তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াওক।
১) মজুৰী উপাৰ্জন কৰাতো এটা দীৰ্ঘম্যাদী লাভ- এই বাক্যটো
ক) সঁচা
খ) মিছা
গ) নাজানো
২) বেতনত থাকে
ক) প্ৰতিমাহে আমি পোৱা ধনৰ পৰিমাণ
খ) আমি গোটেই বছৰটোত পোৱা মুঠ ধন
গ) গোটেই বছৰটোত আমি লাভ কৰা মুঠ ধন আৰু দীৰ্ঘম্যাদী লাভসমূহ
৩) আপুনি বন্ধৰ দিনতো দৰমহা পাব। যদিহে আপুনি এজন
ক) বেতনভোগী
খ) মজুৰীভোগী
গ) ওপৰোক্ত এটাও নহয়।
৪) আমি তেতিয়াহে চৰকাৰক আয়কৰ প্ৰদান কৰিব লাগে
ক) যেতিয়া বাৰ্ষিক আয় চৰকাৰে নিৰ্ণয় কৰি দিয়া নূন্যতম পৰিমাণতকৈ অধিক হয়।
খ) আমি যেতিয়ালৈকে উপাৰ্জন কৰি থাকো।
গ) যদি আমি ধনী হওঁ।
৫) আমি প্ৰদান কৰিব লগা কৰত ৰেহাই পাব পাৰো যদিহে আমি বিনিয়োগ কৰো
ক) ৰাজহুৱা ভৱিষ্যনিধিত
খ) ইউনিট লিংক বীমা আঁচনিত
গ) ওপৰত উল্লেখিত দুয়োটা।
৬) আয়কৰ আইনৰ ৮০চি ধাৰাৰ তালিকাত থকা সামগ্ৰীসমূহত বিনিয়োগ কৰি আমি সৰ্বোচ্চ কিমান টকাৰ ওপৰত কৰ ৰেহাই পাব পাৰো।
ক) এক লাখ
খ) দুই লাখ
গ) তিনি লাখ
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
ইয়াত কৰ্মচাৰীৰ মজুৰি আৰু বেতন সম্পৰ্কীয় আলোচনা কৰা...
এই পাঠত কিমানখিনি শিকিলে সেয়া মূল্যায়ন কৰি চাব পাৰ...
ইয়াত কৰ আৰোপ আৰু চৰকাৰৰ লাভসমূহৰ বিষয়ে আলোচনা কৰা ...
এই পাঠত কিমানখিনি শিকিলে সেয়া মূল্যায়ন কৰি চাব পাৰ...