নিৰ্বাচিত উত্তম-ব্যৱহাৰ |
পানীৰ শ্ৰেণী |
গুণাগুণ |
পৰম্পৰাগত শোধনৰ অবিহনে খোৱা পানীৰ উত্স, কিন্তু বীজাণু নাশ কৰাৰ পিছত |
A |
থাকিব পৰা মুঠ জীৱাণু MPN/১০০ মিলিলিটাৰত ৫০ অথবা অধিক হ’ব পাৰে৷ pHৰ মাত্ৰা ৬.৫ আৰু ৮.৫ ৰ মাজৰ দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৬ মিলিগ্ৰাম অথবা অধিক হ’ব পাৰে৷ ২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ২মিলিগ্ৰাম বা তাতোকৈ অধিক৷ |
বাহিৰত গা-ধোৱা (নিয়ন্ত্ৰিত) |
B |
থাকিব পৰা মুঠ জীৱাণু MPN/১০০ মিলিলিটাৰত ৫০০ অথবা কম pH ৬.৫ৰ পৰা ৮.৫ৰ মাজৰ দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৫ মিলিগ্ৰাম অথবা অধিক৷ ২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ৩মিলিগ্ৰাম বা তাতোকৈ অধিক৷ |
পৰম্পৰাগত শোধন আৰু বিজাণু নাশৰ পিচত খোৱা পানীৰ উত্স |
C |
থাকিব পৰা মুঠ জীৱাণু MPN/১০০ মিলিলিটাৰত ৫০০০ অথবা pH ৬ৰ পৰা ৯ কম দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৪মিলিগ্ৰাম অথবা অধিক ২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ৩মিলিগ্ৰাম বা তাতোকৈ অধিক৷ |
বনৰীয়া জীৱ-জন্তু আৰু মত্স্য পালনৰ লগত জড়িত |
D |
pH ৬.৫ ৰ পৰা ৮.৫ ৰ মাজৰ দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৪মিলিগ্ৰাম অথবা অধিক মুক্ত এম’নিয়া (N হিচাপে) প্ৰতি লিটাৰত ১.২ মিলিগ্ৰাম অথবা অধিক |
পানী যোগান, উদ্যোগিক শীতলকৰণ, পেলনীয়া উটুৱাই নিয়া |
E |
pH ৬.০ৰ পৰা ৮.৫ ৰ মাজত ২৫ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত বিদ্যুত পৰিবাহীতা প্ৰতি ছেণ্টিমিটাৰত সৰ্ব্বোচ ২২৫০ micro mhos ছডিয়াম শোষণৰ সৰ্ব্বোচ ২৬ বৰণ সৰ্ব্বোচ প্ৰতি লিটাৰত ২ মিলিগ্ৰাম |
|
E-তলৰ |
A, B, C, D আৰু E ৰ গুণাগুণ নথকা
|
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/10/2020
ভাৰতৰ চুবুৰীয়া দেশৰ প্ৰতি ব্ৰিটিছৰ নীতি
পাতৰ ওপৰৰ পানীৰ টোপাল
মাকন পেহীৰ বিচাৰ
মহিলাৰ সুৰক্ষা আইনৰ দুৰ্ব্যৱহাৰ হৈছে নেকি সেই বিষয়...