অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ প্ৰ’টিনযুক্ত আমৰলিৰ টোপ

উচ্চ প্ৰ’টিনযুক্ত আমৰলিৰ টোপ

 

ব’হাগ বা ৰঙালী বিহুত মাঘ বিহুৰ দৰে খাদ্যৰ আড়ম্বৰতা নাথাকে যদিও যিহেতু অসমীয়া জাতিৰ নতুন বর্ষক আদৰাৰ সময়, এই সময়ত কিছু নীতি-নিয়মৰ উপৰিও আমৰলি পৰুৱাৰ টোপ খোৱাটো পৰম্পৰাগতভাৱেই চলি আহিছে। অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেবাখনো ঠাইত আমৰলি পৰুৱাৰ টোপক খাদ্য হিচাপে গ্রহণ কৰে। কিয়নো আমৰলি পৰুৱাৰ টোপ আটাইতকৈ উচ্চ প্ৰ’টিনযুক্ত বুলি প্রমাণিত হৈছে। সেয়ে চাহিদা বাঢ়ি অহাৰ লগে লগে আমৰলি সংৰক্ষণৰ বাবে উন্নতমানৰ ফাইল বেগত আৱদ্ধ কৰি বজাৰত বিক্ৰী কৰা যায়। আমৰলি টোপত থকা খাদ্যৰ মানদণ্ড কিছু এনে ধৰণৰ।

  • প্ৰ’টিন— ৫৩.৫ গ্রাম
  • আঁহ– ৬.৯ গ্রাম
  • মেগনেছিয়াম— ০.৭ গ্রাম
  • ক্ল'ৰিণ— ০.২১ গ্রাম
  • ভিটামিন বি-০.০০৯২ গ্ৰাম। (সতেজ অৱস্থাত ইয়াৰ ওজন এশ গ্রাম।)
  • চর্বি— ১৩.৫ গ্রাম
  • ফছফৰাছ-০.১৮ গ্ৰাম।
  • ছ’ডিয়াম— ০.৮ গ্রাম।
  • জিংক— ০.০২ গ্রাম।

উৎস: নন্দিনী।

 

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate