু FAX – Facility of Automated/Xerox.
৮) প্ৰশ্ন : Ice Cream ৰ আৱিষ্কাৰ কেতিয়া হয়?
উত্তৰ : ১৬৬০ খ্ৰীঃত ফ্ৰান্সত।
৯) প্ৰশ্ন : কোন ৰজাৰ ৰাজত্ব কাল আছিল অতি কম?
উত্তৰ : শ্ৰীলঙ্কাৰ বিক্ৰমবাহু। অভিষেকৰ মাত্ৰ দুঘণ্টাৰ পাছতেই তেওঁৰ মৃত্যু হয়।
১০) প্ৰশ্ন : কোন সকল লোক ‘মেগি’ নামেৰে পৰিচিত আছিল?
উত্তৰ : যীশুখ্ৰীষ্টৰ জন্মৰ সময়ত যি তিনিজন বিদেশীয়ে নৱজাতকক আশীৰ্বাদ দিবলৈ আহিছিল তেওঁলোকে মেগি নামেৰে পৰিচিত আছিল।
১১) প্ৰশ্ন : বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠিত হয়?
উত্তৰ : ১৯৪৬ চনত।
১২) প্ৰশ্ন : Interpole কাক বোলে?
উত্তৰ : International Criminal Police Organisation.
১৩) প্ৰশ্ন : মাদাৰ টেৰেছাৰ প্ৰকৃত নাম কি?
উত্তৰ : Agness Gynxha Bejaxhiu.
১৪) প্ৰশ্ন : ইংৰাজীৰ সৰ্বাধিক ব্যৱহৃত শব্দবোৰ কি কি?
উত্তৰ : I, the, and, of, it, is, was আৰু that।
১৫) প্ৰশ্ন : ইংৰাজীত সৰ্বাধিক ব্যৱহৃত আখৰটো কি?
উত্তৰ : E.
১৬) প্ৰশ্ন : ‘সাৰে জাহা সে আচ্ছা’ গীতটি কাৰ ৰচনা?
উত্তৰ : মহমদ ইকবাল।
১৭) প্ৰশ্ন : নেনো ছেকেণ্ড কি?
উত্তৰ : এক ছেকেণ্ডৰ এক লাখ ভাগৰ এভাগ।
১৮) প্ৰশ্ন : থাৰ্মোমিটাৰৰ আৱিষ্কাৰক কোন?
উত্তৰ : জাৰ্মানীৰ ডি. ডি. ফাৰেনহাইট, ১৭১৪ চনত।
১৯) প্ৰশ্ন : Type writer ৰ আৱিষ্কাৰক কোন?
উত্তৰ : আমেৰিকাৰ চোমচ্ (১৮৬৮ চন)।
২০) প্ৰশ্ন : পঞ্চতীৰ্থ কি কি?
উত্তৰ : কুৰুক্ষেত্ৰ, গয়া, গঙ্গা, প্ৰভাস, পুষ্কৰ।
২১) প্ৰশ্ন : কোন জন্তুৰ ৪ টা পাকস্থলী?
উত্তৰ : গৰুৰ।
২২) প্ৰশ্ন : Status of Liberty কি আৰু ক’ত?
উত্তৰ : ব্ৰঞ্জৰ দ্বাৰা নিৰ্মিত এক বিশাল নাৰীমূৰ্তি। নিউয়ৰ্কৰ ফদৰ বন্দৰৰ সন্মুখৰ বেডালোৰ দ্বীপ’ত এই মূৰ্তি আছে।
২৩) প্ৰশ্ন : ‘ফিলাটেলি’ (Philately) কাক বোলে?
উত্তৰ : ডাক টিকটৰ সংগ্ৰহৰ নিচাটোকে ফিলাটেলি বোলে।
২৪) প্ৰশ্ন : Post Card কেতিয়াৰে পৰা প্ৰচলিত হয়?
উত্তৰ : ১৮০৮ চনত, অষ্ট্ৰিয়াত।
২৫) প্ৰশ্ন : কোন প্ৰাণী উভয়লি?
উত্তৰ : কেঁচু আৰু উই।
২৬) প্ৰশ্ন : আমাৰ দেশত আটাইতকৈ কম অক্ষৰযুক্ত ৰেল ষ্টেচনৰ নাম কি?
উত্তৰ : ইব। উৰিষ্যাত।
২৭) প্ৰশ্ন : কোন বিজ্ঞানীয়ে দুবাৰকৈ নোবেল পুৰষ্কাৰ লাভ কৰে?
উত্তৰ : ফৰাচী মহিলা বিজ্ঞানী মাদাম কুৰী।
২৮) প্ৰশ্ন : কোন ইংৰাজী বাক্যত A to Z লৈকে আটাইবোৰ আখৰ যুক্ত আছে?
উত্তৰ : A quick brown for jumps over the lazy dog ।
২৯) প্ৰশ্ন : কাৰ্ডিঅ’গ্ৰাম (Cardiogram) কি?
উত্তৰ : হৃদস্পন্দনৰ গতি পৰিমাপৰ কাৰণে ব্যৱহাৰ কৰাৰ যন্ত্ৰ।
৩০) প্ৰশ্ন : কোনজন সাধাৰণ ঠিকাদাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল?
উত্তৰ : এইচ ডি দেৱগৌড়া।
৩১) প্ৰশ্ন : কোন লেখকে এন্ধাৰ ঘৰৰ বাহিৰে আন ক’তো লিখিব পৰা নাছিল?
উত্তৰ : ফৰাসী লেখক এমিল জোলা।
৩২) প্ৰশ্ন : কোনজন লেখকে যিমানবোৰেই লেখিবলৈ বহে, প্ৰতিবাৰেই একোটা নতুন কলম ব্যৱহাৰ কৰে?
উত্তৰ : আলেকজেণ্ডাৰ ডুমা।
৩৩) প্ৰশ্ন : কোনজন কবিয়ে প্ৰত্যেকটো কবিতা লেখাৰ আগে আগে প্ৰতিবাৰ একোটাকৈ বগা চোলা পিন্ধি লৈছিল?
উত্তৰ : বিখ্যাত কবি শ্যেলী।
৩৪) প্ৰশ্ন : কেৰাটে শব্দৰ অৰ্থ কি?
উত্তৰ : খালী হাত (Empty hand)।
৩৫) প্ৰশ্ন : AIDC ৰোগটোৰ সম্পূৰ্ণ নাম কি?
উত্তৰ : একোয়াৰ্ড ইমিউন ডেফিচিয়েন্সি চিন্ড্ৰম।
৩৬) প্ৰশ্ন : কোন মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি নিজৰ মূৰৰ টুপী খাই পেলাইছিল?
উত্তৰ : ১৯৫৯ চনত আমেৰিকাৰ শ্ৰম মন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি অনুসৰি বেকাৰ সমস্যাৰ সমাধান কৰিন নোৱাৰি নিজৰ টুপীটো খাই পেলাইছিল। অৱশ্যে টুপীটো আছিল কেকৰে নিৰ্মিত।
৩৭) প্ৰশ্ন : কোন নেতাৰ মৃত্যুৰ আগতেই তেওঁৰ মৃত্যু সংবাদ লোকসভাত ঘোষণা কৰা হৈছিল?
উত্তৰ : লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ।
৩৮) প্ৰশ্ন : কোন প্ৰাণীৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি?
উত্তৰ : শামুকৰ। ১৪,১৭৫ টা দাঁত ১৩৫ টা পাৰীত সজোৱা থাকে।
উৎস : কাৰেণ্ট G.K. আৰু অসম কুইজ।
শেহতীয়া উন্নীতকৰণ: : 1/17/2023