- চকু এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে ঘূৰাওক।
- এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ চাওক।
- ৰাতিপুৱা শুই উঠি সেউজীয়া গছ-গছনি চাওক।
- পৰিষ্কাৰ পানী হাতেৰে চকুত মাৰক।
- মূৰটো লৰচৰ নকৰাকৈ পোনকৈ থিয় হওঁক।
- দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতো পাঁচ মিনিটমান সময় চকুযোৰ বন্ধ কৰি ৰাখক।
- পেঞ্চিল বা কলম এটা এহাতমান আঁতৰত ৰাখক। লাহে লাহে নাকৰ গুৰিলৈ আনক। আপোনাৰ দৃষ্টি পেঞ্চিল বা কলমৰ ওপৰৰ অংশত নিৱদ্ধ কৰক। ৰাতিপুৱা আৰু আবেলি সময়ত দহ-বাৰ বাৰমান কৰক।
লিখক: উৎপল বৰা।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.