অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এনৰেগা অধীনত কেন্দ্ৰীয় পুঁজি বিচৰাৰ আৰ্হি

এনৰেগাৰ প্ৰায়োগিক নিৰ্দেশনাৰ ৭.৩ দফাত পুঁজি মুকলিৰ পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। পুঁজিৰ কেন্দ্ৰীয় অংশ বিচৰাৰ আৰ্হি সংযোজন বি-১৬তদিয়া হৈছে। দ্বিতীয় কিস্তি মুকলিৰ বাবে যাৱতীয় সকলো প্ৰস্তাব নিৰ্দেশনাৰ ৭.৩নং দফাত নিৰ্দেশিত অন্যান্য নথিৰ সৈতে এই আৰ্হিত দাখিল কৰিব লাগিব।

প্ৰস্তাৱত তথ্য দাখিলৰ সময়ত নিম্নোক্ত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জিলাবোৰক পৰামৰ্শ দিয়া হৈছে।

২০০৬ চনৰ দুই ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এন এফ এফ ডব্লিউ পি আৰু এছ জি আৰ ৱাই কাৰ্যসূচীসমূহ এনৰেগাত সংযোগ কৰা হৈছে। উক্ত সকলো উৎসৰ পৰা উপলব্ধতাৰ বিষয়ে ২০০৫-০৬ আৰু ২০০৬-০৭ত উল্লেখ কৰা ধৰণে প্ৰতিবেদন দাখিল কৰিব লাগিব।

কোনো স্তম্ভ খালী ৰাখিব নোৱাৰিব। আৰু যদি কোনো তথ্য নাথাকে তেন্তে সেয়া ‘নাই’ বুলি দেখুৱাব লাগিব।

আৰ্হিত বিচৰা তথ্য নিৰ্দেশিত উৎসৰ পৰা যোগান ধৰিব লাগিব। তাৰ বাহিৰে আন কোনো উৎসক ভিত্তি হিচাপে ল’ব নোৱাৰিব।

অনুচ্ছেদ-এ

১৬ নং শাৰীত থকা নিৰ্দিষ্ট তাৰিখলৈকে পুঁজিৰ ব্যৱহাৰে আটাইবোৰ ৰূপায়ণ সংস্থাই প্ৰতিবেদন দিয়া মতে হোৱা খৰচক নিৰ্দেশ কৰে। যিমান তাৰিখলৈকে হোৱা খৰচৰ প্ৰতিবেদন দাখিল কৰা হৈছে, জিলাখনে সেই তাৰিখটো জনাব লাগিব।

অনুচ্ছেদ এ-১

১(ক) খাদ্য শস্যৰ উঠাই নিনিয়া জমাই কৰ্তৃত্বপ্ৰা্প্ত খাদ্য-শস্যৰ পৰা উঠাই নিয়া খাদ্য-শস্যৰ পৰিমাণ বাদ দি বাকী থকা খিনিক বুজায়।

১(খ) ১.৪.২০০৫লৈকে খাদ্য শস্যৰ অব্যৱহৃত জমাই পূৰ্বৰ বৰ্ষৰ(২০০৩-০৪)জমাকে ধৰি যোৱা বছৰ (২০০৪-০৫) উঠোৱা খাদ্যশস্যৰ পৰিমাণৰ পৰা ২০০৪-০৫ বৰ্ষত ব্যৱহৃত খাদ্য শস্যখিনি বাদ দিয়াৰ পাছত বাকী থকাখিনিক বুজায়।

অনুচ্ছেদ বি

১নং পইণ্ট- জবকাৰ্ড জাৰি কৰা পৰিয়ালৰ সংখ্যাই এনৰেগা আৰম্ভ হোৱাৰ পৰা প্ৰতিবেদন দাখিলৰ তাৰিখলৈকে জাৰি কৰা জবকাৰ্ডৰ সংখ্যাক প্ৰতিফলিত কৰিব লাগে।

২নং পইণ্ট- নিযুক্তিৰ দাবী কৰা পৰিয়ালৰ সংখ্যা আৰু ওপৰত দেখুওৱা মতে, জবকাৰ্ড প্ৰদান কৰা পৰিয়ালবোৰৰ ভিতৰৰে কাম দাবী জনোৱা পৰিয়ালৰ সংখ্যা একে হ’ব লাগিব।

৩নং পইণ্ট- নিযুক্তি দিয়া (নিৰ্দিষ্ট তাৰিখলৈকে) মুঠ পৰিয়ালৰ সংখ্যাকে বুজায়। যদি এটা পৰিয়ালক এটা মাহত আৰু পৰৱৰ্তী মাহবোৰতো নিযুক্তি দিয়া হয় তেন্তে সেয়া মাত্ৰ এবাৰহে হিচাপ কৰা হ’ব।

৪নং পইণ্ট- ১০০ দিনৰ নিযুক্তি সম্পূৰ্ণ পৰিয়ালবোৰক জবকাৰ্ডৰ তথ্যৰ ভিত্তিত গাঁও পঞ্চায়ত পৰিচালনা কৰা নিয়োগ ৰেজিষ্টাৰৰ লাভ কৰা ধৰণে সঠিক ৰূপত জনাব লাগিব।

২০০৭-০৮ৰ পৰা আগলৈ

২০০৭-০৮ৰ বাবে আৰ্হি (প্ৰ-পত্ৰ ii) পুনৰ সৰলীকৰণ কৰা হৈছে যিহেতু সেই সময়লৈকে এন এফ এফ ডব্লিউ পি আৰ এছ জি আৰ ৱাইৰ জমা পুঁজি ব্যৱহাৰ কৰা হ’লহেতেন আৰু যোগান ধৰিবলগীয়া তথ্যই একমাত্ৰ এনৰেগাক নিৰ্দেশ কৰিব। ২০০৬-০৭ৰ বাবে দিয়া নিয়মাৱলী ২০০৭-০৮লৈকে প্ৰযোজ্য হ’ব। ব্যৱহাৰৰ প্ৰমাণপত্ৰৰ বাবে পৰৱৰ্তী আৰ্হি পৰিশিষ্ট আৰ্হি পৰিশিষ্ট বি-১৭ত দিয়া হৈছে।

 

২০০৬-০৭ ত এনৰেগা-ৰ অধীনত জিলাই কেন্দ্ৰীয় পুঁজিৰ পৰা ধন আবেদনৰ প্ৰ-পত্ৰ

জিলাৰ নাম আৰু ঠিকনাঃ

শাখা-ক-বিত্তীয়

১। চলিত বছৰত জিলাখনৰ ধন প্ৰাপ্তিৰ স্থিতিঃ

ক্ৰঃনং

বিৱৰণ

এন এফ এফ ডব্লিউ পি

এনৰেগা

এছ জি আৰ ৱাই

মুঠ

১.৪.২০০৫ ত জমা পুঁজি (*)

 

 

 

 

২.২.০৬(ক+খ)ৰ আগতে মোকলাই দিয়া ২০০৫-০৬ ৰ পুঁজি

(ক) কেন্দ্ৰীয়

(খ) ৰাজ্যিক

 

 

 

 

অন্যান্য প্ৰাপ্তি(সুত)

 

 

 

 

মুঠ পুঁজি(১.৪.২০০৫ ৰ পৰা ১.২.২০০৬ লৈকে)

(১+২+৩)এন এফ এফ ডব্লিউ পি-ৰ অধীনত

 

 

 

 

(ক) বছৰটোত(২০০৫-০৬)১.২.২০০৬লৈকে এন এফ এফ ডব্লিউ পি-ৰ অধীনত ব্যৱহাৰ হোৱা পুঁজি

(খ) প্ৰশাসনীয় ক্ষেত্ৰত খৰচ(৫ক)ৰ পৰা

 

 

 

 

২.২.২০০৬ত জমা(৪-৫ক)

 

 

 

 

২০০৫-০৬ত ২.২.২০০৬ৰ পাছত মোকলাই লোৱা ধনৰ পৰিমাণ (২.২.২০০৬ ৰ পৰা ৩১.৩.২০০৬ লৈকে)

(ক) কেন্দ্ৰীয়

(খ) ৰাজ্যিক

 

 

 

 

অন্যান্য প্ৰাপ্তি(সূত)

 

 

 

 

এন এফ এফ ডব্লিউ পি-ৰ অধীনত(২.২.২০০৬ৰ পৰা ৩১.৩.২০০৬ লৈকে)
ধনৰ পুঁজি(৬+৭+৮)

 

 

 

 

১০

(ক)এন এফ এফ ডব্লিউ পি-ৰ অধীনত(২.২.২০০৬ৰ পৰা ৩১.৩.২০০৬ লৈকে) ব্যৱহাৰ হোৱা পুঁজি

(খ)প্ৰশাসনীয় ক্ষেত্ৰত খৰচ(১০ক)ৰ পৰা

 

 

 

 

১১

১.৪.২০০৬ত ধনৰ পুঁজি(৯-১০ক)

 

 

 

 

১২

কেন্দ্ৰই ২০০৬-০৭ চনত মোকলোৱা পুঁজি

 

 

 

 

১৩

ৰাজ্যই ২০০৬-০৭ চনত মোকলোৱা পুঁজি

 

 

 

 

১৪

২০০৬-০৭ ত অন্যান্য প্ৰাপ্তি(সূত)

 

 

 

 

১৫

মুঠ পুঁজি (১১+১২+১৩+১৪)

 

 

 

 

১৬

আজি পৰ্যন্ত ব্যৱহাৰ ধনৰ পৰিমাণ(.......)(তাৰিখ উল্লেখ কৰিব)

 

 

 

 

১৭

ব্যৱহাৰ হোৱা পুঁজিৰ শতাংশ(১৫/১৬×১০০)

 

 

 

 

১৮

১৬ ৰ পৰা

(ক) অশৈলী বনুৱাৰ ওপৰত খৰচ

(খ) সামগ্ৰীৰ সৈতে অৰ্ধশৈলী আৰু শৈলী বনুৱাৰ ওপৰত খৰচ

(গ্)প্ৰশাসনীয় ক্ষেত্ৰত খৰচ

 

 

 

 

(*) যদি প্ৰস্তাৱতো ৩০ ছেপ্তেম্বৰৰ পাছত জমা দিয়া হৈছিল, তেন্তে পৰিদৰ্শিত ষ্টেটমেণ্ট অৱ একাউণ্টচ্-ৰ মতে হ’ব লাগিব।

($) যদি কেন্দ্ৰীয় বা ৰাজ্যই মোকলাই দিয়া আগৰ বছৰৰ ধন চলিত বছৰত প্ৰাপ্তি ঘটে আৰু চলিত বছৰত দেখুৱা হয় তেন্তে তাক ঘাইকৈ মন্তব্য ৰূপত তলত উল্লেখ কৰিব লাগিব যে চলিত বছৰত দেখুৱা পুঁজিৰ কিমান পুঁজি আগৰ বছৰৰ।

 

শাখা-ক-১(খাদ্য সামগ্ৰী)

১। এনৰেগাৰ অধীনত জিলাখনত খাদ্যসামগ্ৰী পোৱা ব্যৱহাৰৰ স্থিতিঃ

ক্ৰঃনং

বিৱৰণ

এন এফ এফ ডব্লিউ পি

এছ জি আৰ ৱাই

মুঠ

 

১.৪.২০০৫ৰ জমা

(ক) খাদ্য সামগ্ৰীৰ আনলিফ্টেড জমা

(খ) খাদ্য সামগ্ৰীৰ অব্যৱহৃত জমা

 

 

 

 

২০০৫-০৬ অনুমোদিত খাদ্য সামগ্ৰী

 

 

 

 

মুঠ অনুমোদিত খাদ্য সামগ্ৰী (১ক+২)

 

 

 

 

আজি পৰ্য্যন্ত চলিত বৰ্ষত(২০০৫-০৬),()কৰা খাদ্য সামগ্ৰীৰ পৰিমাণ(৩ৰ পৰা)

 

 

 

 

মুঠ উভৈনদী খাদ্য সামগ্ৰী(১খ+৪)

 

 

 

 

এন এফ এফ ডব্লিউ পি-ৰ অধীনত(২০০৫-০৬)ত আজি পৰ্য্যন্ত(.....তাৰিখ উল্লেখ কৰিব)ব্যৱহাৰ হোৱা খাদ্য সামগ্ৰী(৫ৰ পৰা)

 

 

 

 

শাখা-খ(শাৰীৰিক অগ্ৰগতি)

১। কৰ্মপত্ৰ দিয়া পৰিয়ালৰ সংখ্যা.............................

 

অনুসূচীত জাতি

অনুসূচীত জনজাতি

অন্যান্য

মুঠ

 

 

 

 

 

২। ৰোজগাৰ বিচৰা পৰিয়ালৰ সংখ্যা (আজি পৰ্য্যন্ত)....................

৩। ৰোজগাৰ দিয়া পৰিয়ালৰ সংখ্যা  (আজি পৰ্য্যন্ত).....................

৪। ৰোজগাৰৰ ১০০ দিন সম্পূৰ্ণ কৰা পৰিয়ালৰ সংখ্যা (আজি পৰ্য্যন্ত)................

 

এনৰেগাৰ অধীনত ২০০৭-০৮ ৰ পৰা জিলাই কেন্দ্ৰীয় পুঁজিৰ পৰা

ধন আবেদনৰ ফৰ্মেট

(নিয়মাৱলীৰ ৭.৩.৭ দফাত উল্লেখিত)

জিলাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাঃ

শাখা-ক-বিত্তীয়

১। চলিত বছৰত জিলাখনৰ ধন প্ৰাপ্তিৰ স্থিতিঃ

ক্ৰঃনং

বিৱৰণ

টকা(লাখত)

আগৰ বিত্তীয় বছৰৰ (*) ১ এপ্ৰিলত জমা ধন

 

আগৰ বছৰ মোকলাই দিয়া ধন

(ক) কেন্দ্ৰীয়

(খ) ৰাজ্যিক

মুঠ (ক+খ)

 

আগৰ বছৰৰ শিতানত পাবলগীয়া ধনৰ চলিত বছৰত প্ৰাপ্তি

 

এনৰেগাৰ অধীনত আগৰ বিত্তীয় বছৰত মুঠ পুঁজি (১+২+৩)

 

(ক) আগৰ বিত্তীয় বছৰত ব্যৱহৃত হোৱা ধনৰ পৰিমাণ

(খ) প্ৰশাসনীয় ক্ষেত্ৰত হোৱা খৰচৰ পৰিমাণ(৫(ক)ৰ পৰা)

(গ) অশৈলী বনুৱাৰ বাবদ হোৱা খৰচ(৫(ক)ৰ পৰা)

(ঘ) অৰ্ধশৈলী, শৈলী আৰু সামগ্ৰী বাবদ হোৱা খৰচ(৫(ক)ৰ পৰা)

 

আগৰ বিত্তীয় বৰ্ষৰ ক্ল’জিং বেলেঞ্চ চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলত অ’পেনিং বেলেঞ্চ(৪-৫(ক))

 

চলিত বিত্তীয় বছৰত মোকলাই দিয়া ধন ($)

(ক) কেন্দ্ৰীয়

(খ) ৰাজ্যিক

মুঠ(ক+খ)

 

চলিত বছৰৰ শিতানত ঘটা অন্যান্য প্ৰাপ্তি

 

এনৰেগাৰ অধীনত চলিত বিত্তীয় বছৰত মুঠ পুঁজি

 

১০

এনৰেগাৰ অধীনত চলিত বছৰত আজি পৰ্য্যন্ত(তাৰিখ উল্লেখ কৰিব)হোৱা খৰচৰ পৰিমাণ

 

১১

মুঠ পুঁজিৰ ব্যৱহাৰ হোৱা ধনৰ শতাংশ(৯/১০×১০০)

 

বিঃ দ্ৰঃ

(*) যদি প্ৰস্তাৱতো ৩০ ছেপ্তেম্বৰৰ পাছত জমা দিয়া হৈছিল, তেন্তে পৰিদৰ্শিত ষ্টেটমেণ্ট অৱ একাউণ্টচ অনুযায়ী হ’ব লাগিব আৰু যদি আগতে জমা দিয়া হয় তেন্তে ইউ চি অনুযায়ী হ’ব লাগিব আৰু প্ৰস্তাৱৰ সৈতে গাঠি দিব লাগিব।

($) যদি কেন্দ্ৰই বা ৰাজ্যই মোকলাই দিয়া আগৰ বছৰৰ ধন চলিত বছৰত প্ৰাপ্তি ঘটে আৰু চলিত বছৰৰ শিতানত দেখুওৱা হয় তেন্তে তাক স্পষ্টকৈ মন্তব্য ৰূপত তলত উল্লেখ কৰি দিব লাগিব যে চলিত বছৰত দেখুওৱা পুঁজিৰ কিমান পুঁজি আগৰ বছৰৰ।

 

ভাগ-বি (খ)(শাৰীৰিক উন্নতি)

১। কৰ্মপত্ৰ (জবকাৰ্ড) আগবঢ়োৱা ঘৰৰ সংখ্যা-

অনুসূচীত জাতি

অনুসূচীত জনজাতি

অন্যান্য

সৰ্বমুঠ

 

 

 

 

 

২। কৰ্মসংস্থান দাবী কৰা/বিচৰা পৰিয়ালৰ/ঘৰৰ সংখ্যা

৩। কৰ্মসংস্থান যোগান ধৰা পৰিয়াল/ঘৰৰ সংখ্যা

৪। কৰ্মসংস্থান এশদিন সম্পূৰ্ণ কৰা পৰিয়াল/ঘৰৰ সংখ্যা

(জিলা আঁচনি সমন্বয়কৰ স্বাক্ষৰ আৰু মোহৰ)

 

মাহেকীয়া আবণ্টন আৰু ব্যৱহাৰৰ প্ৰমাণ পত্ৰৰ পৰ্যবেক্ষণ পঞ্জী

মাহ

আৰম্ভণিৰ পুঁজি                                            (লাখৰ হিচাপত)

ক্ৰঃনং

তাৰিখ

আবণ্টন

ব্যয়

বাকী থকা

ব্যৱহাৰৰ প্ৰমাণপত্ৰ জমা দিয়া

ব্যৱহাৰৰ প্ৰমাণপত্ৰ জমা দিবলৈ বাকী থকা

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

মুঠ মাহ

 

 

 

 

 

 

পৰৱৰ্তী মাহৰ বাবে কলম-৫ মুঠ জমা অ’পেনিং বেলেঞ্চ হ’ব

 

পৰিশিষ্ট বি-১৭

...............................................................বছৰৰ বাবে এনৰেগাৰ অধীনত নগদ অংশৰ বাবে ব্যৱহাৰৰ প্ৰমাণপত্ৰ

(প্ৰসংগঃ দফা ৭.৩.৭(এ))

.....................ৰাজ্যৰ

...........জিলা

.......................বছৰৰ বাবে ব্যৱহাৰ

প্ৰমাণপত্ৰ

(১)পূৰ্বৰ বছৰৰ ব্যয় নোহোৱা জমা

(ক)এছ জি আৰ ৱাই অধীনত...........লাখ টকা

(খ)এন এফ এফ ডব্লিউ পিৰ অধীনত লাখ টকা

(গ)এনৰেগাৰ অধীনত..............লাখ টকা

মুঠ (ক+খ+গ)..................টকা

(২)...........বছৰৰ এন এফ এফ ডব্লিউ পি/এনৰেগাৰ

অধীনত লাভ কৰা পুঁজি...........লাখ টকা এন এফ এফ

ডব্লিউ পি আৰ এছ জি আৰ ৱাইৰ তথ্য গুৰুত্বপূৰ্ণ

নহয়।

পত্ৰৰ সম্পূৰ্ণ       কেন্দ্ৰ
নম্বৰ আৰু
তাৰিখ

 

(৩) এন এফ এফ ডব্লিউ পি/এনৰেগাৰ অধীনত

সানমিহলিকৈ লাভ কৰা ধন.............লাখ টকা

(৪) মুঠ উপলব্ধ পুঁজি(১+২+৩)

.............লাখ টকা

প্ৰমাণপত্ৰ দিয়া হ’ল যে কাষত নম্বৰ আৰু তাৰিখ উল্লেখ কৰা.............মন্ত্ৰালয়ৰ পত্ৰৰ  ভিত্তিত.............ভাৰত চৰকাৰৰ পৰা সহায়ক অনুদান হিচাপে...............লাখ টকা (...............টকা) এন এফ এফ ডব্লিউ পি()/এনৰেগাৰ অধীনত লাভ কৰিছে আৰু ......... নম্বৰ আৰু.......তাৰিখৰ পত্ৰযোগে ৰাজ্য চৰকাৰৰ পৰা.............টকা লাভ কৰিছে। আনহাতে, পূৰ্বৰ..........বৰ্ষৰ খৰচ নোহোৱা জমা হিচাপে  থকা ..........টকা(.............টকা মাত্ৰ) চলিত বৰ্ষত ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল। ........বৰ্ষত সংস্থাটোৱে সান মিহলিকৈ লাভ কৰিছিল ................লাখ টকা। লগতে প্ৰমাণপত্ৰ দিয়া হ’ল যে ওপৰত উল্লেখিত............ টকা (..............টকা)ৰ মুঠ পুঁজিৰ পৰা...........বৰ্ষত জিলাখনে সংশ্লিষ্ট মঞ্জুৰিপ্ৰাপ্ত উদ্দেশ্যত......... টকা(..............টকা) ব্যৱহাৰ কৰিছে। ইয়াৰ ভিতৰৰে.......টকা (আখৰত) এনৰেগাৰ অধীনত অনুমোদনযোগ্য প্ৰশাসনীয় আকস্মিক ব্যয় হিচাপে পত্ৰ দিয়া হ’ল যে বছৰটোৰ শেষত অব্যৱহৃত জমা হিচাপে থকা............টকা(............টকা) পৰৱৰ্তী বছৰৰ কাৰ্যসূচীৰ ব্যয় কৰা হ’ব।

প্ৰমাণপত্ৰ দিয়া হ’ল যে যিবোৰ উদ্দেশ্যে পুঁজি মঞ্জুৰ কৰা হৈছিল সেই উদ্দেশ্যবোৰ যথাযথভাৱে পূৰণ কৰা/পূৰণ কৰি থকা বুলি মই আশ্বস্ত হৈছো। যি উদ্দেশ্যত ধন মঞ্জুৰ কৰা হৈছিল জিলাবোৰত প্ৰকৃততে সেই উদ্দেশ্যে ধন ব্যয় কৰা হৈছেনে নাই সেয়া চাবলৈ মই নিম্নোক্ত বিষয়সমূহ পৰীক্ষা কৰিছিলো।

পৰীক্ষা কৰা বিষয়সমূহঃ

(i) চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা যথাযথভাৱে হিচাপ পৰীক্ষা কৰোৱা সংস্থাটোৰ.........বৰ্ষৰ একাউণ্টৰ বিৱৰণ লাভ কৰা হৈছে/মঞ্জুৰি দিয়া হৈছে।

(ii) নিৰ্দ্ধাৰিত বছৰৰ বাবে জিলাখনৰ ব্যৱহাৰৰ প্ৰমাণপত্ৰ আৰু হিচাপ/পৰিদৰ্শন প্ৰতিবেদন লাভ কৰা হৈছে আৰু যথাযথভাৱে পুনৰীক্ষণ কৰা হৈছে।

(iii) এইটো নিশ্চিত কৰা হৈছে যে এনৰেগাৰ অধীনত বাস্তৱিক আৰু বিত্তীয় পাৰদৰ্শিতা ভাৰত চৰকাৰ/ৰাজ্য চৰকাৰৰ দ্বাৰা জাৰি কৰা নিয়মাৱলীত নিৰ্দ্ধাৰণ কৰি দিয়া মতেই হৈছে।

(iv) প্ৰমাণপত্ৰ দিয়া হ’ল যে এনৰেগাৰ অধীনস্থ সকলো কামতে মাষ্টাৰৰোল শুদ্ধভাৱে পৰিচালনা কৰা হৈছিল।

(v) প্ৰমাণপত্ৰ দিয়া হ’ল যে এনৰেগাৰ প্ৰথম অনুসূচীৰ অধীনত অনুমোদনযোগ্য কামহে হাতত লোৱা হৈছিল।

চহী.................

নাম................

সংশ্লিষ্ট জিলাৰ জিলা আঁচনি সমন্বয়কৰ কাৰ্যালয়ৰ ষ্টাম্প

 

(vi)ওপৰত উল্লেখিত পুঁজিৰ ব্যৱহাৰৰ ফলাফলসমূহ হ’ল-

(ক)বাস্তৱিক লাভ

(i)সৃষ্টি হোৱা ব্যক্তিদিনৰ সংখ্যা

(ii)নিযুক্তি দিয়া পৰিয়ালৰ সংখ্যা

(খ)ফলাফল

কৰ্মাৱলী

কামৰ সংখ্যা

সম্পূৰ্ণ

চলি থকা

জলসংৰক্ষণ আৰু জলাকৰ্ষণ

 

 

খৰাং

 

 

ক্ষুদ্ৰ জলসিঞ্চন

 

 

অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু ইন্দিৰা আবাস যোজনাৰ হিতাধিকাৰিলৈ আগবঢ়োৱা জলসিঞ্চনৰ সুবিধা

 

 

জলৰ পদাৰ্থৰ নবীকৰণ

 

 

মাটি উন্নয়ন

 

 

বানপানী নিয়ন্ত্ৰণ আৰু সুৰক্ষা

 

 

গ্ৰামীন সংযোগীকৰণ

 

 

অন্যান্য(এম আৰ ডি দ্বাৰা স্বীকৃত)

 

 

মুঠ

 

 

 

(iii) এশ দিন ৰোজগাৰ সম্পূৰ্ণ কৰা ঘৰৰ/পৰিয়ালৰ সংখ্যা..............................

স্বাক্ষৰ

নাম.....................................

নিৰ্দ্ধাৰিত জিলাৰ আঁচনি সমন্বয়কৰ কাৰ্য্যালয়ৰ মোহৰ

দিনাংকঃ

ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ অধীনত..........চনৰ

নগদ অংশৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ

(প্ৰসংগঃ পেষা ৭.৩.৭(ক)

...........................জিলা..............................ৰাজ্য...........................চনৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ

১। পূৰ্ব বছৰৰ বাকী ৰৈ যোৱা অংশ

(ক)এছ জি আৰ ৱাই-ৰ অধীনত...........................লাখ

(খ)এন ই এফ ডব্লিউ পি-ৰ অদীনত.......................লাখ

(গ)এনৰেগা-ৰ অধীনত.......................................লাখ

সৰ্বমুঠ(ক+খ+গ)........................................লাখ

এন ই এফ ডব্লিউ পি আঁচনিৰ অধীনত...........................

২। বছৰটোত লাভ কৰা সৰ্বমুঠ সাহায্যৰ পৰিমাণ.............................লাখ(*)

(লাখৰ ঘৰত হিচাব)

পত্ৰ নং আৰু তাৰিখ

কেন্দ্ৰ

ৰাজ্য

i)

ii)

iii)

 

 

 

৩। এন ই এফ ডব্লিউ পি/এনৰেগা ৰ অধীনত বিভিন্ন এজেন্সীৰ পৰা লাভ কৰা বিভিন্ন গ্ৰহণযোগ্যতা।

৪। সৰ্বমুঠ ধন......................লাখ(১+২+৩)

(*)এন ই এফ ডব্লিউ পি আৰু এছ জি আৰ ৱাই-ৰ তথ্য পৰৱৰ্তী বছৰত প্ৰাসঙ্গিক নহয়।

 

প্ৰমাণিত দিয়া হয় যে মুঠ.......................লাখ অনুদান ভাৰত চৰকাৰৰ.................. মন্ত্ৰালয়ৰ পত্ৰ নং.....................তাৰিখ.....................জিলাই এন ই এফ ডব্লিউ পি (*) এনৰেগা-ৰ অধীনত লাভ কৰে আৰু ৰাজ্য চৰকাৰৰ পত্ৰ নং..................তাৰিখ............... পুনৰ লাভ কৰা ধনৰাশিৰ....................লাখ মাত্ৰ) ৰৈ যোৱা অংশ চলিত বৰ্ষত ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হয়। বিভিন্ন উৎসৰ পৰা সংগৃহীত পুঁজি...................লাখ...................চন।

ইয়াৰ দ্বাৰা পুনৰ প্ৰমাণ ওপৰোক্ত...........................লাখ মুঠ পুঁজিৰ, সৰ্বমুঠ................লাখ মঞ্জুৰিকৃত জিলাই......................চনত ব্যৱহাৰ কৰিছে....................টকা এনৰেগাৰ অধীনত প্ৰশাসনিক ব্যয় হিচাপে খৰচ কৰিছে। পুনৰ প্ৰমাণপত্ৰ দিয়া হয় যে বছৰটোৰ শেষত খৰচ নোহোৱাকৈ ৰৈ যোৱা.....................টকা পৰৱৰ্তী বছৰৰ আঁচনিত খৰচ হ’ব।

৩। প্ৰমাণ পত্ৰ দিয়া হয় যে অনুমোদিত ধনৰাশি সম্পূৰ্ণ নিয়ম অনুযায়ী আৰু যি উদ্দেশ্যে ইয়াক মঞ্জুৰি দিয়া হৈছিল সেই উদ্দেশ্যেই প্ৰতিখন জিলাতেই ব্যৱহাৰ কৰা হৈছে আৰু এই ক্ষেত্ৰত মই সম্পূৰ্ণভাৱে আশ্বস্ত।

হিচাপ পৰীক্ষাৰ বিভিন্ন পদ্ধতি/অনুশীলন

(i)                 কাৰ্য্যালয়ৰ সম্পূৰ্ণ হিচাপ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পদ্ধতিগতভাৱে অ’ডিটেড হিচাপ গ্ৰহণ কৰা হয় আৰু সেই অনুযায়ী মঞ্জুৰি দিয়া হয়।

(ii)               প্ৰতিখন জিলাৰ পৰা পুনৰ মূল্যায়িত ব্যৱহাৰিক প্ৰমাণপত্ৰ আৰু হিচাপ/পৰিদৰ্শন ৰিপোৰ্ট নিৰ্দ্ধাৰিত বছৰটোৰ বাবে সংগ্ৰহ কৰা।

(iii)             এনৰেগাৰ অধীনত প্ৰথাগত আৰু বিত্তীয় যোগ্যতা ভাৰত চৰকাৰ/ৰাজ্য চৰকাৰৰ নিৰ্দ্দেশাৱলী অনুযায়ী নিশ্চিত কৰা হয়।

(iv)              এনৰেগাৰ সম্পূৰ্ণ চৰ্তাৱলী শুদ্ধভাৱে অনুসৰণ কৰা বুলি প্ৰমাণিত হয়।

 

 

স্বাক্ষৰ

নাম..................................

নিৰ্দ্ধাৰিত জিলাৰ আঁচনি সমন্বয়কৰ কাৰ্য্যালয়ৰ মোহৰ

দিনাংকঃ

এনৰেগাৰ অধীনত খাদ্য শস্যৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ

বৰ্ষ..............(২০০৫-০৬ আৰু ২০০৬-০৭-ৰ সম্পৰ্কীয়)

(উদাহৰণঃ পেষা ৭.৩.৭(ক)

 

...................জিলা.......................ৰাজ্য.....................বৰ্ষৰ খাদ্য শস্যৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ।

(ক)পূৰ্ব বৰ্ষৰ নুঠোৱা পৰিমাণ................

i)ধান........................মেঃটন

ii)গম........................মেঃটন

 

(খ)পূৰ্ব বৰ্ষৰ অব্যৱহৃত অংশৰ পৰিমাণ.....................

i) ধান........................মেঃটন

ii)গম........................মেঃটন

 

(গ)মন্ত্ৰালয়ৰ তৰফৰ পৰা মোকলাই দিয়া খাদ্য শস্যৰ পৰিমাণ...............বৰ্ষ

i)ধান........................মেঃটন

ii)গম......................... মেঃটন

(ঘ)বছৰটোত উঠোৱা খাদ্য শস্যৰ পৰিমাণ................(চলিত বৰ্ষত মোক    লোৱা+পূৰ্ববৰ্ষৰ নুঠোৱা অংশৰ পৰিমাণ ওপৰত (ক)অংশ দেখুওৱা ধৰণে)

i)ধান.....................মেঃটন

ii)গম.....................মেঃটন

এন ই এফ ডব্লিউ পি-ৰ অধীনত অনুদিত ভাৰত চৰকাৰৰ..................মন্ত্ৰালয় পত্ৰ নং আৰু তাৰিখ.................যোগে...................লাভ কৰে................মেঃটন ধান আৰু..................মেঃটন গম।

 

ইয়াৰ উপৰিও পূৰ্বৰ অব্যৱহৃত......................মেঃটন ধান...............মেঃটন গম চলিত বৰ্ষত ব্যৱহাৰৰ বাবে অনুোদন দিয়া হল। সেয়ে সৰ্বমুঠ ব্যৱহাৰ যোগ্য খাদ্য শস্যৰ  পৰিমাণ.................মেঃটন ধান আৰু..................মেঃটন গম।

তাৰোপৰি প্ৰমাণ পত্ৰ দিয়া হয় যে ওপৰত উল্লেখিত খাদ্য শস্যৰ................মেঃটন ধান আৰু.................মেঃটন গম চলিত বৰ্ষত প্ৰয়োজনীয় উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। আৰু চলিত অব্যৱহৃত....................মেঃটন ধান...................মেঃটন গম পৰৱৰ্ত্তী বৰ্ষত ব্যৱহাৰৰ বাবে অনুমোদিত কৰা হয়।

৪। প্ৰমাণপত্ৰ দিয়া হয় যে যি অৱস্থাত এই খাদ্য শস্যৰ অনুমোদন কৰা হৈছিল সেই উদ্দেশ্যই ইয়াক প্ৰতিখন জিলাতে ব্যৱহাৰ কৰা হৈছে আৰু এই ক্ষেত্ৰত তলত দিয়া ধৰণে সম্পূৰ্ণভাৱে আশ্বস্ত।

নিৰীক্ষণৰ বিভিন্ন ধৰণঃ

i) জিলা সমূহত কাৰ্যকৰী এজেণ্সীৰ হাতত থকা পুঁজিৰ পৰ্য্যবেক্ষণ।

ii) প্ৰতিটো কাৰ্য়্যকৰী সংঘ/কাৰ্য্যালয়ৰ প্ৰতিখন জিলাৰে সেই বিশেষ বৰ্ষৰ পুনৰ নিৰীক্ষিত ব্যৱহাৰিক প্ৰমাণপত্ৰ সংগ্ৰহ কৰা।

iii) ভাৰত চৰকাৰৰ নিৰ্দ্ধাৰিত নিৰ্দ্দেশাৱলীৰ আধাৰত নিৰ্মিত সাম্ভাৱ্য লক্ষ্য/কাৰ্য্যকৰী সূচী অনুযায়ী শাৰিৰীক আৰু বিত্তীয় পাৰদৰ্শিতা নিশ্চিতকৰণ কৰা।

iv) এনৰেগাৰ অধীনত সকলো কাৰ্য্যতে মাষ্টাৰৰোল শুদ্ধভাৱে মানি চলাৰ প্ৰমাণপত্ৰ।

v) এনৰেগাৰ আইন দফা-১ৰ অন্তৰ্গত একমাত্ৰ অনুমতি সাপেক্ষে কামৰ তালিকা গ্ৰহণ কৰাৰহে প্ৰমাণ পত্ৰ দিয়া হয়।

 

স্বাক্ষৰ

নাম.............................. নিৰ্দ্দিষ্ট জিলাৰ জিলা আঁচনি সমন্বয়কৰ কাৰ্য্যালয়ৰ মোহৰ

দিনাংকঃ

উৎসঃ অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate