অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰামীণ শক্তি

গ্ৰামীণ শক্তি

  • আঁচনি
  • ইয়াত শক্তি সম্পৰ্কীয় বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰা হৈছে।

  • গ্ৰাম্য উদ্ভাৱন
  • ইয়াত গ্ৰাম্যবাসী ৰাইজৰ কামত অহা কম খৰছী আৰু সহজ প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে।

  • পৰিৱেশ
  • এই শিতানত পৰিৱেশ সম্পৰ্কীয় বিভিন্ন নীতি/আচঁনি, কিটিপ, প্ৰযুক্তি ইত্যাদিৰ বিষয়ে আলোচনা কৰা হৈছে।

  • শক্তিৰ প্ৰযুক্তি
  • বৰষুণৰ পানী সংগ্ৰহ কৰি তাক ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ বাবে সংৰক্ষণ কৰা পদ্ধতিটোৱেই বৰষুণৰ পানী সংৰক্ষণ৷ ই আপোনাৰ ঘৰৰ চালৰ ওপৰত পৰা প্ৰাকৃতিক কোমল আৰু বিশুদ্ধ বৰষুণৰ পানীৰ সহজ সংগ্ৰহ, সংৰক্ষণ আৰু ইয়াৰ নিকাকৰণ পদ্ধতি৷

  • শক্তিৰ বুনিয়াদসমূহ
  • আমাৰ সূৰ্যটো শক্তিৰ মূল উত্স ৷ ই দিনত আমাৰ ঘৰখন পোহৰাই ৰাখে, আমাৰ কাপোৰ শুকুৱাই আৰু কৃষিজাত সামগ্ৰীসমূহ উত্পাদনত অৰিহনা যোগোৱাৰ লগতে আমাক উমাল কৰি ৰাখে আৰু অন্যান্য বহুতো কামত আমাক শক্তি প্ৰদান কৰে ৷ ইয়াৰ সম্ভাৱনীয়তা আমি ভৱাতকৈ অধিক গুণে বেছি।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate