জেট্ৰ'ফা
জেট্ৰ'ফা কাৰকাচ বহুমুখী উপাদনক্ষম অভোজন একবৰ্ষিয় তেলজাতীয় উদ্ভিদ৷ এইটো কম খৰচত সীমিত ভূমিত কৰিব পৰা কঠিন আৰু খৰাং সহ্য কৰিব পৰা এক উদ্ভিদ৷ এই শস্যই ৩০ বছৰৰ বাবে আৰ্থিক সহায়তা পৰিচালনা কৰিব পাৰে৷
চুগাৰবীট
চুগাৰবীট (বীটা ভুলগেৰিচ ভাৰ চেক্কাৰিফেৰা এল. ) নাতিশীতোষ্ণ অঞ্চলত হোৱা চেনী উপাদন কৰিব পৰা এক দ্বি-বৰ্ষিয় উদ্ভিদ৷ এতিয়া বিকল্প শক্তি উপাদনৰ শস্য হিচাপে ইথানল উপাদনৰ বাবে ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয়অঞ্চল সমূহত বিভিন্ন প্ৰকাৰৰ চুগাৰবীট উপাদন কৰিব পৰা যায়৷
জোৱাৰ
জোৱাৰ (এচ. বাইকালাৰ) ধান খেতিৰ পিছত বৃহ এলেকা সামৰি কৰিব পৰা অতি আৱশ্যকীয় পশু খাদ্য৷ ইয়াক প্ৰধানকৈ ইয়াৰ গুটি আৰু পশু খাদ্যৰ বাবে কৰা হয়৷ খাদ্য দ্ৰব্যৰ উদ্যোগ সমূহত ব্যৱসায়িক ভিত্তিত ইয়াৰ বিকল্প ব্যৱহাৰ কৰা হয়৷ ইয়াক ইথানল, চিৰাপ আৰু জৈৱ পদাৰ্থযুক্ত পশু খাদ্য আৰু সহ-উপাদন পদ্ধতিৰ কেচাঁ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পৰা যায়৷
পংগামিয়া
জৈৱ ইন্ধন ব্যৱহাৰ কৰিব পৰা বহুতো খোৱাৰ অযোগ্য তেল উপাদনকাৰী শস্য আছে৷ কাৰানজা (পংগামিয়া)এবিধ অতি উত্তম উদ্ভিদ৷ ৰাষ্ট্ৰৰ বিভিন্ন অংশত এইবিলাক যথেষ্ট পৰিমাণে গজে৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
এই শিতানত জৈৱিক দ্ৰবৰ পৰা শক্তি উৎপাদন কেনেকৈ কৰিব...
ৰন্ধন কাৰ্য্যত ইন্ধনৰ মিতব্যয়িতা
এই শিতানত কাঠকয়লাৰ চপৰাকৰণৰ বিষয়ে আলোচনা কৰা হৈছে।