প্ৰকৃতিয়ে প্ৰত্যেক জন ব্যক্তিৰ আৱশ্যকতা পৰ্যাপ্ত পৰিমাণে আগবঢ়াইছে কিন্তু প্ৰত্যেক ব্যক্তিৰ লোভৰ বাবে নহয়৷
-মহাত্মা গান্ধী
- শক্তি উপন্ন কৰাতকৈ আমি শক্তি দ্ৰুতভাৱে ব্যয় কৰোঁ।
- কয়লা, তেল আৰু প্ৰাকৃতিক গেছ- অত্যাধিক ব্যৱহৃত এই উসসমূহে উপাদনৰ বাবে হাজাৰ বছৰ অধিগ্ৰহণ কৰে৷
- শক্তি উসসমূহ সীমিত
- বিশ্বৰ শক্তিৰ উসসমূহৰ ভিতৰত প্ৰায় ১ শতাংশ ভাৰতৰ উস আছে কিন্তু বিশ্ব জনসংখ্যাৰ ১৬ শতাংশ জনসংখ্যাই ভাৰতৰ৷
- আমি ব্যৱহাৰ কৰা শক্তিৰ উসসমূহৰ সৰহসংখ্যকেই পুনঃব্যৱহাৰ আৰু নবীকৰণ নহয়৷
- নবীকৰণ নোহোৱা শক্তি উসসমূহত ৮০ শতাংশ ব্যৱহাৰযোগ্য ইন্ধন নিহিত হৈ থাকে৷ এইটো ক’ব পাৰি যে , আমাৰ শক্তিৰ উত্স সমূহ আৰু মাত্ৰ ৪০ বছৰ মান অব্যাহত থাকিব৷
- আমি শক্তি সংৰক্ষণ কৰি দেশৰ পৰ্যাপ্ত ধন ৰাহি কৰিব পাৰো৷
- প্ৰতি বছৰে আমাৰ প্ৰায় ৭৫ শতাংশ খাৰুৱা তেল বাহিৰলৈ পঠোৱা হয় যাৰ মূল্য প্ৰায় ১,৫০,০০০ কৌটি টকাৰ পৰিমাণৰ সমান হ’ব৷
- আমি যেতিয়া শক্তি সংৰক্ষণ কৰিম,আমাৰ ধন ৰাহি হ’ব।
- কল্পনা কৰক যে, যদি আপোনাৰ এলপিজি চিলিণ্ডাৰ এক সপ্তাহৰ বাবে অতিৰিক্ত ভাৱে ৰাহি হ’ল আৰু ইয়াৰে আপোনাৰ বৈদ্যুটিক বিল বচাই দিলে৷
- শক্তি সংৰক্ষণ কৰিলে আমি আমাৰ শক্তি ৰাহি কৰিব পাৰিম
- আমি যেতিয়া ইন্ধনৰ কাঠ উপযুক্তভাৱে ব্যৱহাৰ কৰিম, আমাৰ ইন্ধন কাঠৰ আৱশ্যকতা আৰু ইয়াৰ সংগ্ৰহৰ কঠিনতা হ্ৰাস পাব৷
- শক্তি সংৰক্ষণেই শক্তি উপাদন
- আমি যেতিয়া একক পৰিমানৰ শক্তি সংৰক্ষণ কৰিম, ই ২ একক পৰিমানৰ শক্তি উপাদনৰ সমকক্ষ৷
- প্ৰদূষণ হ্ৰাস কৰিবলৈ শক্তি সংৰক্ষণ কৰক
- শক্তি উপাদন আৰু বায়ু প্ৰদূষণৰ এক বুজন অংশ গ্ৰীণহাউচ গেছ নিৰ্গমণৰ ৮৩ শতাংশতকৈ অধিক
- আজিৰ সংৰক্ষণ কাইলৈৰ ব্যৱহাৰ কৰা আমাৰ দায়িত্ব
- এজন বৃদ্ধ ভাৰতীয়ই সংকেতত প্ৰকাশ কৰিছিল “ পৃথিবী, পানী আৰু বায়ু আমালৈ আমাৰ উপৰি পুৰুষৰ উপহাৰ নহয়, কিন্তু ই আমাৰ শিশুসকললৈ ই এক ঋণ".
- সংৰক্ষণ এক অভ্যাসত পৰিণত কৰক।
উৎস: শক্তি সংৰক্ষণ মিছন, হাইদৰাবাদ