কাৰণ
- স্বাভাৱিকভাৱে বয়স বাঢ়ি অহাৰ লগে লগে শ্ৰৱণ শক্তিও হ্ৰাস পাই আহে।
- কৰ্মক্ষেত্ৰ (যিসকলে অতিপাত শব্দ থকা ঠাইত কাম কৰে)।
- কাণত কণামাকৰি জমা হোৱা।
- কাণৰ পুৰণি সংক্ৰমণ।
- টিম্পেনাম বা কাণৰ পৰ্দাৰ ৰোগ।
- কাণৰ পৰ্দাত বিন্ধা
- কাণৰ ভিতৰত আৰু হাড়ত মাংসপিণ্ডৰ সৃষ্টি হোৱা আৰু কেঞ্চাৰৰ দৰে ৰোগ।
লক্ষণ
- শিশুসকলে শব্দৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়।
- আনৰ কথা বুজিবলৈ অসুবিধা হয়।
- কওঁতাজনক উচ্চস্বৰত কথা ক'বলৈ কোৱা হয়।
সতর্কতা
- অতিবেছি শব্দ হোৱা ঠাইৰ পৰা আতঁৰত থাকিব লাগে।
- শ্রবণশক্তি হ্ৰাস পোৱা বুলি অনুভৱ কৰাৰ লগে লগে চিকিৎসকক দেখুৱাব লাগে।
- কৃত্ৰিম শ্ৰৱণ যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 5/28/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.