সামগ্ৰী |
অঞ্চলৰ নাম |
চাহ |
অসম, দাৰ্জিলিং, জলপাইগুৰি, নিলগিৰি, কেৰালা, উত্তৰাখণ্ড, ডেহৰাডুণ্ড |
কপাহ |
গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক |
ৰবৰ |
কেৰালা, মালৱাৰ উপত্যকা |
বাৰ্লি |
উত্তৰ প্ৰদেশ, ৰাজস্থান |
কফি |
কৰ্ণাটক্ম কেৰালা |
মৰাপাট |
পশ্চিমবংগ, বিহাৰ, অসম |
বজ্ৰা |
গুজৰাট, ৰাজস্থান |
ধান |
অসম, তামিলনাডু, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, চণ্ডিগড় |
কুঁহিয়াৰ |
উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ |
ধঁপাত |
মহাৰাষ্ট্ৰ, তামিলনাডু, চণ্ডিগড় |
ঘেঁহু |
উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা |
কপাহী কাপোৰ |
মুম্বাই, আহমেদাবাদ, কাণপুৰ, ইণ্ডোৰ, পাঞ্জৱ, দিল্লী, তামিলনাডু |
পাট সূতা |
অসম, কৰ্ণাটক, পশ্চিমবংগ, কাশ্মীৰ, পাঞ্জাৱ |
আফুগুটি |
মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান |
লোণ |
গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, কেৰালা |
বক্সাইট |
বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, চণ্ডিগড় |
কয়লা |
অসম, বিহাৰ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, মেঘালয়, তামিলনাডু |
চূণশিল |
মধ্যপ্ৰদেশ, তামিলনাডু |
জিংক |
ৰাজস্থান |
পেট্ৰলিয়াম |
অসম, গুজৰাট, বিহাৰ, কেৰালা, তামিলনাডু |
প্ৰাকৃতিক গেছ |
অসম, গুজৰাট, মুম্বাই |
মেংগানিজ |
উৰিষ্যা, কৰ্নাটক, অন্ধ্ৰপ্ৰ্দেশ, বিহাৰ |
তাম |
বিহাৰ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, ছিকিম, উৰিষ্যা |
সোণ |
কৰ্ণাটক কুলাৰ মাল্লাপাগোণ্ডা, বিহাৰ, অন্ধ্ৰপ্ৰদেশ |
ৰূপ |
ৰাজস্থান, বিহাৰ |
লো |
গোৱা, মধ্যপ্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, তামিলনাডু |
হীৰা |
মধ্যপ্ৰদেশ |
বালিচন্দা |
বিহাৰ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, তামিলনাডু, কৰ্ণাটক, কেৰালা |
সীহ |
ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ |
লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
কামৰূপ নামৰ বুৎপত্তি
অসম নামৰ ব্যুৎপত্তি
গাৰোসকল
আধুনিক বনাম বিকল্প চিকিৎসা