১৯৯৯ চনত লোকসভাৰ দ্বাৰা গঠিত/নিৰ্মিত এখন আইন। ভাৰত চৰকাৰৰ, সামাজিক ন্যায় আৰু সৱলিকৰণ মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় ন্যাস হৈছে এটা বিধিসন্মত স্ংস্থা।
চাৰিত্ৰিক বা প্ৰাকৃতিক ভাৱে বা সাধাৰণতে মস্তিষ্কৰ সামাজিক আৰু অনুভৱৰ ক্ষেত্ৰখনত প্ৰভাৱ পেলায়, যাৰ বাবে ভাৱ-বিনিময়ত, সামাজিক সম্পৰ্ক গঢ়াত আৰু কল্পনাত বাধা আহি পৰে।
শান্তনু বৰাৰ টি.ভি. মেৰামতি কৰা, ইলেক্ট্ৰিকেল ৱায়াইৰিং কৰা আৰু মাল্টি মিডিয়া প্ৰয়োগ কৰাত ডিপ্লমাৰ প্ৰমাণ পত্ৰ আছে। তেওঁ একচন ফৰ অটিজ’মৰ বাবে লিখা আৰু প্ৰকাশনৰ কাম খিনি চায়। তেওঁ টি.ভি.ত বাতৰি চায়, ইন্টাৰনেটত কাম কৰি আৰু ভ্ৰমণ কৰি ভাল পায়।শান্তনু বৰা এজন বিবাহিত ব্যক্তি। তেওঁৰ অটিজ’মৰ বাধাগ্ৰস্ততা আছে।
পাৰম্পৰিক বা প্ৰচলিত ভাষাত কোৱা হয় যে মেধাৱী শক্তি সম্পন্ন মস্তিষ্কই এটা অবাধ্য শৰীৰৰ লগত হোৱা স্ংযোজন, যাক কোৱা হয় মটৰ ডিস্ফাঞ্চন। গ্ৰচ্ মটৰ অৰ্থাৎ উঠা-বহা, খোজ কঢ়া ইত্যাদি। ফাইন মটৰ অৰ্থাৎ লিখা, চিলাই কৰা, ছবি অকাঁ ইত্যাদিত অসমৰ্থতা আৰু এই বাধাগ্ৰস্ততাই কথা কোৱাতো প্ৰভাৱ পেলায়।
ইমৰাণ খান সমাজ বিজ্ঞানৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। তেওঁ মহাবিদ্যালয়ত এডভেনচাৰ, নাচ-গান আদি আৰু মহাবিদ্যালয়ৰ অন্যান্য কাৰ্য্যকলাপত সক্ৰিয় অংশগ্ৰহণ কৰে। তেওঁ স্থায়ী পৰ্য্যায় সমিতিৰ এজন সদস্যও। তেওঁ স্থায়ী পৰ্য্যায় সমিতিৰ এজন সদস্যও। তেওঁ স্থায়ী পৰ্য্যায় সমিতিৰ এজন সদস্যও। তেওঁ মস্তিষ্ক পক্ষাঘাতৰে গ্ৰ্স্ত এজন ব্যক্তি।
মস্তিষ্কৰ জ্ঞান সম্বন্ধীয় ক্ষেত্ৰখনক প্ৰভাৱিত কৰে। যাৰ বাবে শিকা, ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ বহুত ধীৰে ধীৰে হয়। যিকোনো কথা শিকিবলৈ বা বুজি পাবলৈ বহুত সময় লাগে, আৰু তেওঁলোকক সহজ-সৰল শব্দত এটা-এটাকৈ বুজাব লাগে।
স্বয়মক্ৰুচি এটা সংস্থা, চিকন্দ্ৰাবাদত প্ৰতিষ্ঠিত, যিটোৱে মানসিক বাধাগ্ৰস্ত ডেকা আৰু প্ৰাপ্তবয়স্ক মহিলাসকলক আবাস প্ৰদান কৰে। যিটো এটা কলনিৰ মাজত প্ৰতিষ্ঠিত আৰু তাত স্ব-সহায়তা কৰা আৰু ঘৰুৱা কাম-কাজ কৰাৰ কৌশল শিকোৱা হয় প্ৰশিক্ষণ দিয়া হয়।
এনেদৰে তেওঁলোকে সামূহিক কাৰ্য্যকলাপ, উৎসৱ আদিত অংশগ্ৰহণ কৰে।
উৎস: বাধাগ্ৰস্তসকলৰ ৰাষ্ট্ৰীয় ন্যাস।
শেহতীয়া উন্নীতকৰণ: : 6/13/2020
ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত আঁচনিসমূহ ইয়াত দিয়া আছে।