অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰক :

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰক :

প্ৰাণায়াম, খোজকঢ়াই উচ্চ ৰক্তচাপ বেছিকৈ থাকিলে ঔষধৰ কাম নিদিয়ে। বৰঞ্চ ঔষধ সেৱন কৰি শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰক যাতে ৰক্তচাপ বেছি বাঢ়ি নাযায়।

আপোনাৰ বাৰু ৰক্তচাপ বেছি নেকি? যদিহে হয় তেতিয়া হ’লে এনে কিছুমান নিয়ম পালন কৰক, যিবোৰে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। উচ্চ ৰক্তচাপ কমাব নোৱাৰিলেও নিয়মীয়াকৈ ঔষধ সেৱন কৰি জীৱন যাপনৰ পদ্ধতি সলনি কৰক।

  • উচ্চ ৰক্তচাপ ভয়াৱহ ৰোগ নহয়। কিন্তু কি জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে একমাত্ৰ উপায় হৈছে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা।
  • কোনো কাৰণত আনৰ উপদেশত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰি অন্য নিয়ম পালন কৰিবলৈ নল’ব। প্ৰাণায়াম, খোজকঢ়াই উচ্চ ৰক্তচাপ বেছিকৈ থাকিলে ঔষধৰ কাম নিদিয়ে। সক্ৰিৰ্তা বৃদ্ধি কৰক যাতে ৰক্তচাপ বেছি বাঢ়ি নাযায়।
  • ওজন কমাবলৈ চেষ্টা কৰক।
  • নিমখ কমকৈ খাওক। মাদক দ্ৰব্য পৰিহাৰ কৰক।
  • শাক-পাচলি আৰু ফলমূল বেছিকৈ খাওক।
  • চিকিৎসকৰ পৰামৰ্শ অতি কমেও মাহত এবাৰকৈ লওক।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate