অগ্নিকবি |
কমলাকান্ত ভট্টাচাৰ্য |
অভিনয়াচাৰ্য |
ব্ৰজনাথ শৰ্মা |
অসম কেশৰী |
অম্বিকাগিৰি ৰায়চৌধুৰী |
পাপৰিৰ কবি |
গণেশ চন্দ্ৰ গগৈ। |
প্ৰতিমাৰ খনিকৰ |
চন্দ্ৰকুমাৰ আগৰৱালা |
অতীন্দ্ৰিয়বাদী কবি |
নলিনীবালা দেৱী |
প্ৰেম আৰু ৰ’দালিৰ কবি |
হীৰেন ভট্টাচাৰ্য |
উপন্যাস সম্ৰাট |
ৰজনীকান্ত বৰদলৈ |
কবিতা কোঁৱৰ |
অম্বেশ্বৰ চেতিয়া ফুকন |
বকুলবনৰ কবি |
আনন্দ চন্দ্ৰ বৰুৱা। |
কৰ্মবীৰ |
নবীন চন্দ্ৰ বৰদলৈ |
বনকোঁৱৰ |
আনন্দিৰাম দাস |
কলাগুৰু |
বিষ্ণুপ্ৰসাদ ৰাভা |
বনফুলৰ কবি |
যতীন্দ্ৰনাথ দুৱৰা |
গীতিকবি |
পাৰ্বতি প্ৰসাদ বৰুৱা |
বিদ্ৰোহী কবি |
প্ৰসন্নলাল চৌধুৰী |
জননায়ক |
দেৱেশ্বৰ শৰ্মা |
বাগ্মীবৰ/ককা |
নীলমণি ফুকন |
জ্ঞান মালিনীৰ |
মফিজুদ্দিন |
বিহগী কবি |
ৰঘুনাথ চৌধাৰী |
কবি |
আহমদ হাজৰিকা |
বীৰবালা |
কনকলতা |
ত্যাগবীৰ |
হেমচন্দ্ৰ বৰুৱা |
ভাঙনি কোঁৱৰ |
আনন্দ চন্দ্ৰ আগৰৱালা |
দেশভক্ত |
তৰুণৰাম ফুকন |
ৰসৰাজ/সাহিত্যৰথী |
লক্ষ্মীনাথ বেজবৰুৱা |
দেশপ্ৰাণ |
লক্ষ্মীধৰ শৰ্মা |
ৰুপকোৱঁৰ |
জ্যোতি প্ৰসাদ আগৰৱালা |
ধ্বনি কবি |
বিনন্দ চন্দ্ৰ বৰুৱা |
নটসূৰ্য |
ফণী শৰ্মা |
লুইত কোৱঁৰ |
ৰুদ্ৰ বৰুৱা |
নাট্য প্ৰভাকৰ |
সত্য প্ৰসাদ বৰুৱা |
লোকনায়ক |
অমিয় কুমাৰ দাস |
নিজৰাৰ কবি |
শৈলধৰ ৰাজখোৱা |
লোকপ্ৰাণ |
মতিৰাম বৰা |
লোকপ্ৰিয় |
গোপীনাথ বৰদলৈ |
শোণিত কোৱঁৰ |
গজেন বৰুৱা |
লোকবন্ধু |
ডাঃ ভুৱনেশ্বৰ বৰুৱা |
সংগীতাচাৰ্য |
লক্ষ্মীৰাম বৰুৱা |
শেৱালি কবি |
ৰত্নকান্ত বৰকাকতী |
সাহিত্য ৰত্ন |
চন্দ্ৰধৰ বৰুৱা |
ছদ্মনাম |
প্ৰকৃত নাম |
অঘৰী |
প্ৰমোদ কুমাৰ বৰদলৈ |
পশুপতি ভৰদ্বাজ |
উমাকান্ত শৰ্মা |
অজগৰ / স্বামী অভঙানন্দ |
চৈয়দ আব্দুল মালিক |
বাবুল |
ইমৰান শ্বাহ |
অনিৰুদ্ধ কটকী |
মুনীন বৰকটকী |
বিষ্ণুপ্ৰীয়া ৰাভা ঠাকুৰীয়া |
বিষ্ণুপ্ৰসাদ ৰাভা |
অষ্টবক্ৰ |
কমলাকান্ত ভট্টাচাৰ্য |
ভবানন্দ পাঠক |
ডঃ বাণীকান্ত কাকতি |
অসম / চিত্ৰ দাস |
অতুল চন্দ্ৰ হাজৰিকা |
ভানুনন্দন |
ডঃ সূৰ্য কুমাৰ ভূঞা |
ঈশান দত্ত / কুম্ভকৰ্ণ |
ইমৰাণ শ্বাহ |
ভোলাই শৰ্মা |
ৰজনীকান্ত বৰদলৈ |
এণ্ডি খুড়া |
ডাঃ নগেন দত্ত |
মনাই বৈৰাগী |
মহেন্দ্ৰ নাথ ডেকা ফুকন |
এখুদ ককাইদেউ / সীমা দত্ত / ন-আইতা |
নৱকান্ত বৰুৱা |
মামণি ৰয়ছম গোস্বামী |
ইন্দিৰা গোস্বামী |
কাঞ্চন বৰুৱা |
ভুবন মোহন বৰুৱা |
যদু |
যতিন্দ্ৰ নাথ দুৱৰা |
কুমাৰ মধুসুদন |
মহেন্দ্ৰ চন্দ্ৰ গোস্বামী |
যশপতি শৰ্মা |
কীৰ্তিনাথ বৰদলৈ |
কুমাৰ কিশোৰ |
কিশোৰ কুমাৰ শৰ্মা |
ৰংমন |
ৰবীন দে |
কৃপাবৰ বৰবৰুৱা |
লক্ষ্মীনাথ বেজবৰুৱা |
ৰঞ্জু হাজৰিকা |
কুমুদ হাজৰিকা |
কেৰপাই শৰ্মা |
বিনন্দ চন্দ্ৰ বৰুৱা |
ৰসেশ্বৰ হাজৰিকা |
পবিত্ৰ কুমাৰ ডেকা |
গুৰু দত্ত |
গুণাভিৰাম বৰুৱা |
ৰাস্না বৰুৱা / বীণা বৰুৱা |
ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা |
গণপতি / মধুকৰ |
গৌৰীকান্ত তালুকদাৰ |
চাৰু দত্ত |
দীনেশ চন্দ্ৰ গোস্বামী |
ৰাণা তামুলী |
প্ৰণৱ তামুলী |
চিত্ৰসেন যখৰীয়া |
হলীৰাম ডেকা |
ৰাম দাস গোস্বামী |
ৰত্নেশ্বৰ মহন্ত |
দদাই |
কীতিনাথ হাজৰিকা |
ৰুপচন্দ্ৰ ভাগৱতী |
শৰৎ চন্দ্ৰ গোস্বামী |
হয়ভৰ অভয়পুৰীয়া |
পাৰ্বতী প্ৰসাদ বৰুৱা |
দেশ |
দেৱেশ্বৰ শৰ্মা |
শান্তনু তামূলী / মৌচাক মামা |
প্ৰমোদ চন্দ্ৰ তামূলী |
ধনবৰ কাই |
মহিম বৰা |
নতুন কৃপাবৰ |
ৰত্নকান্ত বৰকাকতি |
শীলভদ্ৰ |
ৰেৱতী মোহন দত্ত চৌধুৰী |
নাচিকেতা |
ভবানন্দ দত্ত |
নিৰঞ্জন ফুকন |
ডঃ হীৰেন গোহাঁই |
সঞ্জয় / প্ৰিয়বন্ধু |
ডঃ ভবেন্দ্ৰ নাথ শইকীয়া |
নিৰ্মলা দেৱী |
তীৰ্থনাথ শৰ্মা |
সোণাৰাম চাঁদ / স্বৰ্ণ বৰুৱা |
হেমচন্দ্ৰ বৰুৱা |
নীলিম কুমাৰ |
হেমেন কুমাৰ শৰ্মা |
নীলা বাইদেউ |
নিৰ্মল প্ৰভা বৰদলৈ |
সৌৰভ কুমাৰ চলিহা |
সুৰেন্দ্ৰ নাথ মেধি |
লেখক: শান্তনু কৌশিক বৰুৱা
লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা
উৎস: নতুন জানানে
শেহতীয়া উন্নীতকৰণ: : 7/18/2020