বহুতেই ইয়াক নেজানে যে ৰিফিলিং কৰাৰ আৰু বিতৰণ কৰাৰ আগতেই প্রতিটো এলপিজি চিলিণ্ডাৰৰ নির্দিষ্ট সময় সীমা অতিক্রান্তৰ পৰীক্ষা লোৱা হয়। এই এলপিজি চিলিণ্ডাৰৰ এটা সাবধানসূচক সময় থাকে যিটো তিনিটা ভা্টিকেল প্লেটৰ ওপৰত (কাষৰ ফালে) উল্লেখ থাকে।
এই তাৰিখবোৰৰ সংকেতবোৰ আলফা নিউমেৰিক ক'ডত যেনেঃ A বা B বা C বা D আৰু দুটা সংখ্যাত উল্লেখ কৰা থাকে। এই বর্ণমালাৰ আখৰ বিলাক বিভিন্ন সংকেত অনুসৰি থাকে, যেনে-A হ'ল বছৰৰ চাৰিভাগৰ প্রথম ভাগ যিটো মার্চ মাহত গৈ শেষ হয়, B কোটাৰ শেষ হয় জুন মাহত আৰু এই দৰেই হিচাবটো গৈ থাকে। কেতিয়া চিলিণ্ডাৰটোক সতর্কীকৰণ পৰীক্ষা কৰিব লাগে সেই বছৰটো জানিবলৈ সংখ্যাবোৰ ব্যৱহাৰ কৰা হয়।
যদি কোনো গ্রহকে দেখে যে চিলিণ্ডাৰটোৰ সতর্কীকৰণ পৰীক্ষাৰ তাৰিখ পাৰ যোৱতো চিলিণ্ডাৰটো বিতৰণ কছে, তেন্তে তেওষয়টো ফুড এণ্ড চিভিল চাপ্লায়ার্চ ডিপার্টমেন্টৰ বিহশয়াক জনাব লাগে নাইবা চিফ কন্ট্রোলাৰ অফ্ এক্সপ্লোচিভ নাইবা পেট্রোলিয়াম এণ্ড এক্সপ্লোচিভ চেফটি অর্গেনাইজেচনক জনাব লাগে পেট্ৰ’লিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংগঠন
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/2/2020
তেল আৰু গেছৰ সন্ধানত পাতাল জগতত এভূমুকি
চেল গেছ হ’ব পাৰে অসমৰ অৰ্থনীতিৰ সঞ্জীৱনী