কাৰণ
- দাঁত ভালদৰে চাফা নকৰা।
- খাদ্যগ্ৰহণৰ অভ্যাস।
- ধুমপান।
- পান মছলা খোৱা।
- দাঁতৰ আলুত সংক্ৰমণ।
- দাঁত আৰু মাৰি ভঙা।
- ভিটামিন চি আৰু ডি ৰ অভাৱ।
- কেলছিয়ামৰ পৰিমাণ কমি যোৱা।
- খোৱা পানীত ফ্লৰাইডৰ পৰিমাণ বেছি থকা।
- দাঁতৰ ক্ষয়।
সতর্কতা
- দিনে দুবাৰ ভালদৰে দাঁত মাজিব লাগে। পুৱা বিচনাৰপৰা উঠিয়েই আৰু নিশা শুবলৈ যোৱাৰ আগে।
- খাদ্য-খোৱাৰ পাছত প্ৰতিবাৰেই পৰিষ্কাৰ পানীৰে কুলি কুলি কৰি মুখখন ভালদৰে ধুব লাগে।
- সঠিক টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে।
- পুষ্টিকৰ খাদ্য খাব লাগে।
- ধুমপান, ধপাত জাতীয় বস্তু নোখোৱাই ভাল।
- নিয়মিয়াকৈ দন্ত চিকিত্সকৰ পৰামর্শ লব লাগে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/15/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.