সৌৰ পথৰ চাকিৰ পদ্ধতিয়ে সৌৰ কোষৰ দ্বাৰা সৌৰ ৰশ্মি ডিচি ইলেকট্ৰিচিটী লৈ ৰুপান্তৰ কৰিবলৈ ফটোভলেটিক টেকন’লজী ব্যৱহাৰ কৰে৷ উৎপাদিত বিদ্যুত প্ৰত্যক্ষভাৱে দিনৰ ভাগত ব্যৱহাৰ কৰিব পাৰে অন্যথা ৰাতিৰ ভাগত ব্যৱহাৰ কৰিবৰ বাবে বেটাৰীত সংগ্ৰহ কৰি থ’ব পাৰে৷
সৌৰ পথৰ চাকিৰ পদ্ধতিত অন্তভূৰ্ক্তি হয়
সাধাৰণতে, নিৰ্দেশিত অংশসমূহ
সৌৰ পথৰ চাকিৰ পদ্ধতি পিছপৰা গাওঁ অঞ্চলসমূহৰ পথৰ চাকি জ্বলাবৰ বাবে উপযোগী৷ পদ্ধতিটো দৈনিক ১০-১১ ঘন্টা লাইট জ্বলাবৰ বাবে আৱশ্যকীয় বেটাৰী ষ্টৰেজ বেক-আপৰ সৈতে আগবঢ়োৱা হয়৷ এই পদ্ধতিতো সন্ধিয়া সময়ৰ কাৰ্য্যকাল কম কৰিবলৈ আৰু অত্যাধিক চাৰ্জ/ গভীৰভাৱে অটোমেটিক চুইটচ অন/অফ সুবিধাৰ সৈতে আগবঢ়োৱা হয়৷
এচপিভি মডিউলৰ মেৰামতিৰ সময় ১৫-২০ বছৰ৷ সৌৰ পথৰ চাকি জ্বলোৱাৰ ক্ষেত্ৰত নিম্নমানৰ মেৰামতিৰ আৱশ্যক হোৱা আৰু উচ্চ দক্ষতা আৰু দীৰ্ঘ আয়ুস লাভৰ বাবে টিউবুলাৰ বেটাৰীসমূহ ব্যৱহাৰ কৰা হয়৷
আনুমানিক ব্যয়
সাধাৰণ বিশেষত্ব সহ ইয়াৰ আনুমানিক ব্যয় প্ৰায় ১৪,০০০ টকা৷ ই মডিউঅলৰ ওপৰত নিৰ্ভৰ কৰে
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/23/2020
সৌৰ শক্তিৰৰ দ্বাৰা উৎপাদিত যেনে, সৌৰ চাকি, সৌৰ ৰন্...
পানী পাম্পিংৰ সৌৰ পদ্ধতিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈ...
সৌৰশক্তি ব্যৱহৃত কাৰিকৰী কৌশল সৌৰ চাকিৰ বিষয়ে ইয়া...