মানুহৰ তলপেটৰ ভিতৰত নাড়ী-ভূঁৰুবোৰ আছে আৰু সেইবোৰ পেটৰ সুৰক্ষিত আৱৰণীৰ (Abdominal Wall) ভিতৰত সোমাই আছে। কিন্তু এই আৱৰণীৰ কোনো কোনো ঠাইত অন্য অংগ-প্ৰত্যংগলৈ শৰীৰৰ সংযোগৰ বাবে সুৰঙা (Body Cavity) আছে। নাড়ী-ভূঁৰুবোৰেই অন্ত্ৰ- ক্ষুদ্ৰ অন্ত্ৰ আৰু বৃহৎ অন্ত্ৰ।
মানুহৰ তলপেটৰ ভিতৰত নাড়ী-ভূঁৰুবোৰ আছে আৰু সেইবোৰ পেটৰ সুৰক্ষিত আৱৰণীৰ(Abdominal Wall) ভিতৰত সোমাই আছে। কিন্তু এই আৱৰণীৰ কোনো কোনো ঠাইত অন্য অংগ-প্ৰত্যংগলৈ শৰীৰৰ সংযোগৰ বাবে সুৰঙা(Body Cavity) আছে। নাড়ী-ভূঁৰুবোৰেই অন্ত্ৰ- ক্ষুদ্ৰ অন্ত্ৰ আৰু বৃহৎ অন্ত্ৰ।
অন্ত্ৰবৃদ্ধি বা হাৰ্নিয়া,এপেণ্ডিচাইটিছ আৰু কৃমি ৰোগ