অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰাইৰ বিস্ময়কৰ শক্তি

চৰাইৰ বিস্ময়কৰ শক্তি

কম বেছি পৰিমাণে সকলো ইতৰ প্ৰাণীৰে অদ্ভুত শক্তি আছে।| তাৰ ভিতৰত কিছু প্ৰাণীৰ এই শক্তি অতি বিস্ময়কৰ।|

যেনে - চৰায়ে অলপো নোৰোরাকৈ হাজাৰ কিঃমিঃ অতিক্ৰম কৰাটো অতি বিস্ময়কৰ।

অকল সিমানেই নহয় অতি দুৰ্গম বণাঞ্চল অতিক্ৰম কৰি নিৰ্ভূলভাবে ঘূৰি অহাটোকম কথানে ?

দ্বিতীয়তে আহক পঁইতাচোৰৰ কথালৈ, ইয়াৰ খাদ্য সংৰক্ষ্যণৰ প্ৰণালী তবধ মানিব লগা।

প্ৰয়োজনাধিক খাদ্য পালে ই বাকী খাদ্যখিনিত পেচাব কৰি দিয়ে যাৰ দুৰ্গন্ধত আন কোনো প্ৰাণীয়ে সেই খাদ্য গ্ৰহণ নকৰে।

টিনামৌ নামৰ চৰাইবিধে আকৌ ৰঙা, নীলা সেইজীয়া আদি নানাৰঙৰ কণী পাৰে।

কুলিয়ে কণী পাৰে ক'ত ?

কাউৰীৰ বাহত ।

কণী পৰাৰ সময়টো নিজে ঠিক কৰি ল'ব পৰাটো অৰ্থাত কণী পৰা ওপযোক্ত সময়লৈ অপেক্ষা কৰিব পৰাটো ইয়াৰ আন এক অদ্ভুত গুণ ।

পানীত নিমিশতে ভাহিব আৰু তল যাব পৰাটো ভেকুলীৰ এক আচৰিত শক্তি।| কাৰণ মাছৰ দৰে ইয়াৰ কোনো বায়ুমোনা নাথাকে।|

হাতীয়ে আকৌ অৰণ্যৰ মাজটো দহ বাৰ কিঃমিঃ আতৰত থকা স্বজাতীলৈ সংকেত পথাব পাৰে।
প্ৰকৃতিৰ বিচিত্ৰময় শক্তিৰ মাজত এইকেইটাও কম শক্তি নহয় !

লিখক: নিৰঞ্জন ভূঞা।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate