শস্যৰ নাম |
জাত |
ৰোপন ব্যৱধান ( ছে:মি:)শাৰী x পুলি |
ৰোপন সময় |
সাৰৰ পৰিমাণ প্রতি বিঘাত (কি:গ্রাম) |
|||
পচনসাৰ |
ইউৰীয়া |
চুপাৰ |
পটাছ্ |
||||
ফুলকবি |
আগতীয়া: আর্লিকুৱৰী পুছা কেতেকী, পুছা দিপালী |
৪৫ x ৪৫ |
জুলাই - আগষ্ট |
১৩০০ |
২৪ |
৪৯ |
১১ |
মধ্যমীযা : পুছা স্নোব'ল, পুছা ছিনথেটিক |
৬০ x ৬০ |
চেপ্তেম্বৰ - অক্টোবৰ |
১৩০০ |
২৪ |
৪৯ |
১১ |
|
শেহতীয়া : স্নোব'ল-১৬,হিছাৰ-১ |
৪৫ x ৪৫ |
নবেম্বৰ পর্য্যন্ত |
১৩০০ |
২৪ |
৪৯ |
১১ |
|
বন্ধাকবি |
আগতীয়া : গোল্ডেন একাৰ,প্রাইড অৱ ইণ্ডিযা , পুছা মুক্তা |
৬০ x ৩০ |
চেপ্তেম্বৰ - নবেম্বৰ |
১৩০০ |
৩৫ |
৪৯ |
১৪ |
শেহতীয়া : ড্রামহেড, ইকলিপচ ড্রামহেড |
৬০ x ৬০ |
চেপ্তেম্বৰ - নবেম্বৰ |
১৩০০ |
৩৫ |
৪৯ |
১৪ |
|
ওলকবি |
আগতীয়া : হোৱাইট ভিয়েনা |
৩০ x ২৫ |
চেপ্তেম্বৰ - নবেম্বৰ |
১৩০০ |
২৪ |
৪৯ |
১৪ |
শেহতীয়া : পার্পল ভিয়েনা |
৩০ x ২৫ |
চেপ্তেম্বৰ - নবেম্বৰ |
১৩০০ |
২৪ |
৪৯ |
১৪ |
|
বেঙেনা |
কুছীয়া,জেচি-১,বি.ডব্লিড.আৰ -৩৪ আৰু ১২, পুছা ভৈৰব , পুছা ক্রান্তি,পন্ট সম্রাট,পুছা পার্পল( দীঘল , ঘূৰণীয়া, থোপা) |
৭৫ x ৬০ |
চেপ্তেম্বৰ - নবেম্বৰ |
১৩০০ |
২৪ |
৪৯ |
১১ |
বিলাহী |
পঞ্জাৱ চুহাৰা , এচ-১২ , ছিউ, ভিচি - ৪৮-১, আর্কা আভা , আর্কা আলোক |
৬০ x ৩০ |
অক্টোবৰ - নবেম্বৰ |
১৩০০ |
২২ |
৪৯ |
১৪ |
মূলা |
পুছা দেশী, পুছা হিমানী, বোম্বে ৰেড |
১০ x ১২ |
আগষ্ট - অক্টোবৰ |
১৩০০ |
১৫ |
৪০ |
২০ |
গাজৰ |
নান্টেচ , পুছা কেশৰ |
১০ x ৩০ |
অক্টোবৰ - নবেম্বৰ |
১৩০০ |
১৮ |
২৪ |
২৪ |
মটৰ |
টি-১৬৩, বোনেভিল ,এইছ . ইউ . পি - ২ , কে.এফ.পি.ডি - ১ |
৩০ x ১০ |
অক্টোবৰ |
৬০০ |
৬ |
৪০ |
- |
ফ্রেসবিন |
পুছা পার্বতী, কন্টেনডাৰ, ইউ. পি. এফ - ২০৩, প্রিমিয়াৰ |
৪৫ x ৩০ |
অক্টোবৰ - মার্চ |
২৫০০ |
৮ |
৩২ |
৫ |
জলকীয়া |
এন.পি - ৪৬, পুছা জ্বৱালা, |
৪৫x৪৫ |
ডিচেম্বৰ - জানুৱাৰী |
১৩০০ |
২০ |
৩২ |
১৪ |
কেপছি কাম |
আর্কা মোহনী, আর্কা গৌৰৱ, কেলফোর্ণিয়া ওন্দাৰ , চিলকচন -১৬ |
৪৫ x ৪৫ |
ডিচেম্বৰ - জানুৱাৰী |
১৩০০ |
২০ |
৩২ |
১৪ |
আলু |
কুফ্রী চন্দ্রমুখী , কুফ্রী সিন্দুৰী, কুফ্রী জ্যোতি |
৩০ x ১৫ |
অক্টোবৰ - নবেম্বৰ |
১৩০০ |
১৯ |
৪৫ |
১২ |
*চুপাৰ - একক চুপাৰ ফছফেট , পটাছ - মিউৰেট অৱ পটাছ ।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 3/17/2020
নদন-বদন হৈ উঠিছে শীতকালীন শাক-পাচলি
এশ এবিধ শাক-পাচলি আৰু ইয়াৰ ঔষধি গুণ
খাদ্য, স্বাস্থ্য আৰু মন
গৰমৰ দিনত কি শাক-পাচলি আৰু ফলমূল খাব?