অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওঁঠযুৰিৰ যত্ন লওক

ওঁঠযুৰিৰ যত্ন লওক

  • প্ৰতিদিনে ৰাতি শোৱাৰ আগেয়ে গোলাপজল আৰু গ্লিচাৰিণ মিহলাই সানি থ’ব। ওঁঠ সজীৱ আৰু মৃসণ হ’ব।
  • বাৰে বাৰে ওঁঠ কামুৰি অথবা চেলেকি থকাৰ অভ্যাস থাকিলে আঁতৰাওক। ইয়াৰ ফলত ওঁঠ ফাটে।
  • পাৰিলে সদায় গাজৰৰ ৰস খাওক।
  • কেতিয়াবা ওঁঠ ক’লা ক’লা দেখা যায়। দিনে দুবাৰকৈ তিয়হৰ ৰস আৰু নেমুৰ ৰস মিহলাই লগাব। ওঁঠ পৰিষ্কাৰ আৰু কোমল হ’ব।
  • মাজে মাজে ক্ৰীম বা গাখীৰৰ সৰ লগাই মালিচ কৰিব।
  • ওঁঠত মৌ সানি থ’লেও ওঁঠ ভালে থাকে আৰু নাফাটে।
  • লিপষ্টিক পৰাপক্ষত ব্যৱহাৰ নকৰি সামান্য লিপ বাম লগাব পাৰে। ই ওঁঠক বাহিৰৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰিব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate