ঘৰুৱা পদ্ধতিৰে কিলাকুটীৰ যত্ন লোৱাৰ উপায়
- বেছিভাগৰে দেখা যায় কিলাকুটিটো ক’লা হৈ থাকে। ফলত দেখাত হাতখন বেয়া হয়। যাৰ ফলত শৰীৰৰ সৌন্দৰ্য বহুখিনি হানি হয়।
- গা ধুঁওতে চাবোন ঘঁহি কোমল ব্ৰাছেৰে লাহে লাহে ঘঁহিব।
- নেমু ৰসৰ লগত অলপমান নিমখ মিহলাই ঘঁহি ঘঁহি লাহে লাহে ধুব।
- ক’লা পৰা কিলাকুটিত তিয়ঁহৰ ৰস সানি থ’ব।
- নেমুৰ ৰসৰ লগত অলপ গাখীৰৰ সৰ মিহলাই লগাব।
- মুখত যি পেক লগায়, সেই পেক হাতত লগাব পাৰে-সুফল পাব।
- কমলা খাই বাকলি নেপেলাব। সেই বাকলিবোৰেৰে কিলাকুটি ঘঁহি ধুব বা শুকুৱাই থৈ গুড়ি কৰি তাৰ লগত চেনি মিহলাই পেক বনাব। সেই পেক সপ্তাহত তিনি দিন লগাব গা ধোৱাৰ আগত।
উৎস: সম্ভাৰ, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.