ইয়াত জৈৱ ইন্ধনৰ বিষয়ে আলোচনা কৰা হৈছে।
জৈৱ গেছ শক্তি পুনঃ উপাদনৰ এক উৎস। ইয়াক ঘৰুৱাভাৱে আৰু ফাৰ্মত ব্যৱহাৰ কৰিব পৰা যায়। ইয়াত প্ৰধানকৈ হাইড্ৰ কাৰ্বন থাকে আৰু এই বিলাক জ্বলন ক্ষমতাযুক্ত। ইয়াৰ জ্বলনৰ সময়ত তাপ আৰু শক্তি উপাদন কৰিব পৰা। এক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা জৈৱ গেছ উপাদন কৰা হয়।
এই শিতানত জৈৱিক দ্ৰবৰ পৰা শক্তি উৎপাদন কেনেকৈ কৰিব পাৰি ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে।