ইয়াত ব্যক্তিগত বিত্তৰ পাতনি উল্লেখ কৰা হৈছে।
এই পাঠত কিমানখিনি শিকিলে সেয়া মূল্যায়ন কৰি চাব পাৰে।
চিট ফাণ্ড, সমবায় বেংক, ক্ষুদ্ৰ বিত্তীয় সাহাৰ্য্য আঞ্চলিক গ্ৰামীণ বেংক আৰু স্থানীয় বেংক আদিবোৰৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
আপোনাৰ ধনৰ পৰিচালনা কেনেকৈ কৰিব সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
ইয়াত বাজেট প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হৈছে।